অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 36, চমুকৈ NH 36) হৈছে অসম আৰু নাগালেণ্ডৰ মাজত সংযোগ স্থাপন কৰা ৰাষ্ট্ৰীয় ঘাইপথ। অসমৰ নগাঁওত আৰম্ভ হৈ এই ঘাইপথটো নাগালেণ্ডৰ ডিমাপুৰত শেষ হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 170 কি.মি.। ইয়াৰে 167 কি.মি. অসমত আৰু 3 কি.মি. নাগালেণ্ডত আছে।

হালনাগাদ: ২১ মে’ ২০২০ ৯২ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 36, চমুকৈ NH 36) হৈছে অসম আৰু নাগালেণ্ডৰ মাজত সংযোগ স্থাপন কৰা ৰাষ্ট্ৰীয় ঘাইপথ। অসমৰ নগাঁওত আৰম্ভ হৈ এই ঘাইপথটো নাগালেণ্ডৰ ডিমাপুৰত শেষ হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 170 কি.মি.। ইয়াৰে 167 কি.মি. অসমত আৰু 3 কি.মি. নাগালেণ্ডত আছে।১

অসমৰ নগাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)ৰ পৰা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ সৃষ্টি হৈছে। এই ঘাইপথটো নাগালেণ্ডৰ ডিমাপুৰত ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে লগ লাগিছেগৈ।

সংযোজিত ঠাইসমূহ

লগতে চাওক

  • List of National Highways in India

বাহ্যিক সংযোগ

  • NH 36 Route map
  • NH network map of India

তথ্যসূত্ৰ

  1. ↑ National Highways Starting and Terminal Stations. Ministry of Road Transport & Highways

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহঅৰুণাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)” প্ৰবন্ধৰ সংশোধন ২২৯৯৩৬ (২১ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।