অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
হাফলং বিধানসভা সমষ্টি
হাফলং বিধানসভা সমষ্টি (ইংৰাজী: Haflong Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৬২ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
-
হাৰ্হি দেৱালয়
হাৰ্হি দেৱালয় অসমৰ লখিমপুৰ জিলাৰ অন্তৰ্গত ঢকুৱাখানা চহৰৰ পৰা প্ৰায় চাৰি কিঃমিঃ উত্তৰ-পূবে হাৰ্হি নদীৰ পাৰত অৱস্থিত এক দেৱালয়। ঢকুৱাখানত প্ৰচলিত জনশ্ৰুতি অনুসৰি হাৰ্হি শব্দটো পূৰ্বে সাৰ্হি আছিল।
-
হিজল
হিজল এবিধ সৰু আকাৰৰ গছ৷ এই গছ সাধাৰণতে বিলৰ কাষত বা পানীত ডুবি থকা ঠাইত উৎপন্ন হোৱা দেখা যায়৷ এই গছৰ অংশ খাদ্য আৰু ঔষধ হিচাপে আৰু কাঠ নাও আদি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়৷
-
হিড়া নাম
হিড়া নাম বা হিৰা নাম আৰু হিয়া নাম হৈছে অসমৰ সত্ৰসমূহত প্ৰচলিত চাৰি প্ৰকাৰৰ “নাম-প্ৰসঙ্গ”ৰ এটা প্ৰকাৰ। সত্ৰসমূহত প্ৰচলিত চাৰি প্ৰকাৰৰ নাম হৈছে: দিহা নাম, প্ৰসঙ্গীয়া নাম, পাল নাম, আৰু হিড়া নাম মতান্তৰত “প্ৰসঙ্গ-নাম”ৰ পাঁচটা ভাগো পোৱা যায়।
-
হেম বুঢ়াগোহাঞি
হেম বুঢ়াগোহাঞি (১৯৩৭-২০০৪) একাধাৰে সংস্কৃতিবিদ, সাহিত্যিক, বুৰঞ্জীবিদ, সম্পাদক, ঔপন্যাসিক, শিশু সাহিত্যিক আৰু সাংবাদিক। তেখেতে অসমৰ বিহু সংস্কৃতি আৰু বুৰঞ্জী বিষয়ত কুৰিৰো অধিক গ্ৰন্থ আৰু শতাধিক প্ৰবন্ধ লিখিছে। তেখেত বকতা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক।
-
হেমচন্দ্ৰ গোস্বামী (মুখাশিল্পী)
হেমচন্দ্ৰ গোস্বামী (Hemchandra Goswami) হৈছে অসমৰ এগৰাকী শিক্ষক, মুখাশিল্পী আৰু ভাস্কৰ্যশিল্পী। অসমৰ মুখাশিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত হেমচন্দ্ৰ গোস্বামীয়ে বৰঙণি আগবঢ়াই আহিছে। ২০২৩ বৰ্ষত ভাৰত চৰকাৰে গোস্বামীক কলা/আৰ্ট বিষয়ত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে।
-
হেমন্ত কুমাৰ শৰ্মা
হেমন্ত কুমাৰ শৰ্মা ( hemnta kumar sharma) আছিল অসমীয়া সাহিত্য সংস্কৃতিৰ সাধক, বলিষ্ঠ গদ্য লেখক, সমালোচক আৰু গৱেষক|
-
হেমপ্ৰভা চুতীয়া
হেমপ্ৰভা চুতীয়া (জন্ম: ২২ ছেপ্টেম্বৰ, ১৯৫৫)
-
হেমাংগ কুমাৰ দত্ত
হেমাংগ কুমাৰ দত্ত ( Hemanga Kumar Datta; জন্মː ১৯৭৩) এগৰাকী অসমীয়া কবি আৰু প্ৰবন্ধকাৰ। সীমিত সংখ্যক কবিতাৰে অসমীয়া কাব্য-সাহিত্যত প্ৰভাৱ বিস্তাৰ কৰা কবিসকলৰ ভিতৰত তেওঁ অন্যতম। ৰাতিৰ কবিতা, চহৰত চেলকাৰ্ক আদি তেওঁ লিখা বহু-চৰ্চিত কবিতা।
-
হেমেন হাজৰিকা
হোমেন হাজৰিকা (humen হাজৰিকা) হৈছে এগৰাকী অসমীয়া গায়ক,সুৰকাৰ আৰু গীতিকাৰ |
-
হেলা দাস
হেলা দাস অসমৰ এগৰাকী ভাস্কৰ্য-শিল্পী। বৰোদাৰ এম এছ বিশ্ববিদ্যালয়ৰপৰা তেওঁ চাৰু-কাৰু কলা বিষয়ত ডিপ্ল'মা লাভ কৰিছিল। ভাস্কৰ্য-শিল্পী ৰূপে তেওঁ বিশেষ প্ৰশিক্ষণ লাভ কৰিছিল আৰু গুৱাহাটী, দিল্লী, কলকাতা, আহমেদাবাদ আদি বিভিন্ন ঠাইত তেওঁৰ শিল্প প্ৰদৰ্শনী অনুষ্ঠিত হৈছে।
-
হেৰিয়েট বাউমেন ল’ কট্টাৰ
হেৰিয়েট বি ল’ কট্টাৰ (৪ জানুৱাৰী, ১৮১১- ২০ জানুৱাৰী, ১৮৮৪) প্ৰথম অসমীয়া কাকত অৰুণোদইৰ মুদ্ৰক আৰু খ্ৰীষ্টীয়ান ধৰ্ম প্ৰচাৰক অ'লিভাৰ টি. কট্টাৰৰ পত্নী। তেওঁৰ জন্ম আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাছাচুছেট্ছ প্ৰদেশৰ মিল্টনত। তেওঁ স্বামীৰ সৈতে ১৮৩১ চনত অসমলৈ আহে আৰু শদিয়া, জয়পুৰ আৰু শিৱসাগৰত থাকে।
-
হোলীগীত
হোলীগীত হৈছে বৰপেটাৰ দৌল উৎসৱৰ সময়ত গোৱা গীতসমূহ৷ দৌল অহাৰ প্ৰায় বহু আগৰে পৰাই বৰপেটাৰ হাটীসমূহত হোলীগীতৰ আখৰা চলে৷ দৌলৰ সময়ত সকলোৱে খুটিতাল, পাতিতাল, ঢোল আদি লৈ হোলী গীত গায় আৰু ফাকু খেলে৷
-
হৰিশংকৰ ব্ৰহ্ম
হৰিশংকৰ ব্ৰহ্ম (Harishankar Brahma; জন্ম: ১৯ এপ্ৰিল ১৯৫০) হৰিশংকৰ ব্ৰহ্মই ২০১১ চনৰ এপ্ৰিল মাহত কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ৰ সচিব হিচাপে অৱসৰ গ্ৰহণ কৰে। ব্ৰহ্ম নিৰ্বাচন আয়োগত ২০১৫ চনৰ ১৬ জানুৱাৰীৰ পৰা ২০১৫ চনৰ ১৬ জানুৱাৰীত তেখেতে মুখ্য নিৰ্বাচন আয়ুক্ত ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু ২০১৫ চনৰ ১৮ এপ্ৰিল…
-
হৰেন্দ্ৰনাথ বৰঠাকুৰ
হৰেন্দ্ৰনাথ বৰঠাকুৰ তিনিচুকীয়া জিলাৰ মাকুমৰ এগৰাকী শিশু সাহিত্যিক হোৱাৰ উপৰি এগৰাকী নাট্যকাৰ, গীতিকাৰ, গল্পকাৰ, কবি, ঔপন্যাসিক আৰু চিত্ৰভাস্কৰ্য শিল্পী হিচাপে পৰিচিত আছিল৷ তেখেতে ২০১৭ চনৰ শিশু সাহিত্য অকাডেমী বঁটা লাভ কৰে৷
-
হৰ্ষ পাল
হৰ্ষ পাল কামৰূপ ৰাজ্যৰ পাল বংশৰ শাসক গো পাল আৰু ৰাণী নয়নাৰ পুত্ৰ। তেওঁ ১০১৫-১০৩৫ খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিল। ধৰ্ম পালৰ তামৰ ফলিৰ বৰ্ণনাত উল্লেখ আছে যে বিখ্যাত আৰু উৎসাহী ৰজা গো পালৰ এগৰাকী উচ্চ খ্যাতিসম্পন্ন নয়না নামৰ পত্নী আছিল।
-
১০ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
১২ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
১৫ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
১৮ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
১৯৫০ চনৰ অসম-তিব্বত ভূমিকম্প
১৯৫০ চনৰ অসম–তিব্বত ভূমিকম্প, যাক যাক অসম ভূমিকম্প বা অসমত ৫০-ৰ বৰভূমিকম্প বুলিও কোৱা হয়, ১৯৫০ চনৰ ১৫ আগষ্টত সংঘটিত হৈছিল আৰু ইয়াৰ ম'মেণ্ট মেগ্নিচিউড আছিল ৮.৭। ভূমিকম্পটোৰ উপকেন্দ্ৰ মিচমি পাহাৰত অৱস্থিত আছিল। ই স্থলভাগত এতিয়ালৈকে লিপিবদ্ধ হোৱা আটাইতকৈ শক্তিশালী ভূমিকম্পসমূহৰ অন্যতম।
-
১৯৬২ (গ্ৰন্থ)
১৯৬২ সাংবাদিক মৃণাল তালুকদাৰে ৰচনা কৰা এখন গ্ৰন্থ। ২০১৩ চনৰ ছেপ্তেম্বৰ মাহত এই গ্ৰন্থখন প্ৰথম প্ৰকাশ পাইছিল। লিখকে একেলগে ভূগোল, বুৰঞ্জী আৰু ভ্ৰমণৰ বিৱৰণৰ যোগেদি গ্ৰন্থখনত ১৯৬২ৰ ভাৰত-চীনৰ যুদ্ধৰ কথা বৰ্ণনা কৰিছে।
-
১৯৮৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
১৯৮৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন পূৰ্ব প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছতে তিনিটা প্ৰৰ্যায়ত ২৪, ২৭ আৰু ২৮ ডিচেম্বৰত অনুষ্ঠিত হৈছিল। আভ্যন্তৰীণ অশান্তিৰ বাবে মিজোৰাম, পাঞ্জাব আৰু অসমত অষ্টম লোকসভা গঠনৰ বাবে অনুষ্ঠিত কৰা এই নিৰ্বাচন দহমান পলমকৈ হৈছিল।
-
১৯৯০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
-
২ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২০ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২০০৮ চনৰ অসমৰ বোমা বিস্ফোৰণ
২০০৮ অসম বোমা বিস্ফোৰণ ২০০৮ চনৰ ৩০ অক্টোবৰৰ দুপৰীয়া ভাগত গুৱাহাটী আৰু পশ্চিম অসমৰ প্ৰতিবেশী অঞ্চল সমূহত সংঘটিত হৈছিল। প্ৰতিবেদনসমূহৰ মতে প্ৰায় ১৮টা বোমাৰ বিস্ফোৰণ ঘটে, যাৰ ফলত কমেও ৬১জন মানুহ নিহত হয় আৰু ৪৭০জনতকৈয়ো অধিক মানুহ আহত হয়।
-
২০২৬ চন
২০২৬ (দুহাজাৰ ছাব্বিশ চন; MMXXVI) এটা সাধাৰণ বছৰ, যিটো গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰ অনুসৰি বৃহস্পতিবাৰৰপৰা আৰম্ভ হয়। ই ৩য় সহস্ৰাব্দৰ ২৬ বছৰ আৰু একবিংশ শতিকা আৰু ২০২০ দশকৰ সপ্তম বছৰ।
-
২১ জানুৱাৰী
২১ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২১ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৪টা দিন (অধিবৰ্ষত ৩৪৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
-
২২ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-