ৰং হৈছে এন কে প্ৰডাক্চন প্ৰযোজিত১ এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। এলবামটিৰ আটাইকেইটি গীতৰ কথা, সুৰ আৰু সংগীত ব্যৱস্থাপনা জুবিন গাৰ্গৰ। গীতসমূহত কণ্ঠদান কৰে জুবিন আৰু মহালক্ষ্মী আয়াৰে আৰু জুবিনৰ গান (শ্ৰব্য এলবাম) এলবামৰ পিছত তেওঁলোকৰ দ্বিতীয় সহযোগিতা আছিল।২
গীতৰ তালিকা
এলবামটিত মুঠ ৮ টা গীত আছে। গীতসমূহ হ'ল২-
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Zubeen Garg. Net Library
- ↑ Rong. Music India Online
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰং (শ্ৰব্য এলবাম)” প্ৰবন্ধৰ সংশোধন ৫৯২৪৮২ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।