মাইনী মহন্ত (Maini Mahanta) অসমীয়া মাহেকীয়া মহিলা আলোচনী নন্দিনীৰ সম্পাদকৰ লগতে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি পৰিৱেশক৷১ তেওঁৰ প্ৰকাশিত সংকলনসমূহ হ’ল- “পৃথিৱীৰ শেষ ষ্টেচন আৰু অন্য এখন ছবি”, “নৈঃশব্দত তেওঁ আৰু জয়া”, “শেতেলী পৰৰ সাধু” (শিশু সাহিত্য), “প্ৰথমজাক বৰষুণ”, “ভালপোৱা”, “প্ৰিয় বন্ধু তোমালৈ”, “স্পৰ্শ, “মনত পৰেনে” আদি৷
তথ্যসূত্ৰ
- ↑ About – Maini Mahanta. mainimahanta.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাইনী মহন্ত” প্ৰবন্ধৰ সংশোধন ৫৪১০৯৬ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।