অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দিব্যা শেঠ

দিব্যা শেঠ শ্বাহ (ইংৰাজী: Divya Seth Shah) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন অভিনেত্ৰী৷ তেওঁ দূৰদৰ্শন ধাৰাবাহিক হাম লগত মাঝলী নামৰ এটা চৰিত্ৰত অভিনয় কৰি নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ অভিনেত্ৰী সুষমা শেঠ আৰু ধ্ৰুৱ শেঠৰ কন্যা।

হালনাগাদ: ২৪ ফেব্ৰুৱাৰী ২০২৫ ৯৫ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

দিব্যা শেঠ শ্বাহ (ইংৰাজী: Divya Seth Shah) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন অভিনেত্ৰী৷ তেওঁ দূৰদৰ্শন ধাৰাবাহিক হাম লগত মাঝলী নামৰ এটা চৰিত্ৰত অভিনয় কৰি নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ অভিনেত্ৰী সুষমা শেঠ আৰু ধ্ৰুৱ শেঠৰ কন্যা।১

তেওঁ বেৰী জনৰ সৈতে দিল্লীত থিয়েটাৰ, টেলিভিছন শ্ব' আৰু জব উই মেটৰ দৰে ছবিত অভিনয় কৰিছিল।২ ২০২৪ চনৰ ৫ আগষ্টত তেওঁৰ ২৩ বছৰীয়া কন্যা মিহিকা শ্বাহ দীৰ্ঘ সময়ৰ অসুস্থতাৰ বাবে মৃত্যু হয়।৩

কৰ্মজীৱন

সাহিৰ ৰাজাৰ দ্বাৰা পৰিচালিত শেহতীয়া ৱেব ছিৰিজ দ্য মেৰেড উইমেনত দিব্যা শেঠক দেখা গৈছিল। ৱেব ছিৰিজ খনত থকা তাৰকা অভিনেতাসকলৰ ভিতৰত ৰিদ্ধি ডোগ্ৰা, মণিকা ডোগ্ৰা আদিও আছে।৪

তথ্যসূত্ৰ

  1. ↑ An episode in history - Indian Express. The Indian Express
  2. ↑ SRK shares photo with 'bestest friend' actress Divya Seth. Mid Day
  3. ↑ Sushma Seth’s granddaughter Mihika Shah dies. Hindustan Times
  4. ↑ Desk, India TV News. (10 February 2021). The Married Woman: From Ridhi Dogra to Monica Dogra, cast of web series revealed in a novel manner. indiatvnews.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিব্যা শেঠ” প্ৰবন্ধৰ সংশোধন ৪৮১৮৩৪ (২৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।