কবিন্দৰ সিং বিষ্ট (Kavinder Singh Bisht; জন্ম: ১ ফেব্ৰুৱাৰী ১৯৯৫) এজন ভাৰতীয় বক্সাৰ। তেওঁ ফেদাৰৱেট শাখাত প্ৰতিদ্বন্দ্বিতা কৰে। ২০১৯ চনৰ এছিয়ান এমেচাৰ বক্সিং চেম্পিয়নশ্বিপত বিষ্টে পুৰুষৰ বেণ্টামৱেইট শাখাত ৰূপৰ পদক লাভ কৰিছিল,১ কোৱাৰ্টাৰ ফাইনেলত তেওঁ বৰ্তমানৰ বিশ্ব চেম্পিয়ন কাইৰাট য়েৰালিয়েভক পৰাস্ত কৰিছিল।২৩
এআইবিএ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত বিষ্ট ২০১৭ চনত ফ্লাইৱেট শাখাত কোৱাৰ্টাৰ ফাইনেলিষ্ট আছিল৪ আৰু ২০১৯ চনত ফেদাৰৱেট শাখাতো কোৱাৰ্টাৰ ফাইনেলিষ্ট আছিল।৫
তথ্যসূত্ৰ
- ↑ (26 April 2019). Asian Boxing Championships: Amit Panghal bags second successive gold; Deepak Singh, Kavinder Singh Bisht claim silver. Firstpost
- ↑ (22 April 2019). Kavinder Bisht stuns world champ Yeraliyev to enter Asian Championship semis. Sportstar
- ↑ ASBC Elite Boxing Championships 2019
- ↑ (31 August 2017). World Boxing Championships: Gaurav Bidhuri settles for bronze after semifinal loss. DNA India
- ↑ (18 September 2019). World Boxing Championships: Amit Panghal, Manish Kaushik Advance To Semi-Final, Kavinder Bisht, Sanjeet Knocked Out. NDTV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কবিন্দৰ সিং বিষ্ট” প্ৰবন্ধৰ সংশোধন ৬১৩৩৪৫ (২১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।