অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নয়নতাৰা

নয়নতাৰা বা ডায়েনা মৰিয়ম কুৰিয়ান (Nayanthara; জন্ম- ১৮ নৱেম্বৰ ১৯৮৪) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতক প্ৰধানকৈ তামিল আৰু তেলেগু ভাষাৰ ছবিত দেখিবলৈ পোৱা যায়। কোচী টাইমছ-এ তেখেতক "২০১৪ বৰ্ষৰ পোন্ধৰগৰাকী আকাংক্ষিত নাৰী"ৰ তালিকাভুক্ত কৰিছিল।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৫৮১ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

নয়নতাৰা বা ডায়েনা মৰিয়ম কুৰিয়ান (Nayanthara; জন্ম- ১৮ নৱেম্বৰ ১৯৮৪)১ হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতক প্ৰধানকৈ তামিল আৰু তেলেগু ভাষাৰ ছবিত দেখিবলৈ পোৱা যায়। কোচী টাইমছ-এ তেখেতক "২০১৪ বৰ্ষৰ পোন্ধৰগৰাকী আকাংক্ষিত নাৰী"ৰ তালিকাভুক্ত কৰিছিল।২ ২০১৮ বৰ্ষত ফৰ্বছ ইণ্ডিয়াই প্ৰস্তুত কৰা "১০০ গৰাকী চেলিব্ৰিটি"ৰ তালিকাত স্থানলাভ কৰা নয়নতাৰাই হৈছে একমাত্ৰ দক্ষিণ ভাৰতীয় অভিনেত্ৰী। সেইসময়ত তেখেতৰ সৰ্বমুঠ আয় আছিল ১৫.১৭ কোটি।৩

২০০৩ চনত মানাছিনাকাৰে নামৰ মালায়ালম ভাষাৰ ছবিখনৰ জৰিয়তে তেখেতে অভিনয়-জীৱনৰ পাতনি মেলে। তেখেতৰ সহযোগী আছিল জয়াৰাম। নয়নতাৰাই অভিনয় কৰা প্ৰথমখন তামিল ভাষাৰ ছবি আছিল আয়া (২০০৫)। আনহাতে প্ৰথমখন তেলেগু ভাষাৰ ছবি আছিল লক্ষ্মী (২০০৬)।৪

২০১০ চনত ছুপাৰ নামৰ ছবিখনৰ জৰিয়তে তেখেতে কানাড়া ভাষাৰ ছবিতো যাত্ৰাৰম্ভ কৰে।৫ এইখনেই তেখেতৰ একমাত্ৰ কানাড়া ছবি। ২০১১ চনত মুক্তিলাভ কৰা ছবি শ্ৰী ৰামা ৰাজ্যমত তেখেতে সীতাৰ ভূমিকা ৰূপায়ণ কৰে। এইখন ছবিত কৰা অভিনয়ৰ বাবে তেখেতে ফিল্মফেয়াৰ বঁটা (তেলেগু ভাষাৰ ছবিত শ্ৰেষ্ঠ অভিনেত্ৰী শিতান) লাভ কৰে। লগতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ নন্দী বঁটাও লাভ কৰে। "ৰাজা ৰাণী" (২০১৩), "নান্নুম ৰাওদী ধান" (২০১৫), "আৰাম" (২০১৭)ৰ বাবে তেখেতে তামিল ভাষাৰ শ্ৰেষ্ঠ আভিনেত্ৰী শিতানত ফিল্মফেয়াৰ বঁটা অৰ্জন কৰে। ২০১৭ চনতে মালায়ালম ছবি "পুথিয়া নিয়ামাম" (২০১৬)ৰ বাবেও তেখেতে মালায়ালম ভাষাৰ শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত ফিল্মফেয়াৰ বঁটা লাভ কৰে।৬৭৮

প্ৰাৰম্ভিক জীৱন

কৰ্ণাটকৰ বেংগালুৰুত এটা খ্ৰীষ্টানধৰ্মী মালায়ালম পৰিয়ালত নয়নতাৰাৰ জন্ম হৈছিল।৯১০ পিতৃ আছিল কুৰিয়ান কড়িয়াট্টু আৰু মাতৃ আচিল ওমানা কুৰিয়ান।১১১২ জন্মতে নয়নতাৰাৰ নাম আছিল ডায়েনা মৰিয়ম কুৰিয়ান।১ তেখেতে জ্যেষ্ঠ ভ্ৰাতৃ লেনো ডুবাইৰ বাসিন্দা।১৩ পিতৃ ভাৰতীয় বায়ু সেনাৰ বিষয়া হোৱা হেতুকে নয়নতাৰাই ভাৰতৰ বিভিন্ন স্থানত শিক্ষাগ্ৰহণ কৰিবলগা হৈছিল, বিশেষকৈ উত্তৰ ভাৰতত।১৩ জামনগৰ, গুজৰাট আৰু দিল্লীত তেখেতে পঢ়াশলীয়া শিক্ষা সমাপ্ত কৰে। থিৰুভাল্লাৰ বালিকামাডোম ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তাৰপিছত তেখেতে শিক্ষাগ্ৰহণ কৰে। তাৰপিছত মাৰথোমা কলেজত নামভৰ্তি কৰে। থিৰুভাল্লাৰ এইখন শিক্ষানুষ্ঠানত তেখেতে ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী অধ্যয়ন কৰে।১৪

অভিনয়-জীৱন

কলেজত পঢ়ি থকা অৱস্থাতেই নয়নতাৰাই অংশকালীন মডেল হিচাপে কাম কৰে৷ পৰিচালক সত্যন অন্তিকাড়ে তেওঁৰ কাম প্ৰত্যক্ষ কৰে আৰু ২০০৩ চনৰ ছবি মানাছিনাকাড়েৰ চৰিত্ৰ এটিত অভিনয়ৰ সুযোগ প্ৰদান কৰে৷ ১৫ ছবিখনে আশাতীতভাৱে উপাৰ্জন কৰে আৰু নয়নতাৰালৈও ইয়াৰ পিছত বিভিন্ন কৰ্মসুযোগ আহি থাকে৷ ২০০৪ চনত মুক্তিপ্ৰাপ্ত নয়নতাৰাৰ দুয়োখন ছবি যথাক্ৰমে নাট্টুৰাজাভু আৰু বিস্ময়াথুম্বাথুত সহযোগী অভিনেতা আছিল মোহনলাল৷১৬

নয়নতাৰাই পৰৱৰ্তী সময়ত তামিল আৰু তেলেগু ভাষাৰ ছবিতো পদাৰ্পণ কৰে৷ ২০০৫ চনত তেখেতে আয়া নামৰ তামিল ভাষাৰ ছবিখনত অভিনয় কৰে৷ "Behindwoods.com"ৰ মতে-সেইয়া "তামিল ভাষাৰ ছবিত তেখেতৰ চাঞ্চল্যসৃষ্টিকাৰী পদাৰ্পণ" ("sensational debut in Tamil")১৭ ২০০৬ চনত মুক্তি লাভ কৰা নয়নতাৰাৰ প্ৰথমখন ছবি আছিল কালৱানিন কাঢ়ালী, যিখনৰ প্ৰসংগত "Indiaglitz.com"-এ কয় যে- তেখেতৰ "অভিনয় আছিল ছবিখনৰ শক্তি"৷১৮ ২০০৮ চনত তেখেতেৰ পাঁচখন ছবিয়ে মুক্তি লাভ কৰে৷ তাৰ ভিতৰত চাৰিখনেই তামিল ভাষাৰ আছিল৷ ১৯

২০১০ চনত মুক্তি লাভ কৰা নয়নতাৰাৰ আটাইবোৰ ছবিয়েই বক্স অফিচত সফল বিবেচিত হয়৷ তেলেগু ভাষাৰ "আধুৰছ" আৰু "ছিমহা", মালায়ালম ভাষাৰ "বডিগাৰ্ড", তামিল ভাষাৰ "বছ এনগিৰা ভাস্কৰণ" আৰু কানাড়া ভাষাত নিৰ্মিত ছবি "ছুপাৰ"-এ তেখেতক চৰ্চিত আৰু জনপ্ৰিয় কৰি তোলে৷ পাঁচখন ছবিয়েই হিট ছবিৰ মৰ্যাদা পায়৷২০২১

২০১১ চনত নয়নতাৰাই অভিনয় কৰা কেৱল এখন ছবিয়েহে মুক্তিলাভ কৰে৷ যাৰ নাম আছিল "শ্ৰী ৰামা ৰাজ্যম"৷ ছবিখনত তেখেতে সীতাৰ ভূমিকা ৰূপায়ণ কৰে আৰু তাৰ বাবে তেখেতে সমালোচকৰ পৰা প্ৰশংসা লাভ কৰে৷ "ৰেডিফ ডট কম"ৰ মতে "Nayanthara is the surprise package of the film. As Sita, she too has played the role of her lifetime. She gave a fine understated performance conveying a kaleidoscope of emotions."

ব্যক্তিগত জীৱন

নয়নতাৰাই "ৱালাবান" ছবিত অভিনয় কৰাৰ পাছত "ছিলামবাৰাচান"ৰ লগত সম্পৰ্ক গঢ়ি তুলিছিল। অৱশ্যে তেওঁলোকৰ সম্পৰ্ক স্থায়ী নহ'ল। পৰৱৰ্তী পৰ্যায়ত "ৱিল্লু" নামৰ ছবিত কাম কৰি থকা সময়ত নয়নতাৰা আৰু প্ৰভু দেৱাৰ মাজত প্ৰেমৰ সম্পৰ্ক স্থাপিত হয়। কিছু বছৰ সম্পৰ্কত থাকি তেওঁলোকে বিবাহপাশত আবদ্ধ হোৱাৰ কথা ভাবে। কিন্তু ২০১০ চনত প্ৰভু দেৱাৰ পত্নী লতাই "পাৰিবাৰিক ন্যায়ালয়"ত এটা আবেদন দাখিল কৰে আৰু নয়নতাৰাৰ লগত গঢ়ি উঠা সম্পৰ্কটোৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে, লগতে তেওঁৰ লগত পুনৰ্মিলনৰ অনুৰোধ কৰে।২২ ইয়াৰ উপৰিও লতাই কয় যে, যদিহে প্ৰভু দেৱাই নয়নতাৰাক বিয়া কৰায় তেন্তে তেওঁ অনশন-ধৰ্মঘটৰ পন্থা অৱলম্বন কৰিব। একেসময়তে তামিল সংস্কৃতিত অশুদ্ধতা বিয়পোৱাৰ অভিযোগ তুলি মহিলা সমিতিয়ে নয়নতাৰাৰ বিৰোধিতা কৰে আৰু আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে, লগতে তেখেতেৰ প্ৰতিকৃতি দাহ কৰে।২৩ ২০১২ চনত নয়নতাৰাই প্ৰভু দেৱাৰ লগত থকা সম্পৰ্কটো ছিন্ন কৰাৰ কথাটো ৰাজহুৱা কৰে।২৪২৪২৫২৬

চলচ্চিত্ৰপুঞ্জী

+ চিহ্নমুক্তি নোহোৱা ছবিবোৰ
বৰ্ষনামচৰিত্ৰপৰিচালকভাষাটোকাতথ্যসূত্ৰ
২০০৩ManassinakkareGouriSathyan Anthikadমালয়ালম ভাষা২৭ ২৮
২০০৪VismayathumbathuReetha MathewsFazilমালয়ালম ভাষা২৯
২০০৪NatturajavuKatrinaShaji Kailasমালয়ালম ভাষা৩০
২০০৫AyyaSelviHariTamil৩১
২০০৫ChandramukhiDurgaP. VasuTamil৩২
২০০৫Thaskara VeeranThankamaniPramod Pappanমালয়ালম ভাষা৩৩
২০০৫RappakalGouriKamalমালয়ালম ভাষা২৮
২০০৫GhajiniChitraAR MurugadossTamil৩৪
২০০৫SivakasiHerselfPerarasuTamilSpecial appearance in the song "Kodambakkam Area"৩৫
২০০৬Kalvanin KadhaliHarithaTamilvannanTamil৩৬
২০০৬LakshmiNandhineeV. V. VinayakTelugu৩৭ ২৮
২০০৬BossAnuradhaV. N. AdityaTelugu৩৮
২০০৬VallavanSwapnaশিলামবৰ্ষণ ৰাজেন্দৰTamil৩৯
২০০৬ThalaimaganMekalaR. SarathkumarTamil৪০
২০০৬EJyothiS. P. JananathanTamil৪১
২০০৭YogiNandiniV. V. VinayakTelugu৪২ ৪৩
২০০৭Dubai SeenuMadhumathiSrinu VaitlaTelugu৪৪
২০০৭SivajiHerselfS. ShankarTamilSpecial appearance in the song "Balleilakka"৪৫
২০০৭TulasiVasundhara RamBoyapati SrinuTelugu৪৬
২০০৭BillaSashaVishnuvardhanTamil৪৭
২০০৮Yaaradi Nee MohiniKeerthi (Komalavalli)Mithran JawaharTamil৪৮
২০০৮KuselanNayantharaP. VasuTamilGuest appearance৩৫
২০০৮KathanayakuduNayantharaP. VasuTeluguGuest appearance৪৯
২০০৮SatyamDeivanayaki (Deiva)A. R. RajasekarTamil৫০
২০০৮SaluteDivyaA. R. RajasekarTelugu৫১
২০০৮AeganMallikaRaju SundaramTamil৫২
২০০৮Twenty:20HerselfJoshiyমালয়ালম ভাষাSpecial appearance in the song "Hey Dil Deewana"৩৫
২০০৯VilluJanviপ্ৰভু দেৱাTamil৫৩
২০০৯AnjaneyuluAnjaliParasuramTelugu৫৪
২০০৯AadhavanTharaK. S. RavikumarTamil৫৫
২০১০AdhursChandrakalaV. V. VinayakTelugu৫৬
২০১০BodyguardAmmuSiddiqueমালয়ালম ভাষা৫৭
২০১০GoaHerselfVenkat PrabhuTamilCameo appearance৫৮
২০১০SimhaGayatriBoyapati SrinuTelugu৫৯
২০১০Boss Engira BhaskaranChandrikaM. RajeshTamil৬০
২০১০ElektraElektra AlexanderShyamaprasadমালয়ালম ভাষা৬১
২০১০SuperIndiraUpendraকন্নড় ভাষা৬২
২০১১Sri Rama RajyamসীতাBapuTelugu৬৩
২০১২Krishnam Vande JagadgurumDevikaKrishTelugu৬৪
২০১৩Ethir NeechalHerselfR. S. Durai SenthilkumarTamilSpecial appearance in the song "Local Boys"৬৫
২০১৩Greeku VeeruduSandhyaK. DasarathTelugu৬৬
২০১৩Raja RaniReginaAtleeTamil৬৭
২০১৩ArrambamMayaVishnuvardhanTamil৬৮
২০১৪Idhu Kathirvelan KadhalPavithraS. R. PrabhakaranTamil৬৯
২০১৪AnaamikaAnaamikaSekhar KammulaTelugu৭০
২০১৪Nee Enge En AnbeAnaamikaSekhar KammulaTamil৭১
২০১৫NannbendaRamyaJagadishTamil৭২
২০১৫Bhaskar the RascalHimaSiddiqueমালয়ালম ভাষা৭৩
২০১৫Massu Engira MasilamaniMaliniVenkat PrabhuTamil৭৪
২০১৫Thani OruvanMahimaMohan RajaTamil৭৫
২০১৫MayaMaya Mathews, ApsaraAshwin SaravananTamil৭৬
২০১৫Life of JosuttySwapnaJeethu Josephমালয়ালম ভাষাCameo appearance৭৭
২০১৫Naanum Rowdy DhaanKadambariVignesh ShivanTamil৭৮
২০১৬Puthiya NiyamamVasuki IyerA. K. Sajanমালয়ালম ভাষা৭৯
২০১৬Idhu Namma AaluMylaPandirajTamil৮০
২০১৬ThirunaalVidyaP. S. RamnathTamil৮১
২০১৬Babu BangaramSailajaMaruthi DasariTelugu৮২
২০১৬Iru MuganMeera GeorgeAnand ShankarTamil৮৩
২০১৬KaashmoraRatna MahadeviGokulTamil৮৪
২০১৭DoraPavalakkodiDoss RamaswamyTamil৮৫
২০১৭ArammMadhivadhaniGopi NainarTamil৮৬
২০১৭VelaikkaranMrinaliniMohan RajaTamil৮৭
২০১৮Jai SimhaGauriK. S. RavikumarTelugu৮৮
২০১৮Kolamavu KokilaKokilaNelson DilipkumarTamil৮৯
২০১৮Imaikkaa NodigalAnjali VikramadityanR. Ajay GnanamuthuTamil৯০
২০১৯ViswasamNiranjanaSivaTamil৯১
২০১৯AiraaBhavani, YamunaK. M. SarjunTamil৯২
২০১৯Mr. LocalKeerthanaM. RajeshTamil৯৩
২০১৯Kolaiyuthir KaalamShruthi LawsonChakri ToletiTamil৯৪
২০১৯Love Action DramaShobhaDhyan Sreenivasanমালয়ালম ভাষা৯৫
২০১৯Sye Raa Narasimha ReddySiddhammaSurender ReddyTelugu৯৬
২০১৯BigilAngel AashirvaathamAtlee KumarTamil৯৭
২০২০DarbarLillyAR MurugadossTamil৯৮
২০২০NetrikannTamilFilming৯৯
২০২০Mookuthi AmmanRJ Balaji N. J. SaravananTamilFilming১০০
২০২০AnnaattheSivaTamilFilming১০১
২০২০Kaathuvaakula Rendu KaadhalVignesh ShivanTamilFilming১০২

তথ্যসূত্ৰ

  1. ↑ Nayanthara- Unknown facts: The Live Mirror
  2. ↑ TNN. (17 April 2015). Kochi Times 15 Most Desirable Women in 2014. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ (5 December 2018). Nayanthara, PV Sindhu and Saina Nehwal highest paid women in south: Forbes 100 list
  4. ↑ timesofindia.indiatimes.com/topic/Nayanthara
  5. ↑ (19 January 2011). Upendra's Super remake rights in great demand
  6. ↑ www.moviebuff.com/nayanthara-kurian
  7. ↑ www.imdb.com/name/nm1521381/awards
  8. ↑ NAYANTHARA AWARDS. ET Times
  9. ↑ (18 November 2015). Birthday special unknown facts about nayanthara. filmibeat.com
  10. ↑ Nayanthara
  11. ↑ (14 May 2006). Tamil filmdom's top stars ' Kerala women. The Telegraph
  12. ↑ (25 January 2005). Nayanthara: A Dream comes true. IndiaGlitz
  13. ↑ (20 January 2007). Welcome to. Sify
  14. ↑ rediff.com: Meet Rajnikanth's new heroine!. Rediff.com. Retrieved 10 April 2012
  15. ↑ rediff.com: Meet Rajnikanth's new heroine!. Rediff.com. Retrieved 10 April 2012
  16. ↑ Nayantara is the new flavour of Kollywood . Sify.com (6 December 2004). Retrieved 2012-04-10
  17. ↑ Ayya Review. Behindwoods (17 January 2005). Retrieved 2012-04-10
  18. ↑ Kalvanin Kadhali Tamil Movie Review . IndiaGlitz (18 February 2006). Retrieved 2012-04-10
  19. ↑ YAARADI NEE MOHINI MOVIE REVIEW - Behindwoods.com DHANUSH Nayanthara YUVAN SHANKAR RAJA Selvaraghavan Jawahar Karthik Kumar Raghuvaran yaaradi nee mohini movie wallpapers hot stills picture image gallery
  20. ↑ (20 December 2010). I feel blessed to play Sita: Nayanthara. The Times of India
  21. ↑ People now trust my abilities: Nayanthara. Sify
  22. ↑ (7 October 2010). Prabhu's wife files for second petition. The Times Of India
  23. ↑ (6 October 2010). Nayanthara – Tamil Movie News – Nayanthara's effigy burnt – Nayanthara | Prabhu Deva | Ramlath | Kalpana. Behindwoods.com
  24. ↑ (28 January 2012). Nayanthara, Prabhu Deva call it quits. The Times Of India
  25. ↑ (29 December 2010). Prabhu Deva enters into divorce deal with wife. The Times Of India
  26. ↑ (2 July 2011). Prabhu Deva granted divorce. Sify
  27. ↑ (30 December 2003). Manasinakkare. Sify
  28. ↑ Nagarajan, Saraswathy. (27 May 2010). Simply electrifying. The Hindu
  29. ↑ (12 April 2004). Vismayathumbathu. Sify
  30. ↑ (24 August 2004). Natturajavu. Sify
  31. ↑ (15 January 2005). Ayyaa. Sify
  32. ↑ Chan, F.; Karpovich, A.; Zhang, X. (2011). Genre in Asian Film and Television: New Approaches. Palgrave Macmillan. পৃ. 109. ISBN 978-1-349-32303-6
  33. ↑ Rani, Angel. (29 May 2005). Thaskaraveeran. Deccan Herald
  34. ↑ (30 September 2005). Ghajini. Sify
  35. ↑ Being Nayanthara. The Times of India
  36. ↑ (17 February 2006). Review: Kalvanin Kathali. Sify
  37. ↑ Lakshmi Movie Review. fullhyderabad
  38. ↑ Rajamani, Radhika. (28 September 2006). Nagarjuna charms in Boss. Rediff.com
  39. ↑ (24 October 2006). Vallavan. Sify
  40. ↑ Thalaimagan. Rotten Tomatoes
  41. ↑ (21 October 2006). E. Sify
  42. ↑ (15 January 2007). Yogi: Sentimental drivel. Rediff.com
  43. ↑ Vinayak, V. V. (director). (2007). Yogi. Eeshwari Films
  44. ↑ (8 June 2007). Dubai Seenu. Sify
  45. ↑ Nayanthara turns item girl?. The Times of India
  46. ↑ Rajamani, Radhika. (12 October 2007). Thulasi: A hardcore cliched affair. Rediff.com
  47. ↑ (14 December 2007). Billa. Sify
  48. ↑ Rangarajan, Malathi. (11 April 2008). Good, bad, average — Yaaradi Nee Mohini. The Hindu
  49. ↑ Rajamani, Radhika. (1 August 2008). Rajni, Jagapathi Babu shine. Rediff.com
  50. ↑ Srinivasan, Pavithra. (14 August 2008). No good, not good at all. Rediff.com
  51. ↑ 'Salute' Review: Boring And Pestering. greatandhra.com
  52. ↑ (25 October 2008). Aegan. Sify
  53. ↑ (12 January 2009). Adventures of a Tamil James Bond. Rediff.com
  54. ↑ (12 August 2009). Ravi Teja steals the show in Anjaneyulu. Rediff.com
  55. ↑ (17 October 2009). Aadhavan is clean fun. Rediff.com
  56. ↑ (14 January 2010). Adhurs. Sify
  57. ↑ (25 January 2010). This Bodyguard is no fun. Rediff.com
  58. ↑ (7 November 2009). Nayanthara does a cameo in Goa. Sify
  59. ↑ Simha. Rotten Tomatoes
  60. ↑ Sanjeevee, S. (15 September 2010). Laugh riot. The Hindu
  61. ↑ Nagarajan, Saraswathy. (19 May 2010). Electrifying Elektra. The Hindu
  62. ↑ (3 December 2010). Upendra is super!. Rediff.com
  63. ↑ (20 November 2011). Telugu Review: 'Sri Rama Rajyam' is a must watch. CNN-News18
  64. ↑ Pasupulate, Karthik. (30 November 2012). Krishnam Vande Jagadgurum Movie Review. The Times of India
  65. ↑ (7 May 2013). Nayanthara's 'Ethir Neechal' cameo becomes a big hit!. Sify
  66. ↑ (3 May 2013). Greeku Veerudu: We are family. The Hindu
  67. ↑ Kamath, Sudhish. (28 September 2013). Raja Rani: Boy, Girl, Her Ex and His. The Hindu
  68. ↑ Prakash, R. S. Movie review: Aarambam. Bangalore Mirror
  69. ↑ Rangan, Baradwaj. (15 February 2014). Idhu Kathirvelan Kadhal: Laughing through tears. The Hindu
  70. ↑ (2 May 2014). Movie review 'Anaamika': Nayanthara steals the show. Deccan Chronicle
  71. ↑ Nee Enge En Anbe Movie Review. The Times of India
  72. ↑ (2 April 2015). 'Nannbenda' (Nanbenda) Movie Review: Watch Only If You Badly Crave to See Nayanthara Onscreen. International Business Times
  73. ↑ (15 April 2015). Bhaskar The Rascal review. Sify
  74. ↑ Bhaskaran, Gautaman. (30 May 2015). Massu Engira Maasilamani Movie Review. হিন্দুস্তান টাইমছ
  75. ↑ Rangan, Baradwaj. (28 August 2015). Thani Oruvan: a pretty smart, pulpy thriller. The Hindu
  76. ↑ Saraswathi, S. (18 September 2015). Review: Maya is a truly haunting experience. Rediff.com
  77. ↑ (25 September 2015). Life of Josutty. Sify
  78. ↑ (21 October 2015). Naanum Rowdy Dhaan. Sify
  79. ↑ (13 February 2016). Review: Watch Puthiya Niyamam for Nayanthara. Rediff.com
  80. ↑ Rangan, Baradwaj. (27 May 2016). Idhu Namma Aalu: True love. The Hindu
  81. ↑ Bhaskaran, Gautaman. (5 August 2016). Thirunaal review: This Jiiva-Nayanthara starrer is a romp of rowdies. Hindustan Times
  82. ↑ (12 August 2016). Babu Bangaram review: This Venkatesh, Nayanthara starrer is a let down. Firstpost
  83. ↑ (8 September 2016). Iru Mugan movie review: Vikram-starrer is not the Onam gift we were hoping for. The Indian Express
  84. ↑ (30 October 2016). Review: Kaashmora is a fun watch. Rediff.com
  85. ↑ Thimmayya, Daniel. (31 March 2017). Dora Review: A canine-car-horror flick that is all smoke and talk without the torque. The Indian Express
  86. ↑ Manoj Kumar, R. (10 November 2017). Aramm movie review: This Nayanthara starrer is hard-hitting. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  87. ↑ (22 December 2017). Velaikkaran review- An honest film that hits the right notes. Sify
  88. ↑ Manoj Kumar, R. (12 January 2018). Jai Simha movie review: The Balakrishna and KS Ravikumar film is old wine in a new bottle. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  89. ↑ Upadhyaya, Prakash. (17 August 2018). Kolamavu Kokila movie review and ratings by audience: Live update. International Business Times
  90. ↑ Upadhyaya, Prakash. (30 August 2018). Imaikkaa Nodigal movie review and ratings: Live audience response. International Business Times
  91. ↑ Menon, Thinkal. (10 January 2019). Viswasam Movie Review. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  92. ↑ Janani, K. (28 March 2019). Airaa Movie Review: Nayanthara kisses goodbye to logic in latest horror flick. ইণ্ডিয়া টুডে
  93. ↑ Menon, Thinkal. (17 May 2019). Mr. Local Movie Review. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  94. ↑ Suganth, M. (10 August 2019). Kolaiyuthir Kalam Movie Review. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  95. ↑ (5 September 2019). Love Action Drama: what to expect from Nivin Pauly-Nayanthara movie. Manorama Online
  96. ↑ Nyayapati, Neeshita. (2 October 2019). Sye Raa Narasimha Reddy Movie Review: Chiranjeevi's show all the way. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  97. ↑ (25 October 2019). Bigil Movie Review: Thalapathy Vijay starrer is an engaging entertainer. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  98. ↑ (10 April 2019). Rajinikanth starts Darbar shoot in Mumbai. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  99. ↑ (18 October 2019). Second schedule of Nayanthara's 'Netrikann' starts today. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  100. ↑ Suganth, M. (1 March 2020). This will be a 100% saami padam: RJ Balaji. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  101. ↑ (25 February 2020). Rajinikanth’s next film titled Annaatthe. দ্য হিন্দু
  102. ↑ (February 14, 2020). Valentine's Day with oru kutti surprise ❤️ Lots of love & tonnes of fun coming your way! #KaathuvaakulaRenduKaadhal #KRK @VijaySethuOffl #Nayanthara @anirudhofficial @Samanthaprabhu2 @VigneshShivN @Lalit_SevenScr @iamarunviswa @7screenstudio @gopiprasannaa @sureshchandraa

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীকেৰালাৰ ব্যক্তিমালায়ালম চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীতেলেগু চলচ্চিত্ৰৰ অভিনেত্ৰীকানাড়া চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীফিল্মফেয়াৰ বঁটা দক্ষিণ বিজয়ীদক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নয়নতাৰা” প্ৰবন্ধৰ সংশোধন ৬৩৯৯০৬ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।