ৰঙিয়া মহাবিদ্যালয় (Rangia College) হৈছে অসমৰ কামৰূপ জিলাৰ ৰঙিয়া চহৰত অৱস্থিত; ব্ৰহ্মপুত্ৰ নদৰ উত্তৰ পাৰৰ এক উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।১
ইতিহাস
ৰঙিয়া মহাবিদ্যালয়খনক ১৯৬৩ চনৰ ৫ আগষ্ট তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল৷
বিভাগ
কলা শাখা
- আৰবী
- অসমীয়া
- বঙালী
- বড়ো
- অৰ্থনীতি
- শিক্ষা
- ইংৰাজী
- ইতিহাস
- দৰ্শন
- ৰাজনীতি
- সংস্কৃত
বিজ্ঞান শাখা
- উদ্ভিদ বিজ্ঞান
- ৰসায়ন বিদ্যা
- ভূগোল
- গণিত
- পদাৰ্থ বিজ্ঞান
- প্ৰাণী বিজ্ঞান
বাণিজ্য শাখা
- হিচাপবিদ্যা
- বেংকিং
- বাণিজ্যিক আইন (Commercial law)
- অৰ্থনীতি
- ইংৰাজী (business communication)
- FMIL (commerce)
- তথ্য প্ৰযুক্তি ব্যৱস্থাপনা (Information technology Management)
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঙিয়া মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪১৯৭২৫ (২৬ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।