অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

প্ৰণৱ বৰুৱা শিল্পী বঁটা

প্ৰণৱ বৰুৱা শিল্পী বঁটা চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত গুৰুত্ব্পূৰ্ণ বৰঙণিৰ বাবে ব্যক্তিবিশেষক প্ৰদান কৰা এটা বঁটা। প্ৰয়াত যশস্বী শিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত প্ৰতিবছৰে তেওঁৰ জন্মদিন ২২ ফেব্ৰুৱাৰীত এই বঁটাৰ প্ৰদান কৰা হয়।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ২১৫ শব্দ · ১ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

প্ৰণৱ বৰুৱা শিল্পী বঁটা চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত গুৰুত্ব্পূৰ্ণ বৰঙণিৰ বাবে ব্যক্তিবিশেষক প্ৰদান কৰা এটা বঁটা। প্ৰয়াত যশস্বী শিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত প্ৰতিবছৰে তেওঁৰ জন্মদিন ২২ ফেব্ৰুৱাৰীত এই বঁটাৰ প্ৰদান কৰা হয়। এই বঁটা ২০০২ চনৰ পৰা প্ৰৱৰ্ত্তন কৰা হৈছে৷ এই বঁটাত এটা স্মাৰক, এখন প্ৰশস্তি-পত্ৰ আৰু নগদ ২৫ হাজাৰ টকা প্ৰদান কৰা হয়।১

বঁটাপ্ৰাপক

এই বঁটা বৰ্তমানলৈকে অসমৰ শোভা ব্ৰহ্ম, বেণু মিশ্ৰ, নীলপৱন বৰুৱা, আদ্য শৰ্মা, বীৰেণ সিং, ননী বৰপূজাৰী, পুলক গগৈ, জিতেন হাজৰিকা, জনক ঝংকাৰ নাৰ্জাৰী, মণিপুৰৰ টি টম্বি সিং আৰু ত্ৰিপুৰাৰ চিত্ৰশিল্পী চিন্ময় ৰয়ক প্ৰদান কৰা হৈছে৷১

বৰ্ষপ্ৰাপকস্থানপেছাশ্ৰেণীতথ্যউৎ‍স
২০০২শোভা ব্ৰহ্মঅসমচিত্ৰশিল্পীচিত্ৰকলা আৰু ভাস্কৰ্য২
২০০৩
২০০৪
২০০৫
২০০৬
২০০৭চিন্ময় ৰয়ত্ৰিপুৰাচিত্ৰশিল্পীচিত্ৰকলা আৰু ভাস্কৰ্য৩
২০০৮
২০০৯
২০১০পুলক গগৈঅসমচলচ্চিত্ৰ নিৰ্মাতাচিত্ৰকলা আৰু ভাস্কৰ্য৪
২০১১জিতেন হাজৰিকাঅসমচিত্ৰশিল্পীচিত্ৰকলা আৰু ভাস্কৰ্য৫
২০১২জনক ঝংকাৰ নাৰ্জাৰীঅসমভাস্কৰ্যশিল্পীচিত্ৰকলা আৰু ভাস্কৰ্য৬
২০১৩কোষকান্ত দেৱগোস্বামীঅসমভাস্কৰ্যশিল্পীচিত্ৰকলা আৰু ভাস্কৰ্য১

তথ্যসূত্ৰ

  1. ↑ (১ জানুৱাৰী,২০১৪). আমাৰ অসমত প্ৰকাশিত বাতৰি
  2. ↑ citation needed
  3. ↑ news.oneindia.in/2007/12/31/tripuras-chinmoy-roy link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
  4. ↑ www.samachar.com/Pranab-Barua-award-presented-to link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
  5. ↑ www.assamtribune.com/scripts/detailsnew.asp?id=j link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
  6. ↑ articles.timesofindia.indiatimes.com/2013-05-20/ link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}

সম্পৰ্কিত শ্ৰেণী

অসমৰ বঁটাসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰণৱ বৰুৱা শিল্পী বঁটা” প্ৰবন্ধৰ সংশোধন ৩৮৫৩৬৯ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।