| বিমান বন্দৰৰ নাম | অৱস্থান | ICAO | IATA | প্ৰকাৰ | |
|---|---|---|---|---|---|
| চাবুৱা এয়াৰ ফ'ৰ্চ ষ্টেচন | চাবুৱা, ডিব্ৰুগড় | VECA | — | সামৰিক | এয়াৰ বেছ |
| ডিব্ৰুগড় বিমানবন্দৰ | ডিব্ৰুগড়, ডিব্ৰুগড় | VEMN | DIB | আভ্যন্তৰীণ | ব্যবসায়িক |
| ডুমডুমা এয়াৰ ফ'ৰ্চ ষ্টেচন | ডুমডুমা, তিনিচুকীয়া | — | — | সামৰিক | এয়াৰ বেছ |
| তেজপুৰ বিমানবন্দৰ | তেজপুৰ, শোণিতপুৰ | VETZ | TEZ | আভ্যন্তৰীণ | অসামৰিক |
| ৰূপসী বিমানবন্দৰ | ধুবুৰী, ধুবুৰী | VERU | RUP | আভ্যন্তৰীণ | বন্ধ |
| যোৰহাট বিমানবন্দৰ | যোৰহাট, যোৰহাট | VEJT | JRH | আভ্যন্তৰীণ | অসামৰিক |
| লীলাবাৰী বিমানবন্দৰ | উত্তৰ লখিমপুৰ, লখিমপুৰ | VELR | IXI | আভ্যন্তৰীণ | ব্যবসায়িক |
| লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ | বৰঝাৰ, কামৰূপ | VEGT | GAU | আন্তঃৰাষ্ট্ৰীয়১ | ব্যবসায়িক |
| শিলচৰ বিমানবন্দৰ | শিলচৰ, কাছাৰ | VEKU | IXS | আভ্যন্তৰীণ | অসামৰিক |
তথ্যসূত্ৰ
- ↑ (2015-01-14). Airport Authority of India. Aai.aero
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ বিমানবন্দৰসমূহ” প্ৰবন্ধৰ সংশোধন ২৭২১৬১ (২৪ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।