অসমৰ বিধানসভা সমষ্টি
১২১ প্ৰবন্ধ
-
বিহালী বিধানসভা সমষ্টি
বিহালী বিধানসভা সমষ্টি (ইংৰাজী: Behali Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছত এই সমষ্টিটো অনুসূচিত জাতিৰ (SC) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত কৰা হয়।
-
বোকাখাত বিধানসভা সমষ্টি
বোকাখাত বিধানসভা সমষ্টি (ইংৰাজী: Bokakhat Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
-
মন্দিয়া বিধানসভা সমষ্টি
মন্দিয়া বিধানসভা কেন্দ্ৰ (ইংৰাজী: Mandia Assembly constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো বৰপেটা জিলাত অৱস্থিত আৰু ই বৰপেটা লোকসভা সমষ্টিৰ একটা অংশ।
-
মৰিগাঁও বিধানসভা সমষ্টি
মৰিগাঁও বিধানসভা সমষ্টি (ইংৰাজী: Morigaon Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭২ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতো এই সমষ্টিটো বাহাল ৰখা হয়।
-
সোণাৰি বিধানসভা সমষ্টি
সোণাৰি বিধানসভা সমষ্টি (ইংৰাজী: Sonari Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও চৰাইদেউ জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
-
হোজাই বিধানসভা সমষ্টি
হোজাই বিধানসভা সমষ্টি (ইংৰাজী: Hojai Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৬৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও হোজাই জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
-
ৰঙিয়া বিধানসভা সমষ্টি
১৯৫১: সিদ্ধিনাথ শৰ্মা, ভাৰতীয় জাতীয় কংগ্ৰেছ ১৯৫৭: নিৰ্বাচন হোৱা নাই ১৯৬২: সিদ্ধিনাথ শৰ্মা, ভাৰতীয় জাতীয় কংগ্ৰেছ ১৯৬৭: কে. এম. শৰ্মা, ভাৰতীয় কমিউনিষ্ট পাৰ্টি ১৯৭২: মানবেন্দ্ৰনাথ শৰ্মা, ভাৰতীয় জাতীয় কংগ্ৰেছ ১৯৭৮: পূৰ্ণ বড়ো, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) ১৯৮৩: পূৰ্ণ বড়ো, ভাৰতীয়…
-
ৰামকৃষ্ণ নগৰ বিধানসভা সমষ্টি
ৰাম কৃষ্ণ নগৰ বিধানসভা সমষ্টি (ইংৰাজী: Ram Krishna Nagar Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৬২ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
-
অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টি
অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ বিধানসভাৰ ১২৬টা সমষ্টিৰ ভিতৰত এটা আছিল। এই সমষ্টিটো ২০২৩ চনত বিলুপ্ত কৰা হয়। অভয়াপুৰী উত্তৰ (সমষ্টি নম্বৰ ৩৪) বঙাইগাঁও জিলাত অৱস্থিত ৪টা বিধানসভা সমষ্টিৰ ভিতৰত এটা আছিল।
-
অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টি
অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ ভিতৰত এটা আছিল। অভয়াপুৰী দক্ষিণ (সমষ্টি নম্বৰ ৩৫) বঙাইগাঁও জিলাত অৱস্থিত ৩টা বিধানসভা সমষ্টিৰ ভিতৰত এটা আছিল। এই সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আছিল।
-
অভয়াপুৰী বিধান সভা সমষ্টি
অভয়াপুৰী বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূব ৰাজ্য অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত এই সমষ্টিটো নতুনকৈ গঠন কৰা হয়।
-
আমৰি বিধানসভা সমষ্টি
আমৰি বিধানসভা সমষ্টি (ইংৰাজী: Amri Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত এই সমষ্টিটো নতুনকৈ গঠন কৰা হয় (পূৰ্বৰ বৈঠালাংছ’ সমষ্টিৰ একাংশ লৈ ইয়াৰ সৃষ্টি কৰা হৈছিল)।
-
আলগাপুৰ-কাটলিচেৰা বিধানসভা সমষ্টি
আলগাপুৰ-কাটলিছড়া বিধানসভা সমষ্টি (ইংৰাজী: Algapur–Katlicherra Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম।
-
উধাৰবন্দ বিধানসভা সমষ্টি
উধাৰবন্দ বিধানসভা সমষ্টি (ইংৰাজী: Udharbond Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
-
কমলপুৰ বিধানসভা সমষ্টি
কমলপুৰ বিধানসভা সমষ্টি (ইংৰাজী: Kamalpur Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ খন একক জনপ্ৰতিনিধিত্বমূলক বিধানসভা সমষ্টিৰ ভিতৰৰ এখন। ই কামৰূপ জিলাত অৱস্থিত আৰু ই দৰং–ওদালগুৰি (লোকসভা সমষ্টি)ৰ এটা অংশ।
-
কলিয়াবৰ বিধানসভা সমষ্টি
কলিয়াবৰ বিধানসভা সমষ্টি (ইংৰাজী: Kaliabor Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতো এই সমষ্টিটো বাহাল ৰখা হয়।
-
কাটিগড়া বিধানসভা সমষ্টি
কাটিগড়া বিধানসভা সমষ্টি (ইংৰাজী: Katigorah Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
-
কোকৰাঝাৰ বিধানসভা সমষ্টি
কোকৰাঝাৰ বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূব ৰাজ্য অসমৰ ১২৬ খন বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ভাৰতীয় নিৰ্বাচন আয়োগৰ ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত এই সমষ্টিটো নতুনকৈ গঠন কৰা হয়। এই সমষ্টিটো অনুসূচিত জনজাতি ৰ বাবে সংৰক্ষিত।
-
কৰিমগঞ্জ দক্ষিণ বিধানসভা সমষ্টি
কৰিমগঞ্জ দক্ষিণ বিধানসভা সমষ্টি (ইংৰাজী: Karimganj South Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
-
খুমটাই বিধানসভা সমষ্টি
খুমটাই বিধানসভা সমষ্টি (ইংৰাজী: Khumtai Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
-
গহপুৰ বিধানসভা সমষ্টি
গহপুৰ বিধানসভা সমষ্টি (ইংৰাজী: Gohpur Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও বিশ্বনাথ জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
-
গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টি
গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টি (ইংৰাজী: Guwahati Central Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত ভাৰতৰ নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত এই সমষ্টিটো নতুনকৈ গঠন কৰা হয়।
-
গোসাইগাঁও বিধানসভা সমষ্টি
গোঁসাইগাঁও বিধানসভা সমষ্টি (ইংৰাজী: Gossaigaon Assembly constituency) ভাৰতৰ পূব প্ৰান্তৰ ৰাজ্য অসমৰ ১২৬ খন বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো কোকৰাঝাৰ জিলাত অৱস্থিত আৰু ই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত।
-
গোৰেশ্বৰ বিধানসভা সমষ্টি
গোৰেশ্বৰ বিধানসভা সমষ্টি (ইংৰাজী: Goreswar Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত অসমৰ সংসদীয় আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সময়ত এই নতুন সমষ্টিটো গঠন কৰা হয়।
-
গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টি
গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টি (Goalpara West Assembly constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ খন বিধানসভাৰ সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো গোৱালপাৰা জিলাত অৱস্থিত আৰু ই গুৱাহাটী লোকসভা সমষ্টিৰ এটা অংশ।
-
গোৱালপাৰা পূব বিধানসভা সমষ্টি
গোৱালপাৰা পূব বিধানসভা সমষ্টি (Goalpara East Assembly constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬খন বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো অসম বিধানসভাৰ এক নিৰ্বাচন ক্ষেত্ৰ। গোৱালপাৰা পূব সমষ্টিটো ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।
-
চিচিবৰগাঁও বিধানসভা সমষ্টি
চিচিবৰগাঁও বিধানসভা সমষ্টি (ইংৰাজী: Sissiborgaon Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত ধেমাজি জিলাৰ অন্তৰ্গত এই সমষ্টিটো নতুনকৈ গঠন কৰা হয় (পূৰ্বৰ ধেমাজি আৰু জোনাই সমষ্টিৰ একাংশ লৈ ইয়াৰ সৃষ্টি কৰা…
-
চিদলী-চিৰাং বিধানসভা সমষ্টি
চিদলী-চিৰাং বিধানসভা সমষ্টি ( Sidli–Chirang Assembly constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ অন্যতম। ২০২৩ চনৰ ভাৰতীয় নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত এই সমষ্টিটো নতুনকৈ ১৯ নম্বৰ বিধানসভা সমষ্টি হিচাপে গঠন কৰা হয়।
-
ছমৰীয়া বিধানসভা সমষ্টি
ছমৰীয়া বিধানসভা সমষ্টি (Chamaria Assembly constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত নতুনকৈ গঠন কৰা হৈছিল। এই সমষ্টিটো কামৰূপ জিলাত অৱস্থিত আৰু ই গুৱাহাটী লোকসভা সমষ্টিৰ এটা অংশ।
-
ছিপাঝাৰ বিধানসভা সমষ্টি
ছিপাঝাৰ বিধানসভা সমষ্টি (ইংৰাজী: Sipajhar Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতো এই সমষ্টিটো বাহাল ৰখা হয়।