২১ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২১ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৪টা দিন (অধিবৰ্ষত ৩৪৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী
- ১৯৩০ - প্লুটো আৱিষ্কাৰ হৈছিল।
- ১৯৫৮ - ভাৰতত কপিৰাইট আইন প্ৰৱৰ্তন কৰা হৈছিল
- ১৯৭২ - উত্তৰ-পূব ভাৰতৰ ৰাজ্য মণিপুৰ আৰু ত্ৰিপুৰা প্ৰতিষ্ঠা হৈছিল।
- ১৯৭২ - ‘‘নেফা’’ অৰুণাচল প্ৰদেশৰ অন্তৰ্গত কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিৱৰ্তিত কৰি শাসনভাৰ এজন মুখ্য-আয়ুক্তৰ হাতত অৰ্পণ কৰা হয়।
- ১৯৯৪ - কাছাৰ জিলাৰ শিলচৰত অসম বিশ্ববিদ্যালয় মুকলি হয়।
- ২০০৮ - উত্তৰ-পূব ভাৰতৰ দ্বিতীয় চেটেলাইট নিউজ চেনেল নিউজ লাইভ প্ৰতিষ্ঠা হৈছিল
জন্ম
- ১৯৩০ - কমলেন্দু দেৱ ক্ৰোৰী, ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ।
- ১৯৩৮ - কুল বৰুৱা, অসমীয়া গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী আৰু সংগীত পৰিচালক।
- ১৯৪৩ - প্ৰতিভা ৰায়, ভাৰতীয় সাহিত্যিক আৰু শিক্ষাবিদ।
- ১৯৬০ - অতুল পাচনী, অসমীয়া অভিনেতা।
- ১৯৭৯ - জোহান এডয়াৰ্ড হৰি, ব্ৰিটিছ-ছুইজাৰলেণ্ডৰ লেখক আৰু সাংবাদিক।
- ১৯৮৬ - সুশান্ত সিং ৰাজপুত, ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেতা তথা নৃত্যশিল্পী।
মৃত্যু
- ১৭৯৩ - ষোড়শ লুইক গিলোটিন, ফৰাচী সম্ৰাট।
- ১৯২৪ - ভ্লেডিমিৰ লেনিন, ৰুছ বিপ্লৱৰ নেতা।
- ১৯৫০ - জৰ্জ অৰৱেল, ইংৰাজ ঔপন্যাসিক আৰু নিবন্ধকাৰ।
- ১৯৭৭ - গজেন বৰুৱা, অসমীয়া নৃত্যশিল্পী।
- ১৯৮১ - বিষ্ণুৰাম মেধি, অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামৰ মুক্তিযোদ্ধা।
- ২০০৬ - দিলীপ চৌধুৰী, অসমীয়া সংগীতশিল্পী।
- ২০১৬ - মৃণালিনী সাৰাভাই, ভাৰতীয় শাস্ত্ৰীয় নৃত্যবিশাৰদ আৰু নৃত্য পৰিচালক।
দিৱস
- পতাকা দিৱস (কুইবেক)।
বাহ্যিক সংযোগ
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২১ জানুৱাৰী” প্ৰবন্ধৰ সংশোধন ৩৪৩০৮৬ (১৯ জানুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।