ভাৰতীয় অভিনয় শিল্পী
৪৭ প্ৰবন্ধ
-
পূৰবী শৰ্মা
পূৰবী শৰ্মা (Purabi Sarma, ১৯৬১-২০২৬) অসম, ভাৰতৰ এগৰাকী অভিনেত্ৰী আছিল। তেওঁ মূলতঃ অসমীয়া ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল। ইয়াৰ লগতে তেওঁ অনাতাৰ নাট, ভ্ৰাম্যমাণ আৰু দূৰদৰ্শনৰ একাধিক অভিনয়-কৰ্মৰ লগত জড়িত হৈ আছিল।
-
সোণম কাপুৰ
সোণম কাপুৰ (জন্ম: ৯ জুন, ১৯৮৫) হিন্দী ছবিত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ফিল্মফেয়াৰ বঁটা লাভ কৰি ২০১২ চনৰ পৰা ২০১৬ চনলৈকে আয় আৰু জনপ্ৰিয়তাৰ ভিত্তিত ফৰ্বছ ইণ্ডিয়াৰ চেলিব্ৰিটি ১০০ তালিকাত স্থান লাভ কৰিছিল।
-
বিনয় পাঠক
বিনয় পাঠক (Vinay Pathak; জন্ম: ২৭ জুলাই ১৯৬৮) এজন ভাৰতীয় থিয়েটাৰ আৰু চলচ্চিত্ৰ অভিনেতা। তেওঁ খোছলা কা ঘোছলা, ভেজা ফ্ৰাই, আইলেণ্ড চিটি আৰু জনী গদ্দাৰকে ধৰি বহু ছবিত অভিনয় কৰিছে। ইয়াৰ লগতে তেওঁ জিছম, ৰব নে বনা দি জৌড়ি আৰু মাই নেম ইজ খান আদি ছবিত সহ অভিনয় কৰিছে।
-
ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰীসকলৰ তালিকা
এইটো উল্লেখযোগ্য ভাৰতীয় চলচ্চিত্ৰ মহিলা অভিনেত্ৰীসকলৰ এখন তালিকা।
-
নৱাজুদ্দিন ছিদ্দিকী
নৱাজুদ্দিন ছিদ্দিকী (Nawazuddin Siddiqui, জন্ম ১৯ মে' ১৯৭৪) ভাৰতীয় হিন্দী চিনেমা (বলিউড) জগতৰ এজন অভিনেতা। তেওঁ বিভিন্ন ৰাষ্ট্ৰীয় বঁটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ফিল্মফেয়াৰ বঁটা, লাভ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় এমি বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল।
-
ৰাকেশ বেদী
ৰাকেশ বেদী (Rakesh Bedi (জন্ম ১ ডিচেম্বৰ ১৯৫৪) হৈছে এগৰাকী ভাৰতীয় ছবি অভিনেতা, মঞ্চাভিনেতা আৰু দূৰদৰ্শন অভিনেতা ৷ চছমে বদুৰ (১৯৮১) আৰু মেৰা দামাদ (১৯৮৫) আদি ছবিত আগবঢ়োৱা কমিক চৰিত্ৰৰ অভিনয়ৰ বাবে তেওঁ পৰিচিত৷ ২০২৫ আৰু ২০২৬ চনত মুক্তি লাভ কৰা ধুৰন্ধৰ আৰু ধুৰন্ধৰ: দ্য ৰিভেঞ্জৰ বাবে তেওঁ অধিক সমাদৰ…
-
ৰাজু শ্ৰীবাস্তৱ
সত্য প্ৰকাশ শ্ৰীবাস্তৱ (Satya Prakash Srivastav) (২৫ ডিচেম্বৰ ১৯৬৩ – ২১ ছেপ্টেম্বৰ ২০২২), পেছাগতভাৱে ৰাজু শ্ৰীবাস্তৱ নামেৰে পৰিচিত। তেওঁক প্ৰায়ে গজোধৰ নামেৰে মতা হয়। তেওঁ এজন ভাৰতীয় কমেডিয়ান, অভিনেতা আৰু ৰাজনীতিবিদ।
-
অনুপ্ৰিয়া গোৱেংকা
অনুপ্ৰিয়া গোৱেংকা (ইংৰাজী: Anupriya Goenka; জন্ম: ২৯ মে' ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ হিন্দী আৰু তেলুগু ছবিত অভিনয় কৰে। ২০১৩ চনত প্ৰথমবাৰৰ বাবে ইউ পি এ চৰকাৰৰ ভাৰত নিৰ্মাণৰ মুখপাত্ৰ হিচাপে তেওঁ খ্যাতি লাভ কৰে।
-
অবনীত কৌৰ
অবনীত কৌৰ (জন্ম: ১৩ অক্টোবৰ ২০০১) হিন্দী দূৰদৰ্শন আৰু চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ডান্স ইণ্ডিয়া ডান্স লি'ল মাষ্টাৰছ, ঝলক দিখলা যা ৫, মৰ্দানী, চন্দ্ৰ নন্দিনী, আলাদিন – নাম তো ছুনা হোগা, আৰু টিকু ৱেডছ শ্বেৰুত কৰা কামৰ বাবে তেওঁ সুপৰিচিত।
-
এৰমেলিণ্ডা
এৰমেলিণ্ডা কাৰ্ডোজো (Ermelinda Cardozo; ৭ মে' ১৯০৮ – অজ্ঞাত) ভাৰতীয় চলচ্চিত্ৰৰ নিৰ্বাৰ যুগৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল; যিগৰাকী এৰমেলিন বা মঞ্চনাম সুধাবালা বুলিও পৰিচিত। হিন্দী চলচ্চিত্ৰ জগতৰ কাপুৰ পৰিয়ালৰ পিতৃপুৰুষ পৃথ্বীৰাজ কাপুৰক চলচ্চিত্ৰ অভিনয়লৈ অনাৰ কৃতিত্ব তেওঁক প্ৰায়ে দিয়া হয়।
-
কবিয়ুৰ পোন্নাম্মা
কবিয়ুৰ পোন্নাম্মা (ইংৰাজী: Kaviyoor Ponnamma; ১০ ছেপ্টেম্বৰ ১৯৪৫ – ২০ ছেপ্টেম্বৰ ২০২৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ মালয়ালম চলচ্চিত্ৰ আৰু দূৰদৰ্শনত অভিনয় কৰিছিল। চলচ্ছিত্ৰ জগতত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ নাটকত অভিনয় কৰি কৰ্মজীৱন আৰম্ভ কৰিছিল।
-
কুমুদ মিশ্ৰ
কুমুদ মিশ্ৰ (Kumud Mishra) হিন্দী চলচ্চিত্ৰৰ এজন ভাৰতীয় অভিনেতা। তেওঁ সহ অভিনয়ৰ লগতে খলনায়কৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত।
-
গুল পানাগ
গুলকিৰাট কৌৰ পানাগ (Gul Panag; জন্ম: ৩ জানুৱাৰী ১৯৭৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ভয়ছ আৰ্টিষ্ট আৰু মডেল। তেওঁ ১৯৯৯ চনত ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছৰ মুকুট পিন্ধে আৰু ১৯৯৯ চনত মিছ ইউনিভাৰ্ছত ভাৰতক প্ৰতিনিধিত্ব কৰে।
-
তন্নিষ্ঠা চেটাৰ্জী
তন্নিষ্ঠা চেটাৰ্জী (ইংৰাজী: Tannishtha Chatterjee) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু পৰিচালক৷ কেইবাখনো হিন্দী আৰু ইংৰাজী ভাষাৰ স্বতন্ত্ৰ ছবিৰ বাবে তেওঁ পৰিচিত। দেখ ইণ্ডিয়ান চাৰ্কাছ ছবিত কৰা অভিনয়ৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- বিশেষ জুৰী বঁটা- বিশেষ উল্লেখ (কাহিনী চিত্ৰ) লাভ কৰে।
-
প্ৰীতি সপ্ৰু
প্ৰীতি সপ্ৰু (ইংৰাজী: Priti Sapru) পঞ্জাবী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। অভিনেতা বীৰেন্দ্ৰ, গুৰদাস মান আৰু ৰাজ বাব্বৰৰ সৈতে নিম্মো, কুৰবানী জাট দি আদি কেইবাখনো ছবিত তেওঁ অভিনয় কৰিছিল।
-
ভুৱন বাম
ভুৱন অভনীন্দ্ৰ শংকৰ বাম (জন্ম ২২ জানুৱাৰী ১৯৯৪) ভাৰতৰ দিল্লীৰ এজন ভাৰতীয় কমেডিয়ান, লেখক, গায়ক, গীতিকাৰ, আৰু ইউটিউব ব্যক্তিত্ব। ইউটিউবত BB Ki Vines নামৰ কমেডী চেনেলটোৰ বাবে তেওঁ পৰিচিত। মহাৰাষ্ট্ৰীয় বামে ১৯৯৪ চনৰ ২২ জানুৱাৰীত গুজৰাটৰ বদোদৰাত জন্মগ্ৰহণ কৰিছিল অভনীন্দ্ৰ আৰু পদ্ম বামৰ ঘৰত।
-
সুষমা শেঠ
সুষমা শেঠ (ইংৰাজী: Sushma Seth; জন্ম: ২০ জুন ১৯৩৬) এগৰাকী ভাৰতীয় মঞ্চ, চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী। ১৯৫০ চনত তেওঁ অভিনয় জীৱন আৰম্ভ কৰিছিল, আৰু দিল্লীস্থিত নাট্যগোষ্ঠী যাত্ৰীকৰ প্ৰতিষ্ঠাপক সদস্য আছিল। ১৯৭৮ চনত তেওঁৰ প্ৰথম ছবি জুনুন মুক্তি পাইছিল।
-
হন্সা ৱাডকাৰ
হন্সা ৱাডকাৰ (Hansa Wadkar; ১৯২৩–১৯৭১) এগৰাকী মাৰাঠী আৰু হিন্দী চলচ্চিত্ৰৰ ভাৰতীয় অভিনেত্ৰী। তেৰ বছৰ বয়সত, দ্বিভাষিক ছবি “বিজয়চি লগনে” (১৯৩৬)ত নায়িকা হিচাপে অভিনয় জীৱন আৰম্ভ কৰে।
-
ৰম্যা বৰ্ণা
ৰম্যা বৰ্ণা এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ কন্নড় চলচ্চিত্ৰত অভিনয় কৰে। তাৰোপৰি তেওঁ তামিল, তেলুগু আৰু তুলু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে।
-
ৰিদ্ধি ডোগ্ৰা
ৰিদ্ধি ডোগ্ৰা (ইংৰাজী: Riddhi Dogra; জন্ম: ২২ ছেপ্তেম্বৰ ১৯৮৪ অথবা ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ জিঅ' চিনেমাত প্ৰচাৰিত অসুৰত নুছৰাত, অল্ট বালাজীৰ দ্য মেৰেড উইমেনত আস্থা, ষ্টাৰ প্লাছৰ মৰিয়াদা: লেকিন কাব টক?ত প্ৰিয়া আৰু জি টিভিৰ ৱহ আপনা ছাত নিশা চৰিত্ৰ বাবে জনাজাত।
-
ৰীতা ভাদুৰী
ৰীতা ভাদুৰী (Rita Bhaduri; ৪ নৱেম্বৰ ১৯৫৫ – ১৭ জুলাই ২০১৮) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ গুজৰাটী চিনেমাতো কাম কৰিছে। তেওঁক কেতিয়াবা অভিনেত্ৰী জয়া বচ্চনৰ ভগ্নী আৰু অভিনেতা ৰাজীৱ বাৰ্মাৰ পত্নী ৰীতা ভাদুৰী বুলি ভুল কৰা হয়।
-
আৰণমুলা পোন্নাম্মা
আৰণমুলা পোন্নাম্মা (ইংৰাজী: Aranmula Ponnamma; ৮ এপ্ৰিল ১৯১৪ – ২১ ফেব্ৰুৱাৰী ২০১১) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে পাঁচ দশকৰো অধিক সময়ৰ কৰ্মজীৱনত অসংখ্য ছবিত নায়কৰ মাতৃ হিচাপে অভিনয় কৰি পৰিচিত আছিল।
-
দিব্যা শেঠ
দিব্যা শেঠ শ্বাহ (ইংৰাজী: Divya Seth Shah) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন অভিনেত্ৰী৷ তেওঁ দূৰদৰ্শন ধাৰাবাহিক হাম লগত মাঝলী নামৰ এটা চৰিত্ৰত অভিনয় কৰি নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ অভিনেত্ৰী সুষমা শেঠ আৰু ধ্ৰুৱ শেঠৰ কন্যা।
-
নকুল কাপুৰ
নকুল কাপুৰ হৈছে এগৰাকী ভাৰতীয় অভিনেতা, যি পাছত যোগ প্ৰশিক্ষক হিচাপে মনোনিবেশ কৰে। তেওঁ মূলত “তুমছে আচ্ছা কৌন হ্যায়” (২০০২) চলচ্চিত্ৰৰ জৰিয়তে খ্যাতি লাভ কৰিছিল।
-
প্ৰতিমা দেৱী (কানাড়া অভিনেত্ৰী)
প্ৰতিমা দেৱী (ইংৰাজী: Prathima Devi; ৯ এপ্ৰিল ১৯৩৩ – ৬ এপ্ৰিল ২০২১) কানাড়া চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ১৯৪৭ চনৰ কৃষ্ণলীলা ছবিৰ জৰিয়তে দেৱীয়ে আত্মপ্ৰকাশ কৰিছিল। বক্স অফিচত ১০০ দিন সম্পূৰ্ণ কৰা প্ৰথমখন কানাড়া ছবি জগনমোহিনীৰ (১৯৫১) মুখ্য চৰিত্ৰতো তেওঁ অভিনয় কৰিছিল।
-
বাহবিজ দোৰাবজী
বাহবিজ দোৰাবজী (ইংৰাজী: Vahbbiz Dorabjee) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী আৰু মডেল।
-
বিজয় ৰাজ
বিজয় ৰাজ (Vijay Raaz; জন্ম: ৫ জুন ১৯৬৩) এগৰাকী ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু কথক, যিয়ে প্ৰধানকৈ হিন্দী ছবিত অভিনয় কৰে। ভোপাল এক্সপ্ৰেছ (১৯৯৯) নামৰ ছবি এখনত অভিনয়েৰে তেওঁ অভিষেক ঘটায় আৰু তাৰ পিছৰপৰা ৯০খনতকৈও অধিক ছবিত কাম কৰে।
-
বিজয়লক্ষ্মী সিং
বিজয়লক্ষ্মী সিং (ইংৰাজী: Vijayalakshmi Singh) এগৰাকী ভাৰতীয় কানাড়া চলচ্চিত্ৰৰ অভিনেত্ৰী, পৰিচালক, সাজ-পোছাক ডিজাইনাৰ আৰু প্ৰযোজক। তেওঁ বহু কানাড়া ছবিত অভিনয় কৰিছে আৰু দূৰদৰ্শন প্ৰকল্পৰ সৈতে সক্ৰিয়ভাৱে জড়িত।
-
শতাব্দী ৰয়
শতাব্দী ৰায় (Satabdi Roy; জন্ম: ৫ অক্টোবৰ ১৯৬৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, চলচ্চিত্ৰ পৰিচালক আৰু ৰাজনীতিবিদ। অভিনেত্ৰী হিচাপে তেওঁ বাংলা চিনেমালৈ আগবঢ়োৱা কামৰ বাবে পৰিচিত। দুবাৰৰ বাবে তেওঁ বিএফজেএ বঁটা লাভ কৰিছে।
-
শান্তা আপ্তে
শান্তা আপ্তে (১৯১৬–১৯৬৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী-গায়িকা৷ তেওঁ মাৰাঠী আৰু হিন্দী ছবিত কাম কৰিছিল। প্ৰভাত ফিল্মছৰ বেনাৰত দুনিয়া না মানে/কুংকু (১৯৩৭) আৰু অমৰ জ্যোতি (১৯৩৬)ৰ দৰে ছবিত অভিনয়ৰ বাবে বিখ্যাত তেওঁ ১৯৩২ চনৰ পৰা ১৯৫৮ চনলৈকে ভাৰতীয় ছবি জগতত সক্ৰিয় আছিল।