অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ভাৰত-ইউৰোপীয় ভাষা পৰিয়াল

ভাৰত-ইউৰোপীয় ভাষাসমূহ কেইবাশ সম্পৰ্কীয় ভাষা আৰু দোৱানৰ এক ভাষা পৰিয়াল। ইউৰোপীয় ভাষাসমূহ, ইৰানীয়ান মালভূমি, দক্ষিণ এছিয়া আৰু এনাটলিয়াৰ বেছিভাগ প্ৰধান ভাষা ইয়াৰ অন্তৰ্ভুক্ত। এনাটলিয়ান ভাষা আৰু মাইচেনিয়ান গ্ৰীকৰ ৰূপত ব্ৰ'ঞ্জ যুগৰ দিনৰ পৰা ইয়াৰ লিখিত ৰূপ পোৱা গৈছে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৫৭২ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ভাৰত-ইউৰোপীয় ভাষাসমূহ কেইবাশ সম্পৰ্কীয় ভাষা আৰু দোৱানৰ এক ভাষা পৰিয়াল।১ ইউৰোপীয় ভাষাসমূহ, ইৰানীয়ান মালভূমি, দক্ষিণ এছিয়া আৰু এনাটলিয়াৰ বেছিভাগ প্ৰধান ভাষা ইয়াৰ অন্তৰ্ভুক্ত। এনাটলিয়ান ভাষা আৰু মাইচেনিয়ান গ্ৰীকৰ ৰূপত ব্ৰ'ঞ্জ যুগৰ দিনৰ পৰা ইয়াৰ লিখিত ৰূপ পোৱা গৈছে। সেইহিচাপে এফ্ৰ'এছিয়াটিক পৰিয়ালৰ পিছতে সকলোতকৈ পুৰণি ইতিহাসসমৃদ্ধ ভাষা পৰিয়াল হোৱা বাবে ই ভাষা ইতিহাসবিদসকলৰ গুৰুত্ব লাভ কৰিছে।

প্ৰায় ৩০০ কোটি দেশীয় বাসিন্দাই ভাৰত-ইউৰোপীয় ভাষাসমূহ কয়,২ ই যিকোনো ভাষা পৰিয়ালৰ ভিতৰত সকলোতকৈ বেছি। এথ্‌ন'ল'গৰ মতে সৰ্বোচ্চ সংখ্যক "দেশীয় কওঁতা" থকা বিশটা ভাষাৰ ভিতৰত ভাৰত-ইউৰোপীয় ভাষা বাৰটা: স্পেনিছ, ইংৰাজী, হিন্দী ভাষা, পৰ্তুগীজ, বাংলা, ৰাছিয়ান, জাৰ্মান, মাৰাঠী, ফ্ৰেঞ্চ, ইটালীয়ান, পঞ্জাবী, আৰু উৰ্দু ভাষা। এইবোৰৰ মুঠ বক্তা ১৭০ কোটিৰো অধিক।৩ কেইবাটাও বিতৰ্কিত প্ৰস্তাৱে ভাৰত-ইউৰোপীয়ানক আন ভাষা পৰিয়ালৰ লগত সংযোগ কৰিছে।

তথ্যসূত্ৰ

  • Anthony, David W. (2007). The Horse, the Wheel, and Language: How Bronze-Age Riders from the Eurasian Steppes Shaped the Modern World. Princeton University Press. ISBN 0-691-05887-3
  • Auroux, Sylvain. (2000). History of the Language Sciences. Walter de Gruyter. ISBN 3-11-016735-2.
  • Fortson, Benjamin W. (2004). Indo-European Language and Culture: An Introduction. Blackwell. ISBN 1-4051-0315-9
  • Houwink ten Cate, H. J.; Melchert, H. Craig; van den Hout, Theo P. J. (1981). Encyclopædia Britannica. Helen Hemingway Benton.
  • Holm, Hans J. (2008). Data Analysis, Machine Learning, and Applications. Proceedings of the 31st Annual Conference of the German Classification Society (GfKl), University of Freiburg, March 7–9, 2007. Springer-Verlag. ISBN 978-3-540-78239-1.
  • Kortlandt, Frederik. (1990). The Spread of the Indo-Europeans. Journal of Indo-European Studies. পৃ. 131–140.
  • Lubotsky, A. (1988). The Old Phrygian Areyastis-inscription. Kadmos. পৃ. 9–26.
  • Kortlandt, Frederik. (1988). The Thraco-Armenian consonant shift. Linguistique Balkanique. পৃ. 71–74.
  • Lane, George S.; Adams, Douglas Q. (1981). Encyclopædia Britannica. Helen Hemingway Benton.
  • Renfrew, C. (2001). Greater Anatolia and the Indo-Hittite language family. Institute for the Study of Man. ISBN 0-941694-77-1.
  • Szemerényi, Oswald; Jones, David; Jones, Irene. (1999). Introduction to Indo-European Linguistics. Oxford University Press. ISBN 0-19-823870-3

অতিৰিক্ত পাঠ্য

বহিঃ সংযোগ

তথ্যকোষ

শব্দকোষ

তথ্যসূত্ৰ

  1. ↑ It includes 449 languages and dialects, according to the 2005 Ethnologue estimate, about half (219) belonging to the Indo-Aryan subbranch
  2. ↑ Ethnologue list of language families. Ethnologue.com
  3. ↑ Ethnologue list of languages by number of speakers. Ethnologue.com

সম্পৰ্কিত শ্ৰেণী

ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰত-ইউৰোপীয় ভাষা পৰিয়াল” প্ৰবন্ধৰ সংশোধন ৬৩১৫০০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।