এই তালিকাত অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সাহিত্য, কলা, সংগীত, খেল, চলচ্চিত্ৰ আদি বিভিন্ন শিতানত প্ৰদান কৰা বঁটা আৰু সন্মানসমূহৰ তালিকা দিয়া হৈছে৷
চৰকাৰী বঁটাসমূহ
তলৰ বঁটাসমূহ অসম চৰকাৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক খ্যাতি অৰ্জন কৰা ব্যক্তি বা অনুষ্ঠানক প্ৰদান কৰে।১
| নং | বঁটাৰ নাম | পৰ্যায় | প্ৰথম প্ৰদান | অন্তৰাল |
|---|---|---|---|---|
| ১ | শ্ৰীমন্ত শংকৰদেৱ বঁটা | ৰাষ্ট্ৰীয় | ১৯৮৬ | ৩ বছৰ |
| ২ | আজান পীৰ বঁটা | ৰাষ্ট্ৰীয় | ২০০৪ | ২ বছৰ |
| ৩ | ফখৰুদ্দিন আলি আহমেদ সোঁৱৰণী বঁটা | ৰাষ্ট্ৰীয় | ২০০৫ | ২ বছৰ |
| ৪ | চুকাফা বঁটা | ৰাষ্ট্ৰীয় | ২০০৫ | ৩ বছৰ |
| ৫ | বীৰ চিলাৰায় বঁটা | ৰাষ্ট্ৰীয় | ২০০৬ | ৩ বছৰ |
| ৬ | কৃষ্ণকান্ত সন্দিকৈ সোঁৱৰণী বঁটা | ৰাষ্ট্ৰীয় | ২০০৬ | ২ বছৰ |
| ৭ | মাধৱদেৱ বঁটা | ৰাষ্ট্ৰীয় | ২০০৯ | ৩ বছৰ |
| ৮ | কালিচৰণ ব্ৰহ্ম বঁটা | ৰাষ্ট্ৰীয় | ২০০৯ | ২ বছৰ |
| ৯ | গোপীনাথ বৰদলৈ বঁটা | ৰাষ্ট্ৰীয় | ২ বছৰ | |
| ১০ | বিষ্ণু ৰাভা বঁটা | ৰাজ্যিক | ১৯৯৩ | বাৰ্ষিক |
| ১১ | শিল্পী বঁটা | ৰাজ্যিক | ১৯৯৯ | বাৰ্ষিক |
| ১২ | ৰাজ্যিক চলচ্চিত্ৰ বঁটা | ৰাজ্যিক | ১৯৯৯ | ২ বছৰ |
| ১৩ | নটসূৰ্য ফণী শৰ্মা বঁটা | ৰাজ্যিক | ২০০৪ | বাৰ্ষিক |
| ১৪ | অমলপ্ৰভা দাস বঁটা | ৰাজ্যিক | ২০০৬ | ৩ বছৰ |
| ১৫ | চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা | ৰাজ্যিক | ২০০৬ | ৩ বছৰ |
| ১৬ | সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা | ৰাজ্যিক | ২০০৮ | ৩ বছৰ |
| ১৭ | ড॰ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা | ৰাজ্যিক | ২০০৯ | ৩ বছৰ |
| ১৮ | অসম ৰত্ন | ৰাজ্যিক | ২০০৮ | ৩ বছৰ |
| ১৯ | বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটা | ৰাজ্যিক | ২০০৯ | ৩ বছৰ |
| ২০ | গনেশ গগৈ বঁটা | ৰাজ্যিক | ২০০৯ | ৩ বছৰ |
| ২১ | মামণি ৰয়ছম বঁটা | ৰাজ্যিক | ২০১৩ | ৩ বছৰ |
| ২২ | সতী সাধনী বঁটা | ৰাজ্যিক | ২০১৫ | ৩ বছৰ |
| ২৩ | আহমেদ আলি বাসকান্দি বঁটা | ৰাজ্যিক | ২০১৫ | ৩ বছৰ |
| ২৪ | চৈয়দ আব্দুল মালিক বঁটা | ৰাজ্যিক | ২০১৫ | ৩ বছৰ |
| ২৫ | শোণিতকোঁৱৰ গজেন বৰুৱা বঁটা | ৰাজ্যিক | ২০১৭ | |
| ২৬ | অসম ৱিভূষন | ৰাজ্যিক | ২০২২ |
আন বঁটা-সন্মানসমূহ
- অসম সাহিত্য সভাই প্ৰদান কৰা বিভিন্ন বঁটা আৰু সন্মান
- অসম উপত্যকা সাহিত্য বঁটা
- আনন্দৰাম বৰুৱা বঁটা
- কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা
- প্ৰকাশন পৰিষদ বঁটা
- প্ৰাগ চিনে বঁটা
- প্ৰণৱ বৰুৱা শিল্পী বঁটা
- প্ৰবীণা শইকীয়া বঁটা
- মুনীন বৰকটকী বঁটা
- ৰেনেছাঁ অসম বঁটা
- লাচিত বঁটা
- শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা
- সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা
লগতে পঢ়ক
তথ্যসূত্ৰ
- ↑ অসমৰ খ্যাতিমান ব্যক্তিসকলৰ পবিত্ৰ স্মৃতিত দিয়া পুৰস্কাৰসমূহ. অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ বিভিন্ন বঁটা আৰু পুৰস্কাৰ” প্ৰবন্ধৰ সংশোধন ৫৮৬৩০৪ (৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।