ভাৰতীয় বিদ্যা, সাহিত্য আৰু ভাষাতত্ব অধ্যয়ন, সংস্কৃত ভাষা, আৰু কলা-সংস্কৃতিলৈ অৱদান আগবঢ়োৱা একোজন পণ্ডিতক প্ৰতিবছৰে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়৷১ আনন্দৰাম বৰুৱা ভাষা,কলা আৰু সংস্কৃতি সংস্থা (ABILAC )ৰ দ্বাৰা প্ৰদত্ত এই বঁটাত আছে নগদ পোন্ধৰ হাজাৰ টকা আৰু এখন মানপত্ৰ৷ বৰ্তমানলৈকে ১৬ গৰাকী ব্যক্তিক এই বঁটা প্ৰদান কৰা হৈছে।
আনন্দৰাম বৰুৱা বঁটা বিজয়ীসকল
| নাম | বৰ্ষ |
|---|---|
| ৰজনী কান্ত দেৱ শৰ্মা | ১৯৯১ |
| আচাৰ্য মনোৰঞ্জন শাস্ত্ৰী | ১৯৯২ |
| বিশ্বনৰায়ণ শাস্ত্ৰী | ১৯৯৩ |
| বীৰেন্দ্ৰ কুমাৰ ফুকন | ১৯৯৪ |
| প্ৰফুল্লদত্ত গোস্বামী | ১৯৯৫ |
| যজ্ঞেশ্বৰ শৰ্মা | ১৯৯৬ |
| হেৰম্বকান্ত বৰপূজাৰী | ১৯৯৭ |
| সত্যেন্দ্ৰ নাথ শৰ্মা | ১৯৯৮ |
| যোগেশ্বৰ শৰ্মা | ১৯৯৯ |
| মুকুন্দ মাধৱ শৰ্মা | ২০০০ |
| গোলোক চন্দ্ৰ গোস্বামী | ২০০১ |
| যোগেন্দ্ৰনাৰায়ণ ভূঞা | ২০০৬ |
| প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য | ২০০৭ |
| হৰিনাথ শৰ্মা দলৈ | ২০১১ |
| Bhadanta Sasana Bangsha Mahathera | ২০১২ |
| কেশৱানন্দ দেৱ গোস্বামী | ২০১৪ |
তথ্যসূত্ৰ
- ↑ Recipients of Anundoram Borooah Award. Anundoram Borooah Institute of Language, Art & Culture, Assam (ABILAC)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনন্দৰাম বৰুৱা বঁটা” প্ৰবন্ধৰ সংশোধন ৩৮৮৪১০ (২৩ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।