হজৰত (Ḥaḍrah, حضرة; বা Hazret বা Hazrat) হ'ল সম্মানসূচক আৰবী ভাষা উপাধি। ইয়াৰ শাব্দিক অৰ্থ "উপস্থিত"। উচ্চ মৰ্যদা ব্যক্তিসকলৰ ক্ষেত্ৰত ব্যৱহৃত পশ্চিমা সম্মানসূচক উপাধি যেনেকৈ "Your Honour" (বিচাৰসকলৰ বাবে), "His Majesty" (ৰাজকীয় ব্যক্তিৰ বাবে) বা "His Holiness" (ধৰ্মীয় ব্যক্তিৰ বাবে) নামৰ উপাধিৰ সৈতে ইয়াৰ মিল আছে। তুৰ্কী আৰু বছনিয়ান ভাষাতো এই শব্দটো আছে৷
লগতে চাওক
- ছালাফ
- ছালাফি মতবাদ
- আহলে হাদিছ
- মোল্লা
- ইমাম
- খলিফা
- খলিফাসকলৰ তালিকা
- ওলামা
- শ্বাইখ
- হাফিজ
- মৌলৱী
- আল্লামা
- ওৱাহাবি মতবাদ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হজৰত” প্ৰবন্ধৰ সংশোধন ৩৮৯৪৯৭ (৩০ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।