অসমীয়া সাহিত্য: আধুনিক যুগ এখন অসমীয়া গ্ৰন্থ। গ্ৰন্থখনৰ লেখক অধ্যাপক প্ৰফুল্ল চন্দ্ৰ বৰা। গ্ৰন্থখনৰ প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ আৰু প্ৰথম প্ৰকাশ পাইছিল ফেব্ৰুৱাৰী ১৯৯৫ চনত। এই গ্ৰন্থখনত সাতটা খণ্ডত অসমীয়া সাহিত্যৰ আধুনিক যুগটোৰ বিষয়ে আলোচনা কৰা হৈছে। গ্ৰন্থখনৰ মুঠ পৃষ্ঠা সংখ্যা২৬৬।১
প্ৰথম খণ্ড
এই খণ্ডটিত ঊনবিংশ শতিকাৰ সংক্ৰান্তিকালৰ অসমৰ ৰাজনৈতিক আৰু সামাজিক পটভূমিৰ পৰা আৰম্ভ কৰি অৰুনোদই যুগৰ লেখকসকললৈকে সামৰি লৈছে। এই খণ্ডটি পাঁচটি অধ্যায়ত বিভক্ত।২
- ঊনবিংশ শতিকাৰ সংক্ৰান্তিকালৰ অসম: ৰাজনৈতিক আৰু সামাজিক পটভূমি
- আমেৰিকাৰ বেপ্টিষ্ট মিছনেৰীৰ অসম আগমন
- অসমীয়া ভাষাৰ পুনৰ উদ্ধাৰত খ্ৰীষ্টান মিছনেৰীৰ ভূমিকা
- অৰুণোদই আৰু অসমীয়া সাহিত্য
- অৰুনোদই যুগৰ লেখকসকলডক্তৰ নাথান ব্ৰাউন .
ডক্তৰ মাইলছ ব্ৰনছননিধি লিবাই ফাৰোৱেলআনন্দৰাম ঢেকিয়াল ফুকন
দ্বিতীয় খণ্ড
এই খণ্ডটিত আধুনিক অসমীয়া সাহিত্যৰ উন্মেষৰ পৰা আৰম্ভ কৰি গুণাভিৰাম বৰুৱাৰ সাহিত্যকৰ্মলৈকে মুঠ তিনিটা অধ্যায় আছে।৩
- আধুনিক অসমীয়া সাহিত্যৰ উন্মেষ
- হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া ভাষা-সাহিত্যলৈ অৱদান
- গুণাভিৰাম বৰুৱাৰ সাহিত্যকৃতি
তৃতীয় খণ্ড
এই খণ্ডটিৰ আলোচনাৰ বিষয় অসমীয়া কবিতা। প্ৰাক-ৰমন্যাসিক স্তৰৰ পৰা আৰম্ভ কৰি দেৱকান্ত বৰুৱালৈকে এই খণ্ডটিত আলোচনা কৰিছে।৪
- প্ৰাক-ৰমন্যাসিক স্তৰৰ অসমীয়া কবিতা
- ৰমন্যাসবাদ: ইতিহাস আৰু ইয়াৰ বৈশিষ্ট্যসমূহ
- অসমীয়া ৰমন্যাসিক কবিতাৰ পটভূমি
- ৰমন্যাসৰ 'পূৰ্বৰাগ': চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা
- বেজবৰুৱাৰ কবি-মানস
- 'ফুলৰ চাকি'ৰ কবি হেমচন্দ্ৰ গোস্বামী
- ৰমন্যাবাদৰ 'অস্তৰাগ': দেৱকান্ত বৰুৱাৰ কবিতা
চতুৰ্থ খণ্ড
এই খণ্ডটিত আধুনিক অসমীয়া কবিতা সম্পৰ্কে আলোচনা কৰিছে।৫
- আধুনিক অসমীয়া কবিতাৰ চমু ইতিহাস আৰু বৈশিষ্ট্য
- আধুনিক অসমীয়া কবিতা
- আধুনিক অসমীয়া কবিতাৰ অগ্ৰণী কবি
- নীলমণি ফুকন (কনিষ্ঠ)ৰ কবিতা: পটভূমি আৰু বৈশিষ্ট্য
- প্ৰেম আৰু মানৱতাৰ কবি হীৰেন ভট্টাচাৰ্যৰ কবিতা
পঞ্চম খণ্ড
এই খণ্ডত আধুনিক অসমীয়া নাট্য সাহিত্যৰ ক্ৰমবিকাশ আৰু অন্যান্য গুৰুত্বপূৰ্ণ দিশসমূহক সামৰি আলোচনা কৰা হৈছে।৬
- আধুনিক অসমীয়া নাটকঃ উদ্ভৱ আৰু বিকাশৰ প্ৰথম স্তৰ
- ৰাম-নৱমীঃ প্ৰথম অসমীয়া সামাজিক নাটকঃ এটি অধ্যয়ন
- অসমীয়া পৌৰাণিক নাটকঃ নব্য ধাৰা
- অসমীয়া ঐতিহাসিক নাটকৰ ৰূপৰেখা
- বেজবৰুৱাৰ নাটকঃ এটি আলোচনা
- গোহাঞিবৰুৱাৰ নাটকঃ এটি আলোচনা
- অসমীয়া নাটকৰ নতুন দিগন্তঃ জ্যোতিপ্ৰসাদৰ নাট্য-শিল্প
- অসমীয়া সামাজিক নাটকৰ চমু ইতিহাস
ষষ্ঠ খণ্ড
এই খণ্ডত অসমীয়া উপন্যাস সাহিত্যৰ ক্ৰমবিকাশ, প্ৰকাৰ বৈশিষ্ট্য ইত্যাদি গুৰুত্বপূৰ্ণ দিশ সম্পৰ্কে আলোচনা কৰিছে।৭
- উপন্যাস শিল্প: আধুনিক সাহিত্যৰ এক শক্তিশালী ধাৰা
- অসমীয়া উপন্যাসৰ জন্ম-লগ্ন আৰু ক্ৰমবিকাশ
- অসমীয়া ঐতিহাসিক উপন্যাস: গোহা়িবৰুৱা-বেজবৰুৱাৰ উপন্যাসত দৃষ্টিপাত
- ৰজনীকান্ত বৰদলৈ: ঐতিহাসিক উপন্যাসৰ প্ৰাণ-প্ৰতিষ্ঠাতা
- জীৱনৰ বাটত: এক মহৎ শিল্প-প্ৰয়াস
- স্বৰাজোত্তৰ অসমীয়া উপন্যাসঃ এক সমীক্ষা
সপ্তম খণ্ড
এই খণ্ডটিত অসমীয়া চুটিগল্পৰ ইতিহাস, স্বৰূপ, বৈশিষ্ট্য আদি সম্পৰ্কে আলোচনা কৰিছে।৮
- চুটিগল্প: আধুনিক সাহিত্যৰ জনপ্ৰিয় ধাৰা
- পথিকৃত গল্পকাৰ বেজবৰুৱাৰ গল্প-সাহিত্য
- আৱাহন (আলোচনী) যুগৰ চুটিগল্প
- ৰামধেনু (আলোচনী) যুগৰ চুটিগল্প
- সত্তৰ আৰু আশীৰ দশকৰ চুটি গল্প
সহায়ক গ্ৰন্থপঞ্জী
- প্ৰফুল্ল চন্দ্ৰ বৰা, অসমীয়া সাহিত্য: আধুনিক যুগ, প্ৰথম প্ৰকাশ ফেব্ৰুৱাৰী, ১৯৯৫,ষ্টুডেণ্টচ্ ষ্ট’ৰচ, কলেজ হোষ্টেল ৰোড, গুৱাহাটী-৭৮১০০১
তথ্যসূত্ৰ
- ↑ প্ৰফুল্ল চন্দ্ৰ বৰা, অসমীয়া সাহিত্যঃ আধুনিক যুগ, প্ৰথম প্ৰকাশ ফেব্ৰুৱাৰী, ১৯৯৫, ষ্টুডেণ্টচ্ ষ্ট’ৰচ, কলেজ হোষ্টেল ৰোড, গুৱাহাটী-৭৮১০০১
- ↑ প্ৰফুল্ল চন্দ্ৰ বৰা, অসমীয়া সাহিত্য: আধুনিক যুগ, প্ৰথম প্ৰকাশ ফেব্ৰুৱাৰী, ১৯৯৫,ষ্টুডেণ্টচ্ ষ্ট’ৰচ, কলেজ হোষ্টেল ৰোড, গুৱাহাটী-৭৮১০০১

- ↑ প্ৰফুল্ল চন্দ্ৰ বৰা, অসমীয়া সাহিত্যঃ আধুনিক যুগ, প্ৰথম প্ৰকাশ ফেব্ৰুৱাৰী, ১৯৯৫,ষ্টুডেণ্টচ্ ষ্ট’ৰচ, কলেজ হোষ্টেল ৰোড, গুৱাহাটী-৭৮১০০১

উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া সাহিত্য: আধুনিক যুগ (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৪৬৩৫৮৩ (১৩ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।