অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মমিতা বৈজু

মমিতা বৈজু এগৰাকী ভাৰতীয় অভিনেত্ৰী। তাই মূলতঃ মালয়ালম ছবিত অভিনয় কৰে৷ ২০১৭ চনৰ ছবি সৰ্বোপৰি পলাক্কাৰণৰ জৰিয়তে চলচ্চিত্ৰ জগতত তাইৰ অভিষেক ঘটে৷ অপাৰেচন জাভা (২০২১)ত আলফনছা, খো-খো (২০২১)ত অঞ্জু, ছুপাৰ শৰণ্যা (২০২২)ত ছ'না, প্ৰাণয়া বিলাসম (২০২৩)ত গোপিকা আদি বিভিন্ন ছবিৰ বিভিন্ন চৰিত্ৰত তাই অভিনয়…

হালনাগাদ: ১০ আগষ্ট ২০২৫ ১৩১ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

মমিতা বৈজু এগৰাকী ভাৰতীয় অভিনেত্ৰী। তাই মূলতঃ মালয়ালম ছবিত অভিনয় কৰে৷ ২০১৭ চনৰ ছবি সৰ্বোপৰি পলাক্কাৰণৰ জৰিয়তে চলচ্চিত্ৰ জগতত তাইৰ অভিষেক ঘটে৷ অপাৰেচন জাভা (২০২১)ত আলফনছা, খো-খো (২০২১)ত অঞ্জু, ছুপাৰ শৰণ্যা (২০২২)ত ছ'না, প্ৰাণয়া বিলাসম (২০২৩)ত গোপিকা আদি বিভিন্ন ছবিৰ বিভিন্ন চৰিত্ৰত তাই অভিনয় কৰিছিল। ২০২৪ চনৰ ছবি প্ৰেমালুত ৰীনুৰ চৰিত্ৰত অভিনয় কৰি তাই সমগ্ৰ ভাৰতত খ্যাতি লাভ কৰে আৰু ছবিখনো সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী মালয়ালম ছবিসমূহৰ ভিতৰত অন্যতম এখন হৈ পৰে।১২

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

মমিতা বৈজু কেৰেলাৰ কোট্টায়ম জিলাৰ কিডাংগূৰৰ বাসিন্দা।৩ তাইৰ পিতৃৰ নাম ড° বৈজু কৃষ্ণন আৰু মাতৃৰ নাম মিনি। তাইৰ ককায়েকৰ নাম মিধুন।৪

কট্টাচিৰাৰ মেৰী মাউণ্ট পাব্লিক স্কুল আৰু এন.এছ.এছ. উচ্চতৰ মাধ্যমিক বিদ্যালয়, কিডাংগূৰৰ পৰা মমিতাই স্কুলীয়া শিক্ষা লাভ কৰিছিল। বৰ্তমান তাই কোচিৰ ছেক্ৰেড হাৰ্ট কলেজৰ পৰা মনোবিজ্ঞানত বি. এছচি পঢ়ি আছে।৫

চলচ্চিত্ৰপঞ্জী

চলচ্চিত্ৰ

বছৰশিৰোনামভূমিকাটোকাতথ্যসূত্ৰ
২০১৭সৰ্বোপৰি পলাক্কাৰণৰাজীপ্ৰথম ছবি৬
হানি বি ২: চেলেব্ৰেচনচিচিলি থাম্বি এণ্টনি৭
২০১৮ডাকিনীআৰতী৮
কৃষ্ণমচিত্ৰা৯
বাৰথনচেন্দ্ৰা১০
স্কুল ডায়েৰীইন্দু১১
২০১৯এন ইন্টাৰনেচনেল লোকেল ষ্ট'ৰীদেৱিকা১২
বিকৃতিসুহাৰা১৩
২০২০কিলোমিটাৰচ এণ্ড কিলোমিটাৰচকচুমল১০
২০২১অপাৰেচন জাভাআলফন্সা৪
খো খোঅঞ্জু১৪
২০২২ৰণ্ডুকুঞ্জুমল১৫
চুপাৰ শৰণ্যাছ’না থমাছ১৬
২০২৩প্ৰাণয়া বিলাসমগোপিকা১৭
ৰামচন্দ্ৰ বছ এণ্ড কোছফিয়া১৮
২০২৪প্ৰেমালুৰীনু ৰয়১৯
ৰেবেলছাৰা মেৰী জনতামিল চলচ্চিত্ৰ২০

চুটি চলচ্চিত্ৰ

বছৰশিৰোনামভূমিকাটোকাতথ্যসূত্ৰ
২০২১কালাৰ পদমশালিনী

বঁটা আৰু মনোনয়ন

বছৰপুৰস্কাৰবিভাগকামফলাফলতথ্যসূত্ৰ
২০২০কেৰেলা চলচ্চিত্ৰ সমালোচকৰ বঁটাশ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীখো খো২১

তথ্যসূত্ৰ

  1. ↑ ആന്റണി, സീന. (15 January 2022). അനശ്വര ശരിക്കും തേച്ചോ?: മറുപടി പറഞ്ഞ് മമിത ബൈജു; അഭിമുഖം. Manorama Online
  2. ↑ https://malayalam.samayam.com/malayalam-cinema/movie-news/operation-java-fame-mamitha-baiju-exclusive-interview/articleshow/83026095.cms
  3. ↑ Antony, Seena. (16 January 2022). Super Sharanya' is a milestone in my career: Mamitha Baiju. On Manorama
  4. ↑ ശ്രീലേഖ, ആർ.ബി. (21 May 2021). ഹണീബിയിൽ ആസിഫിന്റെ അനിയത്തി, ജാവയിലെ അൽഫോൻസ; ഈ പ്ലസ് ടുക്കാരി. ManoramaOnline
  5. ↑ Basith. (25 December 2021). ക്രിസ്മസിന് ഫുഡാണ് മെയിൻ; മമിത ബൈജു പറയുന്നു. Twenty Four News
  6. ↑ രഘുനാഥ്‌, രശ്മി. (21 June 2021). ഹെഡ്മിസ്ട്രസ് പറഞ്ഞു; ഇപ്പോള്‍ തന്നെ അഞ്ചാറ് നമിതയുണ്ട്, മമിത മതി. Mathrubhmi
  7. ↑ Joas, Ammu. (25 February 2022). 'ജനിച്ച അന്നുതന്നെ തേപ്പു കിട്ടിയ ആളാണ് ഞാൻ': മമിതയെ വിട്ടുപോകാത്ത 'തേപ്പ്': പ്രേക്ഷകരുടെ ചങ്ക്ഗേൾ. Vanitha
  8. ↑ പാലക്കാപറമ്പിൽ, ബിന്ദു. (1 June 2021). അൽഫോൻസയും അഞ്ജുവും വഴിത്തിരിവായി. Kerala Kaumudi
  9. ↑ Subramanian, Anupama. (25 March 2018). New technology in Krishnam to curb piracy. Deccan Chronicle
  10. ↑ ആനന്ദ് രാജ്, എസ്. (12 January 2022). 'സൂപ്പർ മമിത'; ഓപ്പറേഷൻ ജാവ, സൂപ്പർ ശരണ്യ എന്നീ ചിത്രങ്ങളിലൂടെ തിളങ്ങിയ മമിത ബൈജു സംസാരിക്കുന്നു. Madhyamam
  11. ↑ Vetticad, Anna M. M. (21 May 2018). School Diary movie review: What's M.G. Sreekumar doing lending his name to this non-film?. First Post
  12. ↑ Shrijith, Sajin. (15 January 2019). Directing has been my long-cherished dream. Cinema Express
  13. ↑ Soman, Deepa. (8 February 2021). Mamitha Baiju plays the team captain in Rajisha-starrer 'Kho Kho'. The Times of India
  14. ↑ Sidhardha, Sanjith. (11 December 2020). Mamitha Baiju plays the team captain in Rajisha-starrer 'Kho Kho'. The Times of India
  15. ↑ Babu, Ajith. (8 January 2022). 'Randu' movie review: A significant story of our times. On Manorama
  16. ↑ (8 January 2022). 'ശരണ്യ സൂപ്പർ ആണെങ്കിൽ സോന പൊളി ആണ്, അപാരമായ സ്ക്രീൻ പ്രെസൻസ്'; മമിതയ്ക്ക് കൈയ്യടി, പ്രശംസ!. Samayam
  17. ↑ ‘Pranaya Vilasam’ release date: Anaswara Rajan starrer to hit the big screens on THIS date. The Times of India
  18. ↑ (9 July 2023). Nivin Pauly’s film with Haneef Adeni titled ‘Ramachandra Boss and Co’. The Hindu
  19. ↑ (2023-12-01). Naslen-Mamitha Baiju’s rom-com titled ‘Premalu’, first look out!. The Times of India
  20. ↑ Filming of GV Prakash’s ‘Rebel’ wrapped up. The Hindu
  21. ↑ (13 September 2021). Kerala Film Critics Awards: Prithviraj, Biju Menon share best actor award. Mathrubhumi News

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীদাক্ষিণাত্যৰ অভিনেত্ৰীমালয়ালম চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীকেৰালাৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মমিতা বৈজু” প্ৰবন্ধৰ সংশোধন ৫৩১৪০০ (১০ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।