অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

শিলচৰ বিমানবন্দৰ

শিলচৰ বিমানবন্দৰ (শিলচৰ বিমানবন্দৰ) (Silchar Airport) ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলীয় ৰাজ্য অসমৰ কাছাৰ জিলাৰ শিলচৰত অৱস্থিত এটা বিমানবন্দৰ। এই বিমানবন্দৰটো শিলচৰ নগৰৰ পৰা কিছু দূৰৈত কুম্ভিৰগ্ৰাম নামৰ ঠাইত অৱস্থিত। বিমানবন্দৰটো ১৯৪৪ চনত বৃটিছসকলে প্ৰতিষ্ঠা কৰে।

হালনাগাদ: ২৪ এপ্ৰিল ২০২১ ৮৪ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

শিলচৰ বিমানবন্দৰ (শিলচৰ বিমানবন্দৰ) (Silchar Airport) ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলীয় ৰাজ্য অসমৰ কাছাৰ জিলাৰ শিলচৰত অৱস্থিত এটা বিমানবন্দৰ। এই বিমানবন্দৰটো শিলচৰ নগৰৰ পৰা কিছু দূৰৈত কুম্ভিৰগ্ৰাম নামৰ ঠাইত অৱস্থিত। বিমানবন্দৰটো ১৯৪৪ চনত বৃটিছসকলে প্ৰতিষ্ঠা কৰে। শিলচৰ বিমানবন্দৰে বছৰি প্ৰায় ২,৩০,০০০ যাত্ৰী বহন কৰে। প্ৰতি সপ্তাহত প্ৰায় ৩০ খন বিমান শিলচৰ বিমানবন্দৰৰ পৰা ইম্ফল, গুৱাহাটী, কলকাতা আৰু তেজপুৰলৈ যাত্ৰা কৰে।

ইতিহাস

শিলচৰ বিমানবন্দৰটো ১৯৪৪ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বৃটিছসকলে প্ৰতিষ্ঠা কৰিছিল। ১৯৪৪ চনৰ মাৰ্চ মাহৰ পৰা বিমানবন্দৰটো সম্পূৰ্ণ ৰূপে কাৰ্য্যক্ষম হৈ উঠিছিল।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিমানবন্দৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিলচৰ বিমানবন্দৰ” প্ৰবন্ধৰ সংশোধন ২৭২১৬৮ (২৪ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।