ভাৰতত বৰ্তমান ৮৫ টা ৰামচাৰ ক্ষেত্ৰ আছে। এইবোৰ ৰামচাৰ সন্মিলনৰ অধীনত "আন্তৰ্জাতিক গুৰুত্ব"ৰ আৰ্দ্ৰভূমি হিচাপে স্বীকৃতিপ্ৰাপ্ত। ১৯৭১ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে ইৰানৰ ৰামচৰ চহৰত অনুষ্ঠিত ‘ৰামচৰ সন্মিলন’ৰ যোগেদি বিশ্বজুৰি আৰ্দ্ৰভূমিসমূহৰ সংৰক্ষণৰ আইন প্ৰণয়ন কৰা হয়। ডব্লিউডব্লিউএফ-ইণ্ডিয়াৰ মতে, আৰ্দ্ৰভূমিসমূহ ভাৰতৰ আটাইতকৈ বেছি বিপদাপন্ন পৰিস্থিতি তন্ত্ৰ। অৰণ্য ধ্বংস, ভূমিৰ লৱণৰ পৰিমাণ বৃদ্ধি, অত্যধিক পানী জমা হোৱা, জল প্ৰদূষণ, আক্ৰমণ প্ৰজাতি, অত্যধিক বিকাশ আৰু পথ নিৰ্মাণে দেশৰ আৰ্দ্ৰভূমি ক্ষতিগ্ৰস্ত কৰিছে।১ ২০২১ চনৰ আগষ্ট মাহলৈকে ভাৰতত ৪৬টা স্বীকৃতিপ্ৰাপ্ত ৰামচাৰ ক্ষেত্ৰ আছে।২
ক্ষেত্ৰসমূহ
২০২১ চনৰ আগষ্ট মাহলৈকে ভাৰতত ৪৬ টা ৰামচাৰ ক্ষেত্ৰ আছে।৩৪৫
| ক্ৰমিক নং | নাম৪ | অৱস্থান | অন্তৰ্ভূক্তি | মাটিকালি;(কিঃমিঃ২) | আলোকচিত্ৰ |
|---|---|---|---|---|---|
| ১ | অষ্টমুদি হ্ৰদ | কেৰালা | ১৯ আগষ্ট ২০০২ | ৬১৪ | |
| ২ | ব্যাস সংৰক্ষণ ৰিজাৰ্ভ | পঞ্জাব | ২৬ ছেপ্টেম্বৰ ২০১৯ | ৬৪ | |
| ৩ | ভিতৰকণিকা মেনগ্ৰোভ | ওড়িশা | ১৯ আগষ্ট ২০০২ | ৬৫০ | |
| ৪ | ভুজ আৰ্দ্ৰভূমি | মধ্য প্ৰদেশ | ১৯ আগষ্ট ২০০২ | ৩২ | |
| ৫ | চন্দ্ৰ তাল | হিমাচল প্ৰদেশ | ৮ নৱেম্বৰ ২০০৫ | ০.৪৯ | |
| ৬ | চিল্কা হ্ৰদ | ওড়িশা | ১ অক্টোবৰ ১৯৮১ | ১১৬৫ | |
| ৭ | দীপৰ বিল | অসম | ১৯ আগষ্ট ২০০২ | ৪০ | |
| ৮ | পূব কলকাতা আৰ্দ্ৰভূমি | পশ্চিমবংগ | ১৯ আগষ্ট ২০০২ | ১২৫ | |
| ৯ | হাৰিকে আৰ্দ্ৰভূমি | পঞ্জাব | ২৩ মাৰ্চ ১৯৯০ | ৪১ | |
| ১০ | হকেৰা আৰ্দ্ৰভূমি | জম্মু আৰু কাশ্মীৰ | ৮ নৱেম্বৰ ২০০৫ | ১৩.৭৫ | |
| ১১ | কাঞ্জ্লি আৰ্দ্ৰভূমি | পঞ্জাব | ২২ জানুৱাৰী ২০০২ | ১.৮৩ | |
| ১২ | কেওলাদেও ৰাষ্ট্ৰীয় উদ্যান | ৰাজস্থান | ১ অক্টোবৰ ১৯৮১ | ২৮.৭৩ | |
| ১৩ | কেশ্ব'পুৰ-মিয়ানী সমূদায় ৰিজাৰ্ভ | পঞ্জাব | ২৬ ছেপ্টেম্বৰ ২০১৯ | ৩৪ | |
| ১৪ | কল্লেৰু হ্ৰদ | অন্ধ্ৰপ্ৰদেশ | ১৯ আগষ্ট ২০০২ | ৯০১৬ | |
| ১৫ | লকটক হ্ৰদ | মণিপুৰ | ২৩ মাৰ্চ ১৯৯০ | ২৬৬ | |
| ১৬ | নালসৰোবৰ পক্ষী অভয়াৰণ্য | গুজৰাট | ২৪ ছেপ্টেম্বৰ ২০১২ | ১২৩ | |
| ১৭ | নান্দুৰ মধমেশ্বৰ পক্ষী অভয়াৰণ্য | মহাৰাষ্ট্ৰ | ২১ জুন ২০১৯ | ১৪ | |
| ১৮ | নাংগল অভয়াৰণ্য | পঞ্জাব | ২৬ ছেপ্টেম্বৰ ২০১৯ | ১ | |
| ১৯ | নৱাবগঞ্জ পক্ষী অভয়াৰণ্য | উত্তৰ প্ৰদেশ | ১৯ ছেপ্টেম্বৰ ২০১৯ | ২ | |
| ২০ | পাৰ্বতী আৰগা পক্ষী অভয়াৰণ্য | উত্তৰ প্ৰদেশ | ২ ডিচেম্বৰ ২০১৯ | ৭ | |
| ২১ | পইণ্ট কেলিমিয়াৰ বন্যপ্ৰাণী আৰু পক্ষী অভয়াৰণ্য | তামিলনাডু | ১৯ আগষ্ট ২০০২ | ৩৮৫ | |
| ২২ | পং ডাম হ্ৰদ | হিমাচল প্ৰদেশ | ১৯ আগষ্ট ২০০২ | ১৫৬.৬২ | |
| ২৩ | ৰেণুকা হ্ৰদ | হিমাচল প্ৰদেশ | ৮ নৱেম্বৰ ২০০৫ | ০.২ | |
| ২৪ | ৰোপড় আৰ্দ্ৰভূমি | পঞ্জাব | ২২ জানুৱাৰী ২০০২ | ১৩.৬৫৭ | |
| ২৫ | ৰুদ্ৰসাগৰ হ্ৰদ | ত্ৰিপুৰা | ৮ নৱেম্বৰ ২০০৫ | ২.৪ | |
| ২৬ | চমন পক্ষী অভয়াৰণ্য | উত্তৰ প্ৰদেশ | ২ ডিচেম্বৰ ২০১৯ | ৫ | |
| ২৭ | সমসপুৰ পক্ষী অভয়াৰণ্য | উত্তৰ প্ৰদেশ | ৩ অক্টোবৰ ২০১৯ | ৮ | |
| ২৮ | সাম্ভৰ হ্ৰদ | ৰাজস্থান | ২৩ মাৰ্চ ১৯৯০ | ২৪০ | |
| ২৯ | চান্দি পক্ষী অভয়াৰণ্য | উত্তৰ প্ৰদেশ | ২৬ ছেপ্টেম্বৰ ২০১৯ | ৩ | |
| ৩০ | সৰচাই নাৱাৰ ঝিল | উত্তৰ প্ৰদেশ | ১৯ ছেপ্টেম্বৰ ২০১৯ | ২ | |
| ৩১ | সস্থামকট্টা হ্ৰদ | কেৰালা | ১৯ আগষ্ট ২০০২ | ৩.৭৩ | |
| ৩২ | সুন্দৰবন | পশ্চিমবংগ | ১ ফেব্ৰুৱাৰী ২০১৯ | ৪২৩০ | |
| ৩৩ | মানসৰ হ্ৰদ | জম্মু আৰু কাশ্মীৰ | ৮ নৱেম্বৰ ২০০৫ | ৩.৫৮ | |
| ৩৪ | ছ' মৰিৰী | লাডাখ | ১৯ আগষ্ট ২০০২ | ১২০ | |
| ৩৫ | উজনি গংগা নদী | উত্তৰ প্ৰদেশ | ৮ নৱেম্বৰ ২০০৫ | ২৬৫.৯ | |
| ৩৬ | ভেমবান্দ-কল আৰ্দ্ৰভূমি | কেৰালা | ১৯ আগষ্ট ২০০২ | ১৫১২.৫ | |
| ৩৭ | উলাৰ হ্ৰদ | জম্মু আৰু কাশ্মীৰ | ২৩ মাৰ্চ ১৯৯০ | ১৮৯ | |
| ৩৮ | আচান বেৰেজ | উত্তৰাখণ্ড | ২১ জুলাই ২০২০ | ৪.৪৪ | |
| ৩৯ | কাবৰ হ্ৰদ পক্ষী অভয়াৰণ্য | বিহাৰ | ২১ জুলাই ২০২০ | ২৬.২ | |
| ৪০ | কিথাম হ্ৰদ | উত্তৰ প্ৰদেশ | ১৩ নৱেম্বৰ ২০২০ | ৪.৩১ | |
| ৪১ | লোনাৰ হ্ৰদ | মহাৰাষ্ট্ৰ | ১৩ নৱেম্বৰ ২০২০ | ৪.২৭ | |
| ৪২ | ছ' কাৰ | লাডাখ | ১৭ নৱেম্বৰ ২০২০ | ৯৫.৭৭ | |
| ৪৩ | চুলতানপুৰ ৰাষ্ট্ৰীয় উদ্যান | হাৰিয়ানা | ১৪ আগষ্ট ২০২১ | ১৪২.৫ | |
| ৪৪ | ভিন্দাৱাছ অভয়াৰণ্য | হাৰিয়ানা | ১৪ আগষ্ট ২০২১ | ৪.১১ | |
| ৪৫ | থল হ্ৰদ | গুজৰাট | ১৪ আগষ্ট ২০২১ | ৬.৯৯ | |
| ৪৬ | ৱাধবন আৰ্দ্ৰভূমি | গুজৰাট | ১৪ আগষ্ট ২০২১ | ১০.৩৮ |
তথ্যসূত্ৰ
- ↑ O'Neill, A. R. (2019). Evaluating high-altitude Ramsar wetlands in the Sikkim Eastern Himalayas. Global Ecology and Conservation. পৃ. 19
- ↑ Ramsar sites in India
- ↑ The List of Wetlands of International Importance (The Ramsar List) | Ramsar
- ↑ Ramsar List. Ramsar.org
- ↑ www.wiienvis.nic.in/Database/ramsar_wetland_site
- ↑ Kolleru Lake | Ramsar Sites Information Service
- ↑ India | Ramsar
- ↑ Surinsar-Mansar Lakes. Ramsar Sites Information Service
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ ৰামচাৰ ক্ষেত্ৰসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৪৩০৭৫১ (৩ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।