অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হৰ্ষ পাল

হৰ্ষ পাল কামৰূপ ৰাজ্যৰ পাল বংশৰ শাসক গো পাল আৰু ৰাণী নয়নাৰ পুত্ৰ। তেওঁ ১০১৫-১০৩৫ খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিল। ধৰ্ম পালৰ তামৰ ফলিৰ বৰ্ণনাত উল্লেখ আছে যে বিখ্যাত আৰু উৎসাহী ৰজা গো পালৰ এগৰাকী উচ্চ খ্যাতিসম্পন্ন নয়না নামৰ পত্নী আছিল।

হালনাগাদ: ২৫ নৱেম্বৰ ২০২৫ ১৫৮ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

হৰ্ষ পাল কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) ৰাজ্যৰ পাল ৰাজবংশ (কামৰূপ)ৰ শাসক গো পাল আৰু ৰাণী নয়নাৰ পুত্ৰ। তেওঁ ১০১৫-১০৩৫ খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিল।১

ধৰ্ম পালৰ তামৰ ফলিৰ বৰ্ণনাত উল্লেখ আছে যে বিখ্যাত আৰু উৎসাহী ৰজা গো পালৰ এগৰাকী উচ্চ খ্যাতিসম্পন্ন নয়না নামৰ পত্নী আছিল। তেওঁ পাল বংশৰ বন্তিৰ নিচিনা উজ্জ্বল আৰু ত্ৰিলোকত যশস্যা বিয়পি পৰা যশস্বী পুত্ৰ সন্তান হৰ্ষ পালক জন্ম দিলে।

অতিৰিক্ত পঠন

  • Vasu, Nagendranath. The Social History of Kamarupa
  • Tripathi, Chandra Dhar. Kāmarūpa-Kaliṅga-Mithilā:a politico-cultural alignment in Eastern India: history, art, traditions. Indian Institute of Advanced Study
  • Wilt, Verne David. Kamarupa
  • Gorakhpuri, Raghupatisahaya. Kamarupa
  • Majumdar, Ramesh Chandra. Ancient India
  • Kapoor, Subodh. Encyclopaedia of ancient Indian geography
  • Sen, Sailendra Nath. Ancient Indian History and Civilization
  • Kapoor, Subodh. The Indian encyclopaedia: biographical, historical, religious, administrative, ethnological, commercial and scientific
  • Sarkar, Ichhimuddin. Aspects of historical geography of Prāgjyotiṣa-Kāmarūpa (ancient Assam)
  • Deka, Phani. The great Indian corridor in the east
  • Pathak, Guptajit. Assam's history and its graphics
  • Samiti, Kāmarūpa Anusandhāna. Readings in the history & culture of Assam

তথ্যসূত্ৰ

  1. ↑ Choudhury, P. C. The History of Civilisation of the People of Assam to the Twelfth Century A.D

সম্পৰ্কিত শ্ৰেণী

পুৰণি আৰু মধ্যযুগীয় অসমপাল ৰাজবংশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰ্ষ পাল” প্ৰবন্ধৰ সংশোধন ৫৫৭২৯৭ (২৫ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।