অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হেমন্ত কুমাৰ শৰ্মা

হেমন্ত কুমাৰ শৰ্মা ( hemnta kumar sharma) আছিল অসমীয়া সাহিত্য সংস্কৃতিৰ সাধক, বলিষ্ঠ গদ্য লেখক, সমালোচক আৰু গৱেষক|

হালনাগাদ: ২০ ছেপ্তেম্বৰ ২০২৫ ৩৮ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

হেমন্ত কুমাৰ শৰ্মা ( hemnta kumar sharma) আছিল অসমীয়া সাহিত্য সংস্কৃতিৰ সাধক, বলিষ্ঠ গদ্য লেখক, সমালোচক আৰু গৱেষক|১

জন্ম আৰু বংশ পৰিচয়

১৯৩২ চনত তেখেতৰ জন্ম হৈছিল।২

শিক্ষা আৰু কৰ্মজীৱন

  • হেমন্ত কুমাৰ শৰ্মাই অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি কটন কলেজত অসমীয়া বিভাগত অধ্যাপনা কৰিছিল|২ তেওঁ অসম সাহিত্য সভা, অসম জনকৃষ্টি সমাজ আৰু বিভিন্ন সাংস্কৃতিক বিষয়ক অনুষ্ঠানৰ লগত জঢ়িত আছিল|২

গ্ৰন্থৰাজি

  • অসমীয়া সাহিত্যৰ দৃষ্টিপাত|
  • সেই মালাধাৰী
  • সাহিত্য সৌৰভ
  • অসমীয়া সাহিত্যৰ ৰেঙনি|
  • সাহিত্য বিচিত্ৰা|
  • সাহিত্যৰ জেউতি|
  • কবেৰীৰ পাৰে পাৰে|
  • স্মৃতিৰ পলাশ|
  • সেই মালাধাৰী|
  • ৰাখি বন্ধন|
  • সন্ধ্যাৰাগ|
  • জীৱনী সৌৰভ|২

সংকলন আৰু সম্পাদনা

  • কামৰূপী লোকগীতি সংগ্ৰহ| ২
  • কিংবদন্তীৰ সাধু|২
  • অসমীয়া লোকগীত সঞ্চয়ন|২

মৃত্যু

হেমন্ত কুমাৰ শৰ্মাৰ চাকৰিকালীন অৱস্থাতে ১৯৯২ চনৰ ১৯ জানুৱাৰীত মৃত্যু হয়।৩

তথ্যসূত্ৰ

  1. ↑ Hemant Kumar Sarma-Brief Life Sketch. menonimus.org
  2. ↑ ৰাবিব মছৰুৰ. (প্ৰথম প্ৰকাশ ২০১৯). অসমীয়া লেখক পৰিচয় (ইণ্টাৰনেট সংস্কৰণ). গ্ৰোহিলচ পব্লিশিং(কমলপুৰ, বৰপেটা,অসম)
  3. ↑ ৰাবিব মছৰুৰ. (প্ৰথম প্ৰকাশ ২০১৯). অসমীয়া লেখক পৰিচয় (ইণ্টাৰনেট সংস্কৰণ). গ্ৰোহিলচ পব্লিশিং(কমলপুৰ, বৰপেটা,অসম)

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেমন্ত কুমাৰ শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫৩৯৪৬৪ (২০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।