ৰেঙণি হৈছে এটা অসমীয়া ভাষাৰ মনোৰঞ্জন-ধৰ্মী টিভি চেনেল। গুৱাহাটীৰ এ.এম. টেলিভিজন প্ৰাইভেট লিমিটেড ইয়াৰ গৰাকী। এই চেনেল ২০১৩ চনৰ ৩ জুন তাৰিখে আৰম্ভ কৰা হৈছিল। ইয়াত বিভিন্ন প্ৰকাৰৰ মনোৰঞ্জন-ধৰ্মী কাৰ্যক্ৰম সম্প্ৰচাৰ কৰা হয়।১
বৰ্তমান প্ৰদৰ্শিত
| নাম | খণ্ড সংখ্যা | শৈলী | আৰম্ভ |
|---|---|---|---|
| বেহাৰবাৰী আউটপষ্ট | ১৫৫০ হৈছে ২০ চেপ্তেম্বৰ ২০১৯ | কমেডি | ৭ অক্টোবৰ ২০১৩ |
| Chandmarir Chandini | 196 as of 13 April 2019 | Drama | 30 July 2018 |
| Khoj | 126 as of 13 April 2019 | Drama | 5 November 2018 |
| Alpona | 71 as of 13 April 2019 | Drama | 21 January 2019 |
| Rodali - Ek Aaxar Rengoni | 36 as of 12 April 2019 | Drama | 4 March 2019 |
- ভক্তি আৰাধনা
- স্বৰগম
- বেহাৰবাৰী আউটপষ্ট
- অপৰাজিতা
- আইনা
- সুন্দৰপুৰ গেষ্ট হাউচ
- চুটি ছবি
- যাষ্ট ডাঞ্ছ
- সন্ধ্যাৰাগ
- দেওবাৰ ফিল্ম ফেষ্টিভেল
- মুকুতা মুকুতা গান
তথ্যসূত্ৰ
- ↑ Rengoni TV- Premium Assamese Entertainment Channel. rengonitv.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেঙণি টিভি” প্ৰবন্ধৰ সংশোধন ৫২৯৮১০ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।