অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

হালধীয়া হেলেন

হালধীয়া হেলেন Yellow Helen, বৈজ্ঞানিক নাম-Papilio nephelus) পেপিলিঅ'নিডি (Papilionidae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চাতকনেজীয়া পখিলাৰ প্ৰজাতি৷

হালনাগাদ: ৩ জানুৱাৰী ২০২৪ ২৭৪ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

হালধীয়া হেলেন Yellow Helen, বৈজ্ঞানিক নাম-Papilio nephelus) পেপিলিঅ'নিডি (Papilionidae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চাতকনেজীয়া পখিলাৰ প্ৰজাতি৷

বিৱৰণ

হালধীয়া হেলেনৰ পাখিৰ দৈৰ্ঘ্য প্ৰায় ১০-১২ ছে:মি: হয়: পাখিৰ বৰণ মূলতঃ ক'লা৷ আগফালৰ পাখি (fore wing) বগা সৰু সৰু ফোঁট আৰু পিছফালৰ পাখি (hind wing)ত ডাঙৰকৈ বগা বা হালধীয়া বৰণৰ দাগ থকা দেখা যায়৷ পাখিৰ তলৰ আৰু ওপৰফালৰ বৰণ প্ৰায় একে৷ পিছফালৰ পাখিৰ কাষ (margins) ঢৌখেলোৱা ধৰণৰ হয়৷ ইয়াৰ থৰাক্স আৰু পেট অংশ ক'লাবৰণৰ হয়৷ ১

হালধীয়া হেলেনৰ মতা আৰু মাইকী পখিলা দেখিবলৈ প্ৰায় একে হয়৷ ২

Black and White Helen ''Papilio nephelus sunatus'' – Dorsal view
Black and White Helen Papilio nephelus sunatus – Dorsal viewছবি: Hectonichus · CC BY-SA 3.0

Larvae feed on Toddalia asiatica, Euodia meliifolia, Fagra rhetsa, Citrus spp. and Zanthoxylum rhetsa.৩

টেক্সন'মি

Papilio nephelus প্ৰজাতিটো helenus গোটৰ অন্তৰ্ভুক্ত৷ এই গোটৰ অন্যান্য পখিলাবোৰ হ'ল-

  • Papilio helenus Linnaeus, 1758
  • Papilio iswara White, 1842
  • Papilio iswaroides Fruhstorfer, 1898
  • Papilio nephelus Boisduval, 1836
  • Papilio nubilus Staudinger, 1895
  • Papilio sataspes C. & R. Felder, 1865

বিস্তৃতি

হালধীয়া হেলেন পখিলাবিধ নেপাল, ছিক্কিম, অসম, চীন, ম্যানমাৰ, থাইলেণ্ড আৰু ইন্দোনেছিয়া আদি দেশত দেখিবলৈ পোৱা যায়৷ ১৩

শ্ৰেণীবিভাজন

হালধীয়া হেলেন পখিলাৰ কেইবাটাও উপ-প্ৰজাতি দেখিবলৈ পোৱা যায়৷ ইয়াৰে উল্লেখযোগ্য উপ-প্ৰজাতিসমূহ হ'ল-

  • Papilio nephelus nephelus (Java)
  • Papilio nephelus annulus Pendlebury, 1936 (মালয়েছিয়া)
  • Papilio nephelus chaon Westwood, 1845 (Yellow Helen) (উৰিষ্যা, নেপাল, অসম, বাৰ্মা আৰু য়ুনান)
  • Papilio nephelus albolineatus Forbes, 1885 (সুমাত্ৰা আৰু বৰ্ণিয়')
  • Papilio nephelussiporanus Hagen, 1898 (মেন্টাৱাই দ্বীপপুঞ্জ (Mentawai Islands)
  • Papilio nephelus tellonus Fruhstorfer, 1906 (বাটু দ্বীপপুঞ্জ, Batu Islands)
  • Papilio nephelus sunatus Corbet, 1940 (মালয়েছিয়া) ৩

বাসস্থান

ই সাধাৰণতে বনাঞ্চলৰ আশে-পাশে বাস কৰে৷

লগতে পঢ়ক

  • Collins, N.M. & Morris, M.G. (1985) Threatened Swallowtail Butterflies of the World. IUCN. ISBN 2-88032-603-6
  • Evans, W.H. (1932) The Identification of Indian Butterflies. (2nd Ed), Bombay Natural History Society, Mumbai, India
  • Wynter-Blyth, M.A. (1957) Butterflies of the Indian Region, Bombay Natural History Society, Mumbai, India.

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Butterfly Corner
  2. ↑ Bingham, C. T. 1907. Fauna of British India. Butterflies. Volume 2
  3. ↑ Funet.fi

সম্পৰ্কিত শ্ৰেণী

পখিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হালধীয়া হেলেন” প্ৰবন্ধৰ সংশোধন ৪০০৩২৫ (৩ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।