অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসমীয়া-বঙালী ভাষাগোষ্ঠী

অসমীয়া-বঙালী ভাষাগোষ্ঠী (বা বঙালী-অসমীয়া ভাষাগোষ্ঠী) হৈছে ভাৰত-আৰ্য ভাষা পৰিয়ালৰ পূব এলেকাৰ গোষ্ঠী। এই গোষ্ঠীটোৰ ভাষাবিলাক হ’ল:

হালনাগাদ: ৩ ডিচেম্বৰ ২০২০ ১৬ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

অসমীয়া-বঙালী ভাষাগোষ্ঠী (বা বঙালী-অসমীয়া ভাষাগোষ্ঠী) হৈছে ভাৰত-আৰ্য ভাষা পৰিয়ালৰ পূব এলেকাৰ গোষ্ঠী।

এই গোষ্ঠীটোৰ ভাষাবিলাক হ’ল:

ভাষাথলুৱা নামকওঁতাৰ সংখ্যা (নিযুতত)অঞ্চল
বঙালী | বাংলা Bangla | ২২০১ | (ৰাষ্ট্ৰীয় আৰু চৰকাৰী) (পশ্চিমবংগ) |- | অসমীয়াঅসমীয়া Oxomiya২৪(অসম) (মৈমনসিংহ বিভাগ)
'কোচ ৰাজবংশী | ৰংপুৰী / ৰাজবংশী / কোচ ৰাজবংশী Rongpuri / Rajbongši / Kʊch rajbongsi১৫(ৰংপুৰ বিভাগ) (পশ্চিমবংগ আৰু অসম) (প্ৰান্ত নং ১)
চট্টগ্ৰামীয়া | চাঁটগাঁইয়া Čąŧgąiya | ১৩ | (চট্টগ্ৰাম বিভাগ) (আৰাকান ৰাজ্য) |- | ছিলঠীয়াꠍꠤꠟꠐꠤ Siloŧi১১(ছিলঠ বিভাগ) (অসম)
ৰহিঙীয়া | رُاَࣺينڠَ Ruáingga | ১.৮ | (আৰাকান ৰাজ্য) (চট্টগ্ৰাম বিভাগ, বাংলাদেশ, চট্টগ্ৰাম বিভাগ) |- | চাকমা𑄌𑄧𑄁𑄟𑄧 Sangma০.৩৩(চট্টগ্ৰাম বিভাগ) (মিজোৰাম আৰু ত্ৰিপুৰা) (আৰাকান ৰাজ্য)
বিষ্ণুপ্ৰিয়া মণিপুৰী | বিষ্ণুপ্ৰিয়া মণিপুৰী Bișnupriya Monipuri | ০.১২ | (অসম, মণিপুৰ আৰু ত্ৰিপুৰা) (ছিলঠ বিভাগ) |- | হাজংহাজং Hazong০.০৬(অসম আৰু মেঘালয়) (মৈমনসিংহ বিভাগ)
তাঞ্চঙীয়াতঞ্চঙ্গ্যা Tonsongya০.০৫বাংলাদেশ (চট্টগ্ৰাম বিভাগ)

তথ্যসূত্ৰ

  1. ↑ www.omniglot.com/writing/bengali.htm

সম্পৰ্কিত শ্ৰেণী

ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া-বঙালী ভাষাগোষ্ঠী” প্ৰবন্ধৰ সংশোধন ২৫২৫৫৩ (৩ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।