অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

অৰুণাচল প্ৰদেশৰ উৎসৱসমূহ

অৰুণাচল প্ৰদেশৰ সমাজৰ সকলো শ্ৰেণীৰ লোকে কৃষি, ধৰ্ম আৰু সংস্কৃতিৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ উৎসৱ পালন কৰে। এই সমূহত তেওঁলোকে নৃত্য কৰি, ভোজ-ভাত খাই আনন্দ কৰে। কৃষিৰ লগত জড়িত থকা উৎসৱ সমূহত খেতি ভাল হ’বৰ বাবে ভগৱানক প্ৰাৰ্থনা অথবা ভাল খেতি হোৱা বাবে ভগৱানক ধন্যবাদ কৃতজ্ঞতা বাবে উদযাপন কৰা হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১০১ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

অৰুণাচল প্ৰদেশৰ সমাজৰ সকলো শ্ৰেণীৰ লোকে কৃষি, ধৰ্ম আৰু সংস্কৃতিৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ উৎসৱ পালন কৰে। এই সমূহত তেওঁলোকে নৃত্য কৰি, ভোজ-ভাত খাই আনন্দ কৰে। কৃষিৰ লগত জড়িত থকা উৎসৱ সমূহত খেতি ভাল হ’বৰ বাবে ভগৱানক প্ৰাৰ্থনা অথবা ভাল খেতি হোৱা বাবে ভগৱানক ধন্যবাদ কৃতজ্ঞতা বাবে উদযাপন কৰা হয়। অন্যহাতে, ধাৰ্মিক উৎসৱ সমূহত পুৰোহিতক নিমন্ত্ৰণ কৰি নিজ জনগোষ্ঠীৰ লোকসকলৰ মাজত আয়োজন কৰা হয়। বছৰৰ বাৰ মাহতে বিভিন্ন জনগোষ্ঠীৰ লোকসকলে বিভিন্ন উৎসৱ পালন কৰে। এই দৃষ্টি মতে, অৰুণাচলক উৎসৱ আয়োজন কৰাৰ প্ৰদেশ বুলিব পাৰি। অৰুণাচল প্ৰদেশৰ জনগোষ্ঠী সমূহে উদযাপন কৰা প্ৰায় সকলো বিলাক উৎসৱতে জীৱ-জন্তু বলি দিয়াটো তেওঁলোকৰ ধৰ্মীয় ৰীতি।১

বিভিন্ন উৎসৱসমূহ

নংজিলাসদৰউৎসৱজনগোষ্ঠীদিন (আনুমানিক)
১টাৱাংটাৱাংল'ছাৰমনপা১১ ফেব্ৰুৱাৰী
২পশ্চিম কামেংবমডিলাল'ছাৰ খানমনপা মিজি১১ ফেব্ৰুৱাৰী (ফেব্ৰুৱাৰী/ মাৰ্চ)
৩পূব কামেংচেপ্পান্যোকুম Gomkum gompaনিচি ছ’লুঙ)২৬ ফেব্ৰুৱাৰী ১৫ এপ্ৰিল
৪নামনি সোৱণশিৰিজিৰ’Boori Boot ন্যোকুম ড্ৰীপাৰ্বত্য মিৰি নিচি আপাতানি৬ ফেব্ৰুৱাৰী ২৬ ফেব্ৰুৱাৰী ৫ জুলাই
৫উজনি সোৱণশিৰিডাপ’ৰিজ’ছি-দঞি Boori Boot মোপিনত'গিন পাৰ্বত্য মিৰি আদি৬ জানুৱাৰী ৬ ফেব্ৰুৱাৰী ৫ এপ্ৰিল
৬পশ্চিম ছিয়াংআলঙমোপিন ছ’লুঙআদি আদি৫ এপ্ৰিল ১ ছেপ্তেম্বৰ
৭পূব ছিয়াংপাছিঘাটআৰাণ মোপিন ছ’লুঙআদি আদি৭ মাৰ্চ ৫ এপ্ৰিল ১ ছেপ্তেম্বৰ
৮লোহিততেজুটামলাডু চাঙকেন Shapawng Yawng Manau PoiTaroon & Kamman Mishmis খামটি ছিংফ'১৫ এপ্ৰিল ১৪ ফেব্ৰুৱাৰী
৯নামনি দিবাং উপত্যকাৰ’য়িংৰেহ ছ’লুঙইদু মিচিমি আদি১ ফেব্ৰুৱাৰী ১ ছেপ্তেম্বৰ
১০উজনি দিবাং উপত্যকাআনিনিৰেহ ছ’লুঙইদু মিচিমি আদি১ ফেব্ৰুৱাৰী ১ ছেপ্তেম্বৰ
১১কুৰুং কুমেইLaying Yangteন্যোকুমনিচি২৬ ফেব্ৰুৱাৰী
১২টিৰাপখ'নছাঅ'ৰিয়াহ ছ'ল'-ল'কুৱাংছ' ন'ক্তে১৬ ফেব্ৰুৱাৰী ২৫ নৱেম্বৰ
১৩চাংলাংচাংলাংমলতাংগাএপ্ৰিল
১৪পাপুমপাৰেইটানগৰন্যোকুমনিচি২৬ ফেব্ৰুৱাৰী
১৫উজনি ছিয়াংYingkiongমোপিন ছ’লুঙ৫ এপ্ৰিল ১ ছেপ্তেম্বৰ১

তথ্যসূত্ৰ

  1. ↑ অৰুণাচল প্ৰদেশৰ উৎসৱসমূহ. Govt. of Arunachal Pradesh

সম্পৰ্কিত শ্ৰেণী

অৰুণাচল প্ৰদেশভাৰতৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণাচল প্ৰদেশৰ উৎসৱসমূহ” প্ৰবন্ধৰ সংশোধন ৩৭৯৮৩৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।