অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
২৩ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২৫ নৱেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২৭ আগষ্ট
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২৯ নৱেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৩ ছেপ্টেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 36, চমুকৈ NH 36) হৈছে অসম আৰু নাগালেণ্ডৰ মাজত সংযোগ স্থাপন কৰা ৰাষ্ট্ৰীয় ঘাইপথ। অসমৰ নগাঁওত আৰম্ভ হৈ এই ঘাইপথটো নাগালেণ্ডৰ ডিমাপুৰত শেষ হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 170 কি.মি.। ইয়াৰে 167 কি.মি. অসমত আৰু 3 কি.মি. নাগালেণ্ডত আছে।
-
৪ ছেপ্টেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৪ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
ৰাষ্ট্ৰীয় ঘাইপথ নং ৪৪ ( National Highway 44, চমুকৈ NH 44)হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটোৱে মেঘালয়ৰ ৰাজধানী শ্বিলঙক ত্ৰিপুৰাৰ চাব্ৰুমৰ লগত সংযোগ কৰিছে। এই ঘাইপথটো ভাৰতৰ তিনিখন ৰাজ্য: মেঘালয়, [[অসম আৰু ত্ৰিপুৰাৰ মাজেৰে পাৰ হৈ গৈছে।
-
৫ জুলাই
১৮১১ - স্পেইনৰ পৰা ভেনিজুৱেলাই স্বাধীনতা লাভ কৰে। ১৯৪৭ - ব্ৰিটিছ সংসদত ভাৰতৰ স্বাধীনতাৰ বিধেয়ক গৃহীত হৈছিল। ১৯৫৪ - অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয় গঠন কৰা হয়। ১৯৬২ - আলজেৰিয়াই ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰে। ১৯৭৫ - পৰ্তুগালৰ পৰা কেপ ভাৰ্দেয়ে স্বাধীনতা লাভ কৰে।
-
৬ নৱেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
ৰ
ৰ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৭ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ৰ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ৰ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
ৰং (শ্ৰব্য এলবাম)
ৰং হৈছে এন কে প্ৰডাক্চন প্ৰযোজিত এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। এলবামটিৰ আটাইকেইটি গীতৰ কথা, সুৰ আৰু সংগীত ব্যৱস্থাপনা জুবিন গাৰ্গৰ। গীতসমূহত কণ্ঠদান কৰে জুবিন আৰু মহালক্ষ্মী আয়াৰে আৰু জুবিনৰ গান এলবামৰ পিছত তেওঁলোকৰ দ্বিতীয় সহযোগিতা আছিল।
-
ৰংখাং বিধানসভা সমষ্টি
ৰংখাং বিধানসভা সমষ্টি (ইংৰাজী: Rongkhang Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত এই সমষ্টিটো নতুনকৈ গঠন কৰা হয়।
-
ৰঙা নুনী
ৰঙা নুনী (red mulberry, বৈজ্ঞানিক নাম: Morus rubra) উত্তৰ আমেৰিকাৰ পূব আৰু মধ্য অঞ্চলৰ থলুৱা এবিধ নুনীৰ প্ৰজাতি। ইয়াক অণ্টাৰিঅ', মিনেছ'টা আৰু ভাৰমণ্টৰ পৰা দক্ষিণে দক্ষিণ ফ্ল'ৰিডালৈকে আৰু পশ্চিমে দক্ষিণ-পূব দক্ষিণ ডাকোটা, নেব্ৰাস্কা, কেনছাছ আৰু মধ্য টেক্সাছলৈকে পোৱা যায়।
-
ৰঙানদী বিধানসভা সমষ্টি
ৰঙানদী বিধানসভা সমষ্টি (ইংৰাজী: Rongonadi Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত লখিমপুৰ জিলাৰ অন্তৰ্গত এই সমষ্টিটো নতুনকৈ গঠন কৰা হয় (পূৰ্বৰ নাওবৈচা সমষ্টিৰ একাংশ বিলুপ্ত কৰি ইয়াৰ সৃষ্টি কৰা হৈছিল)।
-
ৰঙাপাৰা বিধানসভা সমষ্টি
ৰঙাপাৰা বিধানসভা সমষ্টি (ইংৰাজী: Rangapara Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও শোণিতপুৰ জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
-
ৰঙাপৰা মহাবিদ্যালয়
ৰঙাপৰা মহাবিদ্যালয় (স্বায়ত্তশাসিত) (ইংৰাজী: Rangapara College [Autonomous]) বিজ্ঞান, বাণিজ্য. কলা আৰু শিক্ষক শিক্ষণ শাখাত শিক্ষা গ্ৰহণৰ সুবিধা থকা অসমৰ এখন স্বায়ত্তশাসিত চৰকাৰী উচ্চ শিক্ষানুষ্ঠান।
-
ৰঙামূৰীয়া বাঢ়ৈটোকা
ৰঙামূৰীয়া বাঢ়ৈটোকা (Common Flameback বা Common Goldenback, বৈজ্ঞানিক নাম-Dinopium javanense) 'Picidae' গোটৰ অন্তৰ্ভুক্ত বাঢ়ৈটোকা চৰাইৰ এটা প্ৰজাতি৷
-
ৰঙিয়া জংচন ৰেল ষ্টেচন
ৰঙিয়া জংচন হৈছে বাৰাউনী-গুৱাহাটী ৰেলপথৰ নিউ বঙাইগাঁও-গুৱাহাটী শাখাত আৰু ৰঙিয়া-ৰঙাপাৰা-ডেকাৰগাঁও/মুৰ্কংচেলেক পথত থকা এটি জংচন ৰেলৱে ষ্টেচন। ই কামৰূপ জিলাৰ ৰঙিয়া মহকুমাত অৱস্থিত। ই ৰঙিয়া আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চল সমূহৰ মুখ্য ৰেলৱে ষ্টেচন।
-
ৰঙিয়া পৌৰসভা
ৰঙিয়া পৌৰসভা (ইংৰাজী: Rangia Municipal Board) হৈছে ৰঙিয়া চহৰৰ স্থানীয় শাসন ব্যৱস্থা। ১৯৫৬ চনৰ ১ জানুৱাৰীত ৰঙিয়া পৌৰসভা খন প্ৰতিষ্ঠা কৰা হৈছিল। ২৭,৮৮৯ জনসংখ্যাৰে (২০১১ চনৰ লোকপিয়ল অনুসৰি), ৰঙিয়া পৌৰসভাৰ আয়তন ৯.২৫ বৰ্গ কিলোমিটাৰ।
-
ৰঙিয়া মহাবিদ্যালয়
ৰঙিয়া মহাবিদ্যালয় (Rangia College) হৈছে অসমৰ কামৰূপ জিলাৰ ৰঙিয়া চহৰত অৱস্থিত; ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এক উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
ৰঙিয়া ৰাইজমেল
ৰঙিয়া ৰাইজমেল (Rangia Raijmel) ৰঙিয়াৰ কৃষকসকলে ব্ৰিটিছৰ বৰ্দ্ধিত ভূমিকৰৰ বিৰুদ্ধে গঢ়ি তোলা এটা কৃষক বিদ্ৰোহ। এই বিদ্ৰোহ সংঘটিত হৈছিল ১৮৯৪ চনৰ ১০ জানুৱাৰীত। সেইদিনা প্ৰায় তিনিহাজাৰ খেতিয়কে লাঠি-টোকানসহ ৰঙিয়া থানাৰ সন্মুখত অৱস্থান কৰিছিল। বিদ্ৰোহীসকলৰ আক্ৰমণত কামৰূপৰ ডেপুটি কমিচনাৰ মেকাবি (R.B.
-
ৰজনীকান্ত দত্ত
ৰজনীকান্ত দত্ত হৈছে অসমৰ এজন শিক্ষাবিদ, বক্তা আৰু শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন পদাধিকাৰ। তেখেতৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ জোলাগাঁওত; ১৯৩৪ চনৰ ১৩ এপ্ৰিলত৷ তেখেতৰ পিতৃৰ নাম হাওবড়া দত্ত আৰু মাতৃৰ নাম গোলাপী দত্ত ৷ ২০১১ চনত কাৰ্বি আংলঙৰ বকলীয়াঘাটৰ "জয়হৰি ক্ষেত্ৰ"ত অনুষ্ঠিত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিৱেশনৰ…
-
ৰজনীগন্ধা
ৰজনীগন্ধা (Tuberose) এক অন্যতম জনপ্ৰিয় ফুল। সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান আৰু ফুলদানী সজোৱাৰ বাবে ৰজনীগন্ধা ব্যাপকভাবে ব্যবহৃত হয়। তদুপৰি এই ফুলৰ নিৰ্যাসৰ পৰা সুগন্ধিও তৈয়াৰ কৰা হয়। গোটেই বছৰেই বাজাৰত এই ফুলৰ চাহিদা বেছি থাকে। ৰজনীগন্ধাৰ কন্দৰ দ্বাৰা বংশবৃদ্ধি কৰা হয়।
-
ৰঞ্জনা শৰ্মা বৰদলৈ
ৰঞ্জনা শৰ্মা বৰদলৈ (Ranjana Sharma Bordoloi; জন্ম: ০৮ ফেব্ৰুৱাৰী, ১৯৪৮ ) অসমীয়া চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী তথা নৃত্যাংগণা। ২০২৫ চনৰ ২১ ডিচেম্বৰত ডিব্ৰুগড়ৰ JJM হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।
-
ৰঞ্জিত দত্ত
ৰঞ্জিত দত্ত (জন্ম ২৪ জানুৱাৰী ১৯৫৭) এজন ৰাজনৈতিক তথা লোকসভাৰ এগৰাকী সাংসদ। তেওঁ ২০০১ চনৰ পৰা ২০১১ চনলৈকে বিহালী সমষ্টিৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ২০১৬ চনৰ পৰা ২০২১ চনলৈ দত্ত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী আছিল।
-
ৰঞ্জিৎ শেখৰ মুছাহাৰী
ৰঞ্জিৎ শেখৰ মুছাহাৰী (Ranjit Shekhar Mooshahary; জন্ম ১৯৪৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০০৮ চনৰ পৰা ২০১৩ চনলৈ মেঘালয়ৰ ৰাজ্যপাল হিচাপে নিযুক্ত আছিল (১ জুলাই ২০০৮ ৰ পৰা ৭ জুলাই ২০১৩ লৈকে)।
-
ৰবীন্দ্ৰ বৰা
ৰবীন্দ্ৰ বৰা(Rabindra Borah জন্ম: ২৫ ফেব্ৰুৱাৰী, ১৯৩৯- মৃত্যু: ১১ আগষ্ট, ২০২৪) ৰামধেনু যুগৰ এগৰাকী অসমীয়া কবি। বৰা এগৰাকী কাব্য সমালোচক হিচাপেও পৰিচিত।
-
ৰবীন্দ্ৰনাথ উপাধ্যায়
ৰবীন্দ্ৰনাথ উপাধ্যায় (১৯২৩–২০১০) এগৰাকী ভাৰতীয় গান্ধীবাদী সমাজ সেৱক। তেওঁ অসমৰ কুমাৰিকা গাঁৱৰ সামাজিক উন্নয়নৰ কাৰণে বেচৰকাৰী সংগঠন 'তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘ' প্ৰতিষ্ঠা কৰিছিল। ২০০৩ চনত তেওঁ সমাজসেৱাৰ যমুনালাল বাজাজ বঁটা লাভ কৰিছিল।