অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

প্ৰাগ চিনে বঁটা ২০১৪

প্ৰাগ চিনে বঁটা, ২০১৪ (Prag Cine Awards) মাৰ্চ মাহৰ ২২ তাৰিখে বেংগালুৰুৰ এন জি ভি ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয়। পোন প্ৰথমবাৰৰ বাবে এই অনুষ্ঠান অসমৰ বাহিৰত আয়োজন কৰা হয়। এই অনুষ্ঠানটো আয়োজন কৰে অসমৰ ছেটেলাইট চেনেল প্ৰতিষ্ঠান, প্ৰাগ এ এম টেলিভিশ্যন প্ৰাইভেট লিমিটেডে।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ১৮৭ শব্দ · ১ মিনিট সংগৃহীত ৯১
সংশোধনৰ পৰামৰ্শ

প্ৰাগ চিনে বঁটা, ২০১৪ (Prag Cine Awards) মাৰ্চ মাহৰ ২২ তাৰিখে বেংগালুৰুৰ এন জি ভি ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয়। পোন প্ৰথমবাৰৰ বাবে এই অনুষ্ঠান অসমৰ বাহিৰত আয়োজন কৰা হয়। এই অনুষ্ঠানটো আয়োজন কৰে অসমৰ ছেটেলাইট চেনেল প্ৰতিষ্ঠান, প্ৰাগ এ এম টেলিভিশ্যন প্ৰাইভেট লিমিটেডে।১২৩ অভিনেতা কপিল বৰা আৰু জেৰিফা ৱাহিদ দুয়োয়ে এই অনিষ্ঠানৰ আঁত ধৰে।৪ নাট্যকাৰ অৰুণ শৰ্মা, কানাড়া চলচ্চিত্ৰ পৰিচালক নাগাথাহাল্লি চন্দ্ৰশেখৰ আৰু বলিউডৰ অভিনেত্ৰী মহিমা চৌধুৰীয়ে অনুষ্ঠানটো উদ্বোধন কৰে।৫

অসমীয়া চলচ্চিত্ৰ জগতলৈ যোগোৱা অৱদানৰ বাবে অভিনেত্ৰী মৃদুলা বৰুৱাক জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰা হয়। ৰাগ - দ্য ৰিদম অৱ লাভত কৰা অভিনয়ৰ বাবে আদিল হুছেইনক শ্ৰেষ্ঠ অভিনেতা আৰু শৃংখলত কৰা অভিনয়ৰ বাবে জয়া শীলক শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হয়। জাহ্নু বৰুৱাৰ অজেয় বোলছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰে।৩

মনোনয়ন আৰু বঁটা

২০০৪ চনৰ ৩ মাৰ্চৰ দিনা প্ৰাগ চিনে বঁটা ২০১৪ৰ মনোনয়ন লাভ কৰা চলচ্চিত্ৰ সমূহৰ নাম ঘোষণা কৰা হৈছিল। এই অনুষ্ঠানত অসমত নিৰ্মাণ হোৱা অসমীয়া ভাষাৰ লগতে আন ভাষাৰ চলচ্চিত্ৰৰ মুঠ ২৩ টা বিভাগত বঁটা প্ৰদান কৰা হয়। ৰজনী বসুমতাৰীৰ ৰাগ বোলছবিখনে মুঠ ১২ টা শাখাত, জাহ্নু বৰুৱাৰ অজেয় আৰু কংকন ৰাজখোৱাৰ চিঞৰ বোলছবিখনে ১১ টা শাখাত মনোনয়ন লাভ কৰিছিল।৬৭৮

বঁটা

বঁটা লাভ কৰা সকলৰ নাম প্ৰথমতে আৰু ডাঙৰ আখৰেৰে লিখা হৈছে।৩

শ্ৰেষ্ঠ চলচ্চিত্ৰশ্ৰেষ্ঠ চলচ্চিত্ৰ পৰিচালক
শ্ৰেষ্ঠ অভিনেতাশ্ৰেষ্ঠ অভিনেত্ৰী
শ্ৰেষ্ঠ সহঃ অভিনেতাশ্ৰেষ্ঠ সহঃ অভিনেত্ৰী
শ্ৰেষ্ঠ সংগীতশ্ৰেষ্ঠ গীতিকাৰ
শ্ৰেষ্ঠ নেপথ্য গায়কশ্ৰেষ্ঠ নেপথ্য গায়িকা
শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰীশ্ৰেষ্ঠ সম্পাদক
শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰশ্ৰেষ্ঠ নৃত্য নিৰ্দেশক
শ্ৰেষ্ঠ শব্দযন্ত্ৰীশ্ৰেষ্ঠ কলা নিৰ্দেশক
শ্ৰেষ্ঠ মেক-আপ শিল্পীশ্ৰেষ্ঠ সাজ-সজ্জা
শ্ৰেষ্ঠ জনপ্ৰিয় চলচ্চিত্ৰশ্ৰেষ্ঠ চলচ্চিত্ৰ (অন্য ভাষা)

জীৱনজোৰা কৃতিত্ব বঁটা

অসমীয়া চলচ্চিত্ৰ জগতলৈ যোগোৱা অৱদানৰ বাবে অভিনেত্ৰী মৃদুলা বৰুৱাক জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰা হয়।৩

অন্যান্য বঁটা

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (22 January 2014). City to host Prag Cine Awards. দ্য হিন্দু
  2. ↑ (18 March 2014). Prag Cine Awards 2014: Talents from Assamese Cinema to be Felicitated; Big Names from Bollywood Expected to Attend. International Business Times
  3. ↑ (24 March 2014). Prag Cine Awards presented. দ্য আছাম ট্ৰিবিউন
  4. ↑ (18 March 2014). Prag Cine Awards presentation at Bengaluru. The Assam Tribune
  5. ↑ আৰ্কাইভ কপি
  6. ↑ (4 March 2014). Nominations for Prag Cine Award. The Assam Tribune
  7. ↑ আৰ্কাইভ কপি
  8. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

অসমৰ চলচ্চিত্ৰ সম্পৰ্কীয় বঁটাসমূহবঁটা বিজয়ী সম্পৰ্কীয় তালিকাঅসমৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰাগ চিনে বঁটা ২০১৪” প্ৰবন্ধৰ সংশোধন ৩৮৫৩৯০ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।