১৯৮৭ চনৰ পৰা বিশজনতকৈও অধিক সম্পাদক, সাংবাদিক বা সংবাদপত্ৰৰ লগত জড়িত ব্যক্তিক অসমত হত্যা কৰা হৈছে।
| নাম | মিডিয়া | পদ | কৰ্মস্থলী | হত্যাকাৰী | হত্যাৰ স্থান | বছৰ | চিত্ৰ |
|---|---|---|---|---|---|---|---|
| পুনৰমল আগৰৱালা | দ্য আছাম ট্ৰিবিউন | সংবাদদাতা | কামপুৰ | সংযুক্ত মুক্তি বাহিনী, অসম | কামপুৰ | ১৯৮৭ | |
| কমলা শইকীয়া | আজিৰ অসম | স্থানীয় সংবাদদাতা | শিৱসাগৰ | সংযুক্ত মুক্তি বাহিনী, অসম | শিৱসাগৰ | ৯ আগষ্ট ১৯৯১ | |
| পবিত্ৰ নাৰায়ণ | দা নৰ্থ ইষ্ট টাইম্ছ | সংবাদদাতা | শিৱসাগৰ | সন্দেহযুক্ত চোৰাং কাঠ ব্যৱসায়ী | সোণাৰী, শিৱসাগৰ | ১৯ আগষ্ট ১৯৯৫ | |
| দীপক স্বৰ্গীয়াৰী | সাংবাদিক | গোৰেশ্বৰ | অচিনাক্ত উগ্ৰবাদী | ২৪ চেপ্তেম্বৰ ১৯৯৫ | |||
| মাণিক দেউৰী | সাংবাদিক | গোৰেশ্বৰ | বি.এল.টি. | ডিফু | April 26 1996 | ||
| পৰাগ কুমাৰ দাস | অসমীয়া প্ৰতিদিন | কাৰ্যবাহী সম্পাদক | গুৱাহাটী | ছালফা | গুৱাহাটী | ১৭ মে' ১৯৯৬ | |
| পাঞ্জা আলী | স্থানীয় সংবাদদাতা | অচিনাক্ত উগ্ৰবাদী | কচুগাঁও, কোকৰাঝাৰ | ১৯৯৭ | |||
| নুৰুল হক | স্থানীয় সংবাদদাতা | সন্দেহযুক্ত মাফিয়া | হোজাই জিলা, নগাঁও | ১৯৯৮ | |||
| আলফেইড চাজাদ | চিত্ৰগ্ৰহণকাৰী | গ্ৰেনেড বিস্ফোৰণ | শিৱসাগৰ এচ.পি. কাৰ্যালয়ৰ ভিতৰত | ১৯৯৯ | |||
| জিতেন চুতীয়া | সাংবাদিক | গ্ৰেনেড বিস্ফোৰণ | শিৱসাগৰ এচ.পি. কাৰ্যালয়ৰ ভিতৰত | ১৯৯৯ | |||
| ৰত্নেশ্বৰ শৰণীয়া শাস্ত্ৰী | জ্যেষ্ঠ সাংবাদিক | সংযুক্ত মুক্তি বাহিনী, অসম | বৰপেটা | ৩১ ডিচেম্বৰ ১৯৯৯ | |||
| দীনেশ ব্ৰহ্ম | সাংবাদিক | গুপ্তঘাতক | ধুবুৰী | ২৪ মাৰ্চ ২০০৩ | |||
| ইন্দ্ৰমোহন হাকচামা | আমাৰ অসম | স্থানীয় সংবাদদাতা | আগীয়া, গোৱালপাৰা | ২০০৩ | |||
| প্ৰহ্লাদ গোৱালা | অসমীয়া খবৰ | সংবাদদাতা | গোলাঘাট | ৬ জানুৱাৰী ২০০৫ | |||
| কনক ৰাজ মেধি | সাংবাদিক | শুৱালকুচি | ৰহস্যজনক পৰিস্থিতিত মৃত্যু | ২৯ অক্টোবৰ ২০০৬ | |||
| মহম্মদ মুচলিমুদ্দিন | সাংবাদিক | হোজাই জিলা | ২০০৭ | ||||
| ব'ড'চা নাৰ্জাৰী | বড়োলেণ্ড টি.ভি. | নিৰ্দেশক | সন্দেহযুক্ত পূৰ্ব বি.এল.টি. আৰু বি.পি.এফ.ৰ যুৱ গোটৰ সদস্য | ভবাণীপুৰ, কোকৰাঝাৰ | ১ এপ্ৰিল ২০০৭ | ||
| জগজিত শইকীয়া | আমাৰ অসম | সংবাদদাতা | কোকৰাঝাৰ | কোকৰাঝাৰ | ২২ নৱেম্বৰ ২০০৮ | ||
| অনিল মজুমদাৰ | আজি | কাৰ্যবাহী সম্পাদক | অচিনাক্ত বন্দুকধাৰী | ৰাজগড়, গুৱাহাটী | ২৪ মাৰ্চ ২০০৯ |
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমত হত্যাৰ বলি হোৱা সাংবাদিকৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬২৩৫৩৭ (৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।