আল্লামা (Allamah, আৰবী ভাষা: عَلَّامة১, উৰ্দু আৰু علامه) হ'ল ইছলামিক চিন্তা কৰা ব্যক্তি, দৰ্শনৰ ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ পণ্ডিতসলৰ নামৰ সৈতে ব্যৱহৃত সন্মানজনক উপাধি।২
ইছলাম ধৰ্মৰ ফিকহ আৰু দৰ্শনৰ পণ্ডিতসকলক এই উপাধি প্ৰদান কৰা হয়। দক্ষিণ এছিয়া, মধ্যপ্ৰাচ্য আৰু ইৰানত ছুন্নী আৰু ছিয়া উভয় পক্ষত ইয়াক সন্মানীয় পদবী হিচাপে ব্যৱহাৰ কৰা হয়। একাধিক শাখাত পাণ্ডিত্য লাভ কৰা চুন্নী আৰু ছিয়াসকলক প্ৰায়ে এই উপাধিৰ দ্বাৰা উল্লেখ কৰা হয়। আল্লামা ইকবালৰ দৰে দাৰ্শনিকসকলৰ বাবেও ইয়াক ব্যৱহাৰ কৰা হয়।
লগতে চাওক
- ছালাফি মতবাদ
- ছালাফ
- মোল্লা
- ইমাম
- খলিফা
- খলিফাসকলৰ তালিকা
- ওলামা
- শ্বাইখ
- হাফিজ
- মৌলৱী
- হজৰত
- আহলে হাদিছ
- ওৱাহাবি মতবাদ
তথ্যসূত্ৰ
- ↑ Team, Almaany. تعريف و شرح و معنى علامة بالعربي في معاجم اللغة العربية معجم المعاني الجامع، المعجم الوسيط ،اللغة العربية المعاصر ،الرائد ،لسان العرب ،القاموس المحيط - معجم عربي عربي صفحة 1. www.almaany.com
- ↑ Phyllis G. Jestice. (2004). Holy People of the World: A Cross-cultural Encyclopedia, Volume 3. ABC-CLIO. পৃ. 367. ISBN 9781576073551
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আল্লামা” প্ৰবন্ধৰ সংশোধন ৪৫৮৭৮৮ (২৬ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।