ছিলঠীয়া (ꠍꠤꠟꠐꠤ (ছিলটি), সিলেটি) বা ছিলেটি ভাষা১২৩ বাংলাদেশৰ উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত ছিলঠ বিভাগ; অসমৰ হোজাই জিলা আৰু বৰাক উপত্যকা; আৰু ত্ৰিপুৰাৰ কিছু অংশত প্ৰচলিত ভাষা। লগতে, যিহেতু বাংলাদেশৰ ছিলঠ বিভাগৰ ছিলঠ পূব অঞ্চলত আৰু বাংলা ভাষাৰ মানক ৰূপটো পশ্চিম আঞ্চলিক বাংলা নাদিয়াৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, সেয়েহে বাংলা ভাষাৰ মূল ৰূপৰ পৰা ই ভাষা যথেষ্ট পৃথক। যি ১১.৮ মিলিয়ন ভাষাভাষীৰে বিশ্বৰ ৯৭ নম্বৰ বৃহত্তম ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে। এই ভাষা ছিলঠীয়া নাগৰীৰ সহায়ত লিখা হয়।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিলঠীয়া ভাষা” প্ৰবন্ধৰ সংশোধন ৬০৬৫৯৫ (১৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।