অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ৰজনীগন্ধা

ৰজনীগন্ধা (Tuberose) এক অন্যতম জনপ্ৰিয় ফুল। সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান আৰু ফুলদানী সজোৱাৰ বাবে ৰজনীগন্ধা ব্যাপকভাবে ব্যবহৃত হয়। তদুপৰি এই ফুলৰ নিৰ্যাসৰ পৰা সুগন্ধিও তৈয়াৰ কৰা হয়। গোটেই বছৰেই বাজাৰত এই ফুলৰ চাহিদা বেছি থাকে। ৰজনীগন্ধাৰ কন্দৰ দ্বাৰা বংশবৃদ্ধি কৰা হয়।

হালনাগাদ: ১৩ মে’ ২০২৬ ১৩৫ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

ৰজনীগন্ধা (Tuberose) এক অন্যতম জনপ্ৰিয় ফুল। সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান আৰু ফুলদানী সজোৱাৰ বাবে ৰজনীগন্ধা ব্যাপকভাবে ব্যবহৃত হয়। তদুপৰি এই ফুলৰ নিৰ্যাসৰ পৰা সুগন্ধিও তৈয়াৰ কৰা হয়। গোটেই বছৰেই বাজাৰত এই ফুলৰ চাহিদা বেছি থাকে। ৰজনীগন্ধাৰ কন্দৰ দ্বাৰা বংশবৃদ্ধি কৰা হয়। মাৰ্চ এপ্ৰিল মাহ কন্দ লগোৱাৰ উপযুক্ত সময়।

জাত

ৰজনীগন্ধাৰ কেইবাটাও জাত লক্ষ্য কৰা যায়৷ সেইবোৰ হ'ল:

  • চিংগেল: যিবিলাক জাতৰ ফুলেৰ পাপৰি এটা শাৰীত থাকে সেইবোৰক চিংগেল বোলে। একশাৰী পাপৰিযুক্ত চিংগেল জাতৰ গোন্ধ বেছি।
  • চেমি-ডাবল: যিবিলাক জাতৰ ফুলৰ পাপৰি দুই বা তিনি শাৰীত থাকে সেইবোৰক চেমি-ডাবল।
  • ডাাবল: তিনি বা তাতোধিক পাপৰিৰ শাৰী থাকিলে সেইবোৰক ডাবল শ্ৰেণীত অন্তভুক্ত কৰা যায়।
  • ভেৰিগেটেড জাত: ভেৰিগেটেড জাতৰ বোৰৰ পাতত হালধীয়া ৰেখা দেখা যায়৷

কেইটিমান জাতৰ বাণিজ্যিক নাম হল -

  • চিংগেল জাত: পাৰ্ল, বম্বে, কলিকতা, চিংগেল মেক্সিকান
  • ডাবল জাত: ডাবল পাৰ্ল।

বিভিন্ন ভাষাত নাম

  • অসমীয়া, বাংলা, ওড়িয়া, হিন্দী, মৈথিলী: ৰজনীগন্ধা
  • মাৰাঠী: নিশিগন্ধ
  • নেপালী: সুগন্ধৰাজ

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগতফুলঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰজনীগন্ধা” প্ৰবন্ধৰ সংশোধন ৬০৬১৩২ (১৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।