আমেৰিকান অভিনয় শিল্পী
২৩৪ প্ৰবন্ধ
-
এনেট অ'টুল
এনেট অ'টুল (ইংৰাজী: Annette O'Toole; জন্ম: এনেট টুল; ১ এপ্ৰিল, ১৯৫২) এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু গীতিকাৰ। তেওঁ টেলিভিছন ধাৰাবাহিক নাছ ব্ৰিজেছত লিছা ব্ৰিজেছ, ষ্টিফেন কিংৰ মহাকাব্যিক ভৌতিক উপন্যাস ইটৰ ১৯৯০ চনৰ টেলিভিছন মিনি-চিৰিজ ৰূপান্তৰত প্ৰাপ্তবয়স্ক বেভাৰলী মাৰ্ছ, ছুপাৰমেন ৩ত লানা লেং,…
-
এনেট মহেন্দ্ৰু
অনিতা দেৱী "এনেট" মহেন্দ্ৰু (ইংৰাজী:Anita Devi "Annet" Mahendru; জন্ম: ৫ নৱেম্বৰ, ১৯৮৫) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ বিশেষকৈ এফএক্স পিৰিয়ড ড্ৰামা ধাৰাবাহিক দ্য আমেৰিকানছ্ত (২০১৩–২০১৬) নীনা চাৰ্গেভনা ক্ৰিলোভাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
এবি এলিয়ট
এবিগেইল এলিয়ট (ইংৰাজী: Abby Elliott; জন্ম: ১৬ জুন, ১৯৮৭) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু ধেমেলীয়া অভিনেতা। তেওঁ ২০০৮ চনৰপৰা ২০১২ চনলৈ এনবিচিৰ স্কেটচ কমেডী ধাৰাবাহিক চেটাৰডে নাইট লাইভৰ এগৰাকী শিল্পী আছিল।
-
এমা মায়াৰ্ছ
এমা এলিজাবেথ মায়াৰ্ছ (ইংৰাজী: এমা এলিজাবেথ মায়াৰ্ছ; জন্ম: ২ এপ্ৰিল, ২০০২) এগৰাকী আমেৰিকান অভিনেত্ৰী। নেটফ্লিক্সৰ ধাৰাবাহিক ৱেডনেছডে (২০২২–বৰ্তমান)ত এনাইড চিনক্লেয়াৰৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
এমা ষ্টোন
এমিলি জিন "এমা" ষ্টোন (Emily Jean "Emma" Stone; জন্ম: ৬ নৱেম্বৰ, ১৯৮৮) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ দুটা একাডেমী বঁটা, দুটা ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা, আৰু দুটা গোল্ডেন গ্ল’ব বঁটা এতিয়ালৈকে লাভ কৰিছে।
-
এমা ৰবাৰ্টছ
এমা ৰোজ ৰবাৰ্টছ (ইংৰাজী: Emma Roberts; জন্ম: ১০ ফেব্ৰুৱাৰী, ১৯৯১) এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু প্ৰযোজক। চলচ্চিত্ৰ আৰু টেলিভিছনৰ বিভিন্ন ধাৰাত তেওঁৰ অভিনয়ৰ বাবে পৰিচিত, বিশেষকৈ ভয়ানক আৰু থ্ৰিলাৰ ধাৰাত তেওঁৰ কামে তেওঁক এগৰাকী "চিঞৰ ৰাণী" হিচাপে প্ৰতিষ্ঠা কৰিছে।
-
এমি মেডিগান
এমি মেৰী মেডিগান (জন্ম ১১ ছেপ্তেম্বৰ, ১৯৫০) এগৰাকী আমেৰিকীয় অভিনয়-শিল্পী৷ মঞ্চ আৰু পৰ্দাত -উভয় মঞ্চতে কৰা কামৰ বাবে পৰিচিত মেডিগানে প্ৰাইমটাইম এমি বঁটাৰ মনোনয়নৰ উপৰি একাডেমী বঁটা, অভিনেত্ৰী বঁটা আৰু গোল্ডেন গ্ল’ব বঁটা লাভ কৰিছে।
-
এমি ৰোছাম
ইমানুৱেল গ্ৰে ৰোছাম (জন্ম: ১২ ছেপ্টেম্বৰ, ১৯৮৬) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা-গীতিকাৰ। তেওঁ লাভ কৰা সন্মানসমূহৰ ভিতৰত এটা চ্যাটাৰ্ণ বঁটা আৰু এটা ক্ৰিটিকছ চয়েছ মুভি বঁটা অন্যতম।
-
এম্বাৰ টেম্বলিন
এম্বাৰ ৰ'জ টেম্বলিন (জন্ম ১৪ মে', ১৯৮৩) এজনী আমেৰিকান অভিনেত্ৰী আৰু লেখিকা। তেওঁ ১১ বছৰ বয়সত ছপ অপেৰা জেনেৰেল হস্পিটেলত এমিলি কুৱাৰ্টাৰমেইন চৰিত্ৰত অভিনয় কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিতি লাভ কৰে।
-
এলি ফেনিং
মেৰী এলি ফেনিং (ইংৰাজী: Mary Elle Fanning; জন্ম: ৯ এপ্ৰিল, ১৯৯৮) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ লাভ কৰা সন্মানসমূহৰ ভিতৰত এটা একাডেমী বঁটা (অস্কাৰ), এটা প্ৰাইমটাইম এমি বঁটা আৰু চাৰিটা গোল্ডেন গ্ল’ব বঁটাৰ মনোনয়ন অন্যতম।
-
এলিছন ব্ৰী
এলিছন ব্ৰী শ্বাৰমাৰহৰ্ণ ( ইংৰাজী: Alison Brie Schermerhorn; জন্ম: ২৯ ডিচেম্বৰ, ১৯৮২) এগৰাকী আমেৰিকান অভিনেত্ৰী, লেখিকা আৰু প্ৰযোজক। তেওঁ ড্ৰামা ছিৰিজ মেড মেন (২০০৭–২০১৫)ত ত্ৰুডি কেম্পবেলৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে জনপ্ৰিয়তা লাভ কৰিছিল, আৰু ছিটকাম কমিউনিটি (২০০৯–২০১৫)ত এনি এডিছনৰ চৰিত্ৰত অভিনয় কৰি…
-
এলিছন মেক
এলিছন মেক (জন্ম: ২৯ জুলাই, ১৯৮২) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ ছুপাৰহিৰো ধাৰাবাহিক স্মলভিলত (২০০১–২০১১) ক্লয় ছালিভানৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু কমেডী ধাৰাবাহিক ৱিলফ্ৰেডত (২০১২–২০১৪) এটা আবৰ্তক চৰিত্ৰত অভিনয় কৰিছিল।
-
এলিজাবেথ গিলিজ
এলিজাবেথ ইগান গিলিজ (: Elizabeth Egan Gillies; জন্ম: ২৬ জুলাই, ১৯৯৩), যাক লিজ গিলিজ নামেৰেও জনা যায়, এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। তেওঁ কিশোৰ অৱস্থাতে কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ২০০৮ চনত সংগীত নাটক ১৩-ৰ জৰিয়তে ব্ৰডৱেত আত্মপ্ৰকাশ কৰিছিল।
-
এলিজাবেথ মিচেল
এলিজাবেথ মিচেল (জন্ম নাম: এলিজাবেথ জোয়ানা ৰবাৰ্টছন; জন্ম: ২৭ মাৰ্চ, ১৯৭০) এগৰাকী আমেৰিকান অভিনেত্ৰী। এবিচিৰ ৰহস্যময় নাটক ধাৰাবাহিক লষ্ট (২০০৬–২০১০)ত জুলিয়েট বাৰ্কৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ প্ৰাইমটাইম এমি বঁটাৰ বাবে মনোনয়ন লাভ কৰে।
-
এলিজাবেথ লেইল
এলিজাবেথ ডিন লেইল (ইংৰাজী: Elizabeth Dean Lail; জন্ম: ২৫ মাৰ্চ ১৯৯২) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ ফেণ্টাচি ধাৰাবাহিক ৱান্স আপোন এ টাইম (২০১৪)ত আন্না, থ্ৰিলাৰ ধাৰাবাহিক ইউ (২০১৮–২০২৫)ত গিনিভেৰ বেক আৰু ফাইভ নাইটছ এট ফ্ৰেডিজ চলচ্চিত্ৰসমূহত (২০২৩–২০২৫) ভেনেছা আফটনৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বিশেষভাৱে…
-
এলিনা কাম্পৌৰিছ
এলিনা কাম্পৌৰিছ জন্ম: ১৬ ছেপ্টেম্বৰ, ১৯৯৭) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ নাট্য চলচ্চিত্ৰ মেন, উইমেন এণ্ড চিলড্ৰেন (২০১৪)ত এলিছন ডছ, এনবিচি ধাৰাবাহিক আমেৰিকান অডিছি (২০১৫)ত মায়া ডেকাৰ, ৰোমাণ্টিক কমেডি চলচ্চিত্ৰ ফ্ৰেঞ্চাইজ মাই বিগ ফেট গ্ৰীক ৱেডিং (২০১৬–২০২৩)ৰ ছিকুৱেলসমূহত পেৰিছ মিলাৰ, নাট্য…
-
এলিসা ডিয়াজ
এলিসা ইলেইন ডিয়াজ (জন্ম: ৭ ছেপ্টেম্বৰ ১৯৮৫) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ টেলিভিছনৰ বিভিন্ন চৰিত্ৰৰ বাবে পৰিচিত, যেনে চিবিএছৰ ডে-টাইম ছোপ অপাৰেটৰ এজ দ্য ৱৰ্ল্ড টাৰ্ণছ-ত চেলিয়া অৰ্টেগা, এবিচি ফেমিলি চেনেলৰ ধাৰাবাহিক দ্য নাইন লাইভছ অফ ক্ল’ই কিং-ত জেচমিন, লাইফটাইমৰ আৰ্মী ৱাইভছ-ত গ্ল’ৰিয়া ক্ৰুজ,…
-
এলেক্সা ডেমী
এলেক্সা ডেমী (ইংৰাজী: Alexa Demie; জন্ম: ) এগৰাকী আমেৰিকান অভিনেত্ৰী। এইচ বি অ’ৰ কিশোৰ ড্ৰামা ধাৰাবাহিক ইউফ’ৰিয়া (২০১৯–বৰ্তমান)-ত হাইস্কুলৰ ছাত্ৰী মেডিৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বিশেষ চৰ্চালৈ আহে।
-
এলেক্সা পেনাভেগা
এলেক্সা এলেচে পেনাভেগা (ইংৰাজী: Alexa Ellesse PenaVega; জন্মগত নাম: ভেগা; জন্ম: ২৭ আগষ্ট, ১৯৮৮) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ প্ৰথম চাৰিখন স্পাই কিডছ চলচ্চিত্ৰত কাৰমেন কৰ্টেজ আৰু ২০০৪ চনৰ বোলছবি শ্লিপঅভাৰত জুলি কৰ্কীৰ চৰিত্ৰত অভিনয়ৰ বাবে পৰিচিত।
-
এৰিকা জেইন
এৰিকা গিৰাৰ্ডি (ইংৰাজী: Erika Girardi; জন্ম: ১০ জুলাই, ১৯৭১), যিগৰাকী পেছাগতভাৱে এৰিকা জেইন নামেৰে পৰিচিত, এগৰাকী আমেৰিকান গায়িকা, টেলিভিছন ব্যক্তিত্ব আৰু অভিনেত্ৰী।
-
এৰিন ডাৰ্ক
এৰিন কনষ্টান্স-মাজা ডাৰ্ক (জন্ম: ১০ ছেপ্টেম্বৰ, ১৯৮৪) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ টেলিভিছন ধাৰাবাহিক গুড গাৰ্লছ ৰিভল্টত চিণ্ডী ৰেষ্টন চৰিত্ৰৰ বাবে বিশেষভাৱে জনাজাত। তেওঁ দ্য মাৰ্ভেলাছ মিছেছ মেইজেলত Mary আৰু AMC ধাৰাবাহিক ডায়েটলেণ্ডত লিতা চৰিত্ৰতো অভিনয় কৰিছে।
-
এৰিয়ানা মেডিক্স
এৰিয়ানা মেডিক্স (ইংৰাজী: Ariana Madix; জন্ম: ২৪ জুন, ১৯৮৫) এগৰাকী টেলিভিছন হষ্ট, ৰিয়েলিটি টেলিভিছন ব্যক্তিত্ব, অভিনেত্ৰী আৰু ব্যৱসায়ী। তেওঁ ব্ৰাভো ৰিয়েলিটি টেলিভিছন ধাৰাবাহিক ভাণ্ডাৰপাম্প ৰুলছৰ (২০১৩–২০২৪) এগৰাকী অভিনয় শিল্পী আৰু প্ৰাক্তন বাৰ্টেণ্ডাৰ আছিল।
-
কমলা দেৱী
কমলা দেৱী আমেচুৰ (৮ অক্টোবৰ ১৯৩৩ – ২৯ নৱেম্বৰ ২০১০) এগৰাকী ভাৰতীয় আৰু আমেৰিকান অভিনেত্ৰী আছিল। তেওঁ ১৯৬০-ৰ দশকত তেওঁৰ প্ৰথম স্বামী চাক কন্নৰ্ছৰ বিপৰীতে কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
কাইল ৰিচাৰ্ডছ
কাইল এগান ৰিচাৰ্ডছ উমানস্কি (জন্ম: ১১ জানুৱাৰী ১৯৬৯) এগৰাকী আমেৰিকান অভিনেত্ৰী, চচিয়েললাইট আৰু টেলিভিছন ব্যক্তিত্ব। ২০১০ চনৰ পৰা তেওঁ দ্য ৰিয়েল হাউচৱাইফছ অৱ বেভাৰ্লী হিলছৰ এগৰাকী মুখ্য সদস্য হিচাপে উপস্থিত হৈছে আৰু ২০২০ চনৰ পৰা তেওঁ এই অনুষ্ঠানটোৰ একমাত্ৰ মূল পূৰ্ণকালীন সদস্য হিচাপে আছে।
-
কাইলি জেনাৰ
কাইলি ক্ৰিষ্টেন জেনাৰ (জন্ম ১০ আগষ্ট, ১৯৯৭) এগৰাকী আমেৰিকান মিডিয়া ব্যক্তিত্ব, ছ'চিয়েলাইট আৰু ব্যৱসায়ী। তেওঁ ২০০৭ চনৰপৰা ২০২১ চনলৈ বাস্তৱধৰ্মী টেলিভিছন ধাৰাবাহিক কিপিং আপ উইথ দ্য কাৰ্ডাশিয়ান্সত অভিনয় কৰিছিল আৰু ২০২২ চনৰপৰা দ্য কাৰ্ডাশিয়ান্সত অভিনয় কৰি আহিছে।
-
কাইলী কাৰ্টাৰ
কাইলী কাৰ্টাৰ (ইংৰাজী: Kayli Carter; জন্ম: ৮ জুলাই, ১৯৯৩) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ নেটফ্লিক্সৰ ৱেষ্টাৰ্ণ টিভি ধাৰাবাহিক গডলেচত চেডি ৰোজৰ চৰিত্ৰত আৰু বেড এডুকেচন বোলছবিত হিউ জেকমেন আৰু এলিসন জেনীৰ বিপৰীতে আম্বৰ মেককাৰ্ডেনৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
কামিল আৰু কেনাৰ্লি
কামিল কাৰি আৰু কেনাৰ্লি কেই কিট (জন্ম: ১৯৮৯) হৈছে আমেৰিকাৰ বীণাবাদক যি The Harp Twins নামেৰে পৰিচিত। কিট সহোদৰীদ্বয়ে ১০০তকৈ অধিক একক সংগীত অনলাইনত মুক্তি দিছে, লগতে কাভাৰ আৰু মূল গীতসহ নটা শাৰীৰিক এলবাম মুক্তি দিছে। তেওঁলোকে বহুতো চলচ্চিত্ৰতো অভিনয় কৰিছে।
-
কিম কাৰ্ডাশ্বিয়ান
কিম্বাৰ্লি নোয়েল কাৰ্ডাশ্বিয়ান (জন্ম অক্টোবৰ ২১, ১৯৮০) এগৰাকী আমেৰিকান মিডিয়া ব্যক্তিত্ব, সোচিয়েলাইট আৰু ব্যৱসায়িনী। ২০০৭ চনত আমেৰিকান গায়ক ৰে জে'ৰ সৈতে তেওঁৰ এটা যৌন ভিডিঅ' অননুমোদিতভাৱে প্ৰকাশ পোৱাৰ পিছত তেওঁ প্ৰথমে গণমাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰে।
-
কিম ৰিচাৰ্ডছ
কিম এৰিকা ৰিচাৰ্ডছ (জন্ম ১৯ ছেপ্টেম্বৰ, ১৯৬৪) এগৰাকী আমেৰিকান অভিনেত্ৰী, সমাজসেৱক আৰু টেলিভিছন ব্যক্তিত্ব। তেওঁ শিশু অভিনেত্ৰী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু নেনী আৰু অধ্যাপক, উইচ মাউণ্টেনলৈ পলায়ন, আৰু উইচ মাউণ্টেনৰপৰা উভতি আহক ছবিসমূহত অভিনয় কৰি খ্যাতি লাভ কৰিছিল।
-
কেছিডী ফ্ৰীমেন
কেছিডী ফ্ৰীমেন (ইংৰাজী: Cassidy Freeman; জন্ম: ২২ এপ্ৰিল, ১৯৮২) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু সংগীতজ্ঞ। তেওঁ দ্য চিডব্লিউৰ ছুপাৰহিৰো ড্ৰামা স্মলভিলত টেছ মাৰ্চাৰ, এইচবিঅ’ৰ ধাৰাবাহিক দ্য ৰাইচাছ জেমষ্টোনছত এম্বাৰ জেমষ্টোন, দ্য ভেম্পায়াৰ ডায়েৰীজত চেজ আৰু লংমায়াৰত কেডী লংমায়াৰৰ চৰিত্ৰত কৰা অভিনয়ৰ…