অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হেমেন হাজৰিকা

হোমেন হাজৰিকা (humen হাজৰিকা) হৈছে এগৰাকী অসমীয়া গায়ক,সুৰকাৰ আৰু গীতিকাৰ |

হালনাগাদ: ২৯ নৱেম্বৰ ২০২৪ ৬৯ শব্দ · ১ মিনিট সংগৃহীত ৪৭
সংশোধনৰ পৰামৰ্শ

হোমেন হাজৰিকা (humen হাজৰিকা) হৈছে এগৰাকী অসমীয়া গায়ক,সুৰকাৰ আৰু গীতিকাৰ | ১

জন্ম আৰু বংশ পৰিচয়

উত্তৰ গোৱাহাটীৰ ৰজাদুৱাৰত ১৯২৬ চনত জন্ম লাভ কৰে | ২

সাহিত্যৰাজি

হোমেন হাজৰিকাই গাঁৱলীয়া জীৱনৰ বিহু আৰু বনগীতৰ ৰচনা কৰে |তেওঁ সংগীত পৰিচালনা কৰা একমাত্ত ছৱিখন হৈছে দ্বিজেন্দ্ৰ নাৰায়ণ দেৱ পৰিচালিত ৰাংধালী (১৯৭৯) | এই ছবিৰ ´ৰিং মাৰি শুনিলোঁ `,´ জাক জাক জাকৈয়া ছোৱালী`,´আকাশে নামিলে বেলা` আদি অতি জনপ্ৰিয় গীতবোৰৰ ৰচয়িতাও হাজৰিকা |৩

সৃষ্টিশীল গ্ৰন্থ

যেনে প্ৰবন্ধ সংকলন, কবিতা, গল্প, উপন্যাস আদি

তথ্যসূত্ৰ

  1. ↑ কথা বৰেণ্য১০০,শোণিত বিজয় দাস আৰু মুনীন বায়ন,পৃষ্ঠা নং২৮৮
  2. ↑ কথা বৰেণ্য১০০,শোণিত বিজয় দাস আৰু মুনীন বায়ন,পৃষ্ঠা নং২৮৮
  3. ↑ কথা বৰেণ্য১০০,শোণিত বিজয় দাস আৰু মুনীন বায়ন,পৃষ্ঠা নং২৮৮

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালকঅসমীয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীঅসমৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেমেন হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৪৪৯৫৩৫ (২৯ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।