দৰ্শন ৰাৱল (દર્શન રાવલ; জন্ম ১৮ অক্টোবৰ ১৯৯৪) এগৰাকী ভাৰতীয় গায়ক, ৰচয়িতা, গীতিকাৰ আৰু অভিনেতা। ১৯৯৪ চনৰ ১৮ অক্টোবৰত ভাৰতৰ আহমেদাবাদত তেওঁৰ জন্ম হৈছিল। তেওঁক টেলিভিশ্যনৰ পৰ্দাত প্ৰথমবাৰৰ বাবে ইণ্ডিয়াছ ৰ' ষ্টাৰ নামৰ এটা ৰিয়েলিটী শ্ব'ত দেখা গৈছিল।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দৰ্শন ৰাৱল” প্ৰবন্ধৰ সংশোধন ৪০৯১১২ (২ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।