ৰং (Rang) (দূৰদৰ্শন কেন্দ্ৰ) এটা অসমীয়া ভাষাৰ বিনোদন দূৰদৰ্শন কেন্দ্ৰ। ইয়াৰ গৰাকী হৈছে গুৱাহাটীৰ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড১। ইয়াৰ ভগ্নী চেনেলসমূহ হৈছে: নিউজ লাইভ, ৰামধেনু, ইন্দ্ৰধনু আৰু নৰ্থ ইষ্ট লাইভ।
বৰ্তমানৰ অনুষ্ঠান
| নাম | শৈলী | আৰম্ভ |
|---|---|---|
| ফুট গধূলি | নাটক | ২০২3 |
| বৃষ্টি | নাটক | ২০২4 |
| মেঘামল্লাৰ | নাটক | ৮ নৱেম্বৰ ২০২3 |
| পুৱতি তৰা | নাটক | ২০২4 |
অন্যান্য
- উপাসনা
পূৰ্বৰ অনুষ্ঠান
হাস্য-ব্যঙ্গ চিৰিজ
- ঐ খাপলা
- কচুগুটি
- নিঙনি ভাওৰাৰ কথা
- ফেনখোৱা
- বাঃ অমৰাৱতী বাঃ
- বৰলা কাই
- ভাড়াঘৰ
নাটক চিৰিজ
- অনুৰাধা
- অৰ্ধাংগিনী
- অগ্নি
- আবেলিৰ ৰামধেনু
- নূপুৰ
- নেদেখা নদীৰ ঘাট
- বিন্দাচ
- শাহু বোৱাৰী
- এফ. আই. আৰ.
- জোনাকী কাৰেং
- দামিনী
- প্ৰতিজ্ঞা
- অধিকাৰ
- ৰঙ জীৱনৰ
- শুকুলা মেঘৰ ছাঁ
- অনুৰাগ তোমাৰ বাবে
- সংযোগ
- জোনাকৰ বৰষুণ
- ভৈৰৱী
- মেঘৰঞ্জনী
- উমাল বুকুৰ হেজাৰ কাহিনী
- হেঁপাহৰ ঘৰ
- ৰ'দালি
- তুমি দুচকুতে কাজল ল'লে
- আকাশ-এটি মিঠা নাম
- পাতাল ভৈৰৱী
- ৰাগিনী
- লগন
- পিতা পুত্ৰ
- বৈদেহী
- আহিনৰ আবেলি
- নন্দিনী
- কাঞ্চন
- বৰষা যেতিয়া নামে
- দৈৱকী
- সৰাপাত
ৰোমাঞ্চক
- এফ. আই. আৰ.
ৰিয়েলিটী শ্ব'
- স্কুলৱিজ
- মই অসম দেশৰ ছোৱালী
- কিচমে কিতনা হে দম
- সংগীতৰ মহাৰণ
- ঝংকাৰ
কথা-বতৰাৰ অনুষ্ঠান
- মিউজিকেল কাউচ্চ
- আঁৰে আঁৰে কিছু কথা
- জোনাকী বাটেৰে
অন্যান্য
- ৫ পৰিচালকৰ ৫ ছবি
- ভাওনা
- পাকঘৰ
- দা ফুড বে
- প্ৰথম ৰেঙনি
- মোহিনি
- মাধূৰিমা
- পেজ ৩
আহি আছে
২০১৯ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰং (দূৰদৰ্শন কেন্দ্ৰ)” প্ৰবন্ধৰ সংশোধন ৫২৯৮০৭ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।