আমেৰিকান অভিনয় শিল্পী
২৩৪ প্ৰবন্ধ
-
কেট আপ্টন
কেট আপ্টন (জন্ম নাম: কেথৰিন এলিজাবেথ আপ্টন; ইংৰাজী: Katherine Elizabeth Upton; জন্ম: ১০ জুন, ১৯৯২) এগৰাকী আমেৰিকান মডেল আৰু অভিনেত্ৰী। তেওঁ প্ৰথমবাৰৰ বাবে ২০১১ চনত স্পৰ্টছ ইলাষ্ট্ৰেটেড ছুইমছুট ইশ্যুত উপস্থিত হয়। ২০১২, ২০১৩ আৰু ২০১৭ চনৰ সংস্কৰণসমূহত তেওঁ কভাৰ মডেল হিচাপে প্ৰকাশ পাইছিল।
-
কেট গ্ৰেহাম
কেটেৰিনা আলেকজেণ্ডাৰ হাৰ্টফোৰ্ড গ্ৰেহাম (জন্ম: ৫ ছেপ্টেম্বৰ, ১৯৮৯) এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা, নৃত্যশিল্পী, মডেল আৰু সমাজকৰ্মী। তেওঁ দ্য চি ডব্লিউৰ অতিপ্ৰাকৃতিক নাটক ধাৰাবাহিক দ্য ভেম্পায়াৰ ডায়েৰীছ (২০০৯–২০১৭)ত বনি বেনেটৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বিশেষভাৱে জনাজাত।
-
কেট হাডছন
কেট গেৰী হাডছন ( ইংৰাজী: Kate Garry Hudson; জন্ম: ১৯ এপ্ৰিল, ১৯৭৯) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়ক-গীতিকাৰ। গায়ক বিল হাডছন আৰু অভিনেত্ৰী গোল্ডি হনৰ ঘৰত জন্মগ্ৰহণ কৰা হাডছনে ১৯৯৮ চনৰ নাটক ডেজাৰ্ট ব্লুত চলচ্চিত্ৰত অভিষেক ঘটায়, তাৰ পিছত কেইবাখনো ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰে।
-
কেটি কাচিডী
কেথেৰিন ইভেলিন অনিতা কাচিডী (ইংৰাজী: Katherine Evelyn Anita Cassidy; জন্ম: ২৫ নৱেম্বৰ, ১৯৮৬) এগৰাকী আমেৰিকান অভিনেত্ৰী। কেইবাটাও সৰু টেলিভিছন চৰিত্ৰৰ পিছত, তেওঁ হৰৰ ছবি ৱেন এ ষ্ট্ৰেঞ্জাৰ কলছ (২০০৬), ব্লেক খ্ৰীষ্টমাছ (২০০৬)-ত কেলি প্ৰেছলী হিচাপে আৰু হৰৰ ধাৰাবাহিক ছুপাৰনেচাৰেলৰ (২০০৭–২০০৮) তৃতীয়…
-
কেণ্ডাল জেনাৰ
কেণ্ডাল নিকোল জেনাৰ (জন্ম: ৩ নৱেম্বৰ, ১৯৯৫) এগৰাকী আমেৰিকান মডেল, সামাজিক ব্যক্তিত্ব আৰু মিডিয়া ব্যক্তিত্ব। তেওঁ বাস্তৱধৰ্মী টেলিভিছন অনুষ্ঠান কিপিং আপ উইথ দা কাৰ্ডাশিয়ানছ-ৰ জৰিয়তে খ্যাতি লাভ কৰে। ২০০৭ চনৰপৰা ২০২১ চনলৈ ২০টা ছিজনত প্ৰায় ১৫ বছৰ ধৰি তেওঁ এই অনুষ্ঠানত অভিনয় কৰে।
-
কেণ্ডিচ কিং
কেণ্ডিচ কিং (ইংৰাজী: Candice King; জন্ম: ১৩ মে', ১৯৮৭) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ দ্য ভেম্পায়াৰ ডায়েৰীছ আৰু ইয়াৰ স্পিন-অফ ধাৰাবাহিক দ্য অৰিজিনেলছ আৰু লেগেচিছত কেৰ'লিন ফৰ্বছৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে অধিক পৰিচিত।
-
কেথি হিলটন
কেথলিন এলিজাবেথ হিলটন (ইংৰাজী: Kathleen Elizabeth Hilton; জন্ম ১৩ মাৰ্চ, ১৯৫৯) এগৰাকী আমেৰিকান চচিয়েলিটি, ফেশ্বন ডিজাইনাৰ, অভিনেত্ৰী আৰু টেলিভিছন ব্যক্তিত্ব। তেওঁ চচিয়েলিটি পেৰিছ হিলটন আৰু ফেশ্বন ডিজাইনাৰ নিকি হিলটনৰ মাতৃ।
-
কেথেৰিন অ’হাৰা
কেথেৰিন এনি অ’হাৰা (জন্ম: ৪ মাৰ্চ, ১৯৫৪ – ৩০ জানুৱাৰী, ২০২৬) এগৰাকী কানাডিয়ান আৰু আমেৰিকান অভিনেত্ৰী তথা ধেমেলীয়া শিল্পী আছিল, যাৰ কৰ্মজীৱন ৫০ বছৰতকৈও অধিক সময়জুৰি বিস্তৃত আছিল।
-
কেথেৰিন হাইগল
কেথেৰিন হাইগল (; জন্ম ২৪ নৱেম্বৰ, ১৯৭৮) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু মডেল। ২০০৫ চনৰপৰা ২০১০ চনলৈকে তেওঁ এবিচি টেলিভিছনৰ চিকিৎসা নাটক গ্ৰেজ এনাটমীত ডা° ইজি ষ্টিভেন্সৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ভূমিকাৰ বাবে তেওঁ ২০০৭ চনত নাটক ধাৰাবাহিকত অসাধাৰণ সহযোগী অভিনেত্ৰীৰ বাবে প্ৰাইমটাইম এমি বঁটা লাভ কৰে।
-
কেথ্ৰিন নিউটন
কেথ্ৰিন লাভ নিউটন (জন্ম: ৮ ফেব্ৰুৱাৰী, ১৯৯৭) এগৰাকী আমেৰিকান অভিনেত্ৰী। চিবিএছৰ কমেডী ধাৰাবাহিক গেৰী আনমেৰেড (২০০৮–২০১০)ত লুইজ ব্ৰুকছ, এইচ বি অ’ৰ ৰহস্যময় নাটক ধাৰাবাহিক বিগ লিটল লাইছ (২০১৭–২০১৯)ত এবিগেল কাৰ্লছন আৰু নেটফ্লিক্সৰ কিশোৰ নাটক ধাৰাবাহিক দ্য ছ’চাইটি (২০১৯)ত এলি প্ৰেছমেনৰ চৰিত্ৰত অভিনয়…
-
কেমিল কষ্টেক
কেমিল ভেৰোনিকা কষ্টেক (ইংৰাজী: Camille Veronica Kostek; জন্ম: ১৯ ফেব্ৰুৱাৰী, ১৯৯২) এগৰাকী আমেৰিকান মডেল, উপস্থাপিকা আৰু অভিনেত্ৰী। তেওঁ স্পৰ্টছ ইলাষ্ট্ৰেটেড চুইমচুট ইছ্যুত আত্মপ্ৰকাশ কৰিছিল আৰু আলোচনীখনৰ ২০১৯ চনৰ সংস্কৰণৰ বেটুপাতত তেওঁৰ ফটো প্ৰকাশ পাইছিল।
-
কেমিলা বেল
কেমিলা বেল ৰাউথ (ইংৰাজী: Camilla Belle Routh; জন্ম: ২ অক্টোবৰ, ১৯৮৬) এগৰাকী আমেৰিকান অভিনেত্ৰী। লছ এঞ্জেলছত জন্মগ্ৰহণ কৰা আৰু ডাঙৰ-দীঘল হোৱা বেলে ১৯৯২ চনত এনবিচিৰ থ্ৰিলাৰ 'ট্ৰেপড বিনীথ দ্য আৰ্থ'ত প্ৰথমটো মুখ্য চৰিত্ৰত অভিনয় কৰাৰ আগতে অসংখ্য টেলিভিছন বিজ্ঞাপনত অভিনয় কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
কেলি কুউকো
কেলি ক্ৰীষ্টিন কুউকো (Kaley Christine Cuoco, জন্ম ৩০ নৱেম্বৰ, ১৯৮৫) এগৰাকী আমেৰিকান অভিনেত্ৰী। এবিচিৰ চিটকম ৮ চিম্পল ৰুলছ (২০০২–২০০৫)ত ব্ৰিজেট হেনেছি, চিবিএছ চিটকম দ্য বিগ বেং থিয়ৰী (২০০৭–২০১৯)ত পেনি আৰু এইচবিঅ' মেক্সৰ কমেডী থ্ৰিলাৰ দ্য ফ্লাইট এটেণ্ডেণ্ট (২০২০–২০২২)ৰ শীৰ্ষ চৰিত্ৰ হিচাপে আগবঢ়োৱা…
-
কেলি হটল
কেলি হটল (Kaylee Hottle, ২০০৭ বা ২০০৮ – ২১ জুলাই, ২০২৬) আছিল এগৰাকী বধিৰ আমেৰিকান অভিনেত্ৰী, যিয়ে দানৱভিত্তিক চলচ্চিত্ৰ গডজিলা ভাৰ্চেচ কং (২০২১) আৰু ইয়াৰ পৰৱৰ্তী খণ্ড গডজিলা এক্স কং: দ্য নিউ এম্পায়াৰ (২০২৪)-ত অভিনয় কৰিছিল।
-
কেৰী লিন প্ৰাট
কেৰী লিন প্ৰাট (ইংৰাজী: Keri Lynn Pratt; জন্ম: ২৩ ছেপ্টেম্বৰ, ১৯৭৮) এগৰাকী আমেৰিকান চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ জেক এণ্ড ববিত মিছি বেলকন্যাপ আৰু তেওঁৰ প্ৰথম চিনেমা ড্ৰাইভ মি ক্ৰেজীত ডি ভাইনৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে বেছিকৈ পৰিচিত।
-
ক্ল' গ্ৰেচ ম'ৰেট্জ
ক্ল' গ্ৰেচ ম'ৰেট্জ (; জন্ম ১০ ফেব্ৰুৱাৰী, ১৯৯৭) এগৰাকী আমেৰিকান অভিনেত্ৰী। সৰুতে অভিনয় কৰিবলৈ আৰম্ভ কৰে, ভয়ানক ছবি দ্য এমিটিভিল হৰৰ (২০০৫), নাটক ধাৰাবাহিক ডেস্পেৰেট হাউছৱাইভছ (২০০৬–২০০৭), ভয়ানক ছবি দ্য আই (২০০৮), নাটক ছবি দ্য পকাৰ হাউচ (২০০৮), ৰোমান্টিক কমেডী ছবি ৫০০ ডেজ অৱ ছামাৰ (২০০৯), আৰু…
-
ক্ল’ই বেইলী
ক্ল’ই এলিজাবেথ বেইলী (ইংৰাজী: Chloe Elizabeth Bailey; জন্ম: ১ জুলাই, ১৯৯৮), যাক কেৱল Chlöe নামেৰেও জনা যায়, এগৰাকী আমেৰিকান গায়িকা-গীতিকাৰ, ৰেকৰ্ড প্ৰযোজক আৰু অভিনেত্ৰী। তেওঁ নিজৰ ভগ্নী হেলি বেইলীৰ সৈতে 'ক্ল’ই এক্স হেলি' হিচাপে জনপ্ৰিয়তা অৰ্জন কৰে।
-
ক্ৰিষ্টাল ৰিড
ক্ৰিষ্টাল মেৰী ৰিড (জন্ম ৬ ফেব্ৰুৱাৰী, ১৯৮৫) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ টিন উলফ (২০১১–২০১৪) ধাৰাবাহিকত এলিছন আৰ্জেণ্টৰ চৰিত্ৰত অভিনয় কৰি বিশেষ জনপ্ৰিয়তা লাভ কৰে। তৃতীয় ছিজনৰ পিছত তেওঁ ধাৰাবাহিকখন এৰি যায় যদিও পঞ্চম ছিজনত এলিছনৰ পূৰ্বপুৰুষ মেৰী-জিন ভেলেট হিচাপে অতিথি চৰিত্ৰত উপস্থিত হৈছিল।
-
ক্ৰিষ্টিনা এগুইলেৰা
ক্ৰিষ্টিনা মাৰিয়া এগুইলেৰা (জন্ম: ১৮ ডিচেম্বৰ, ১৯৮০) এগৰাকী আমেৰিকান গায়িকা, গীতিকাৰ, অভিনেত্ৰী আৰু টেলিভিছন ব্যক্তিত্ব। তেখেতে হুইচেল ৰেজিষ্টাৰলৈকে বিস্তৃত চাৰি অষ্টক কণ্ঠৰ পৰিসৰ, কলাত্মক পুনৰ উদ্ভাৱন আৰু সংগীতত বিতৰ্কিত বিষয়-বস্তু অন্তৰ্ভুক্ত কৰাৰ বাবে বিখ্যাত।
-
ক্ৰিষ্টিনা ৰিচি
ক্ৰিষ্টিনা ৰিচি (ইংৰাজী: Christina Ricci; জন্ম: ১২ ফেব্ৰুৱাৰী, ১৯৮০) এগৰাকী আমেৰিকান অভিনেত্ৰী। ডাৰ্ক এজ বা কিছু অস্বাভাৱিক চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত ৰিচিয়ে বেছিভাগেই স্বতন্ত্ৰ বা ইনডিপেণ্ডেণ্ট ছবিত কাম কৰে, যদিও তেওঁ অসংখ্য বক্স অফিচ হিট ছবিতো অভিনয় কৰিছে।
-
ক্ৰিষ্টিয়ান ছেৰাট’চ
ক্ৰিষ্টিয়ান মেৰী ছেৰাট’চ (জন্ম: ২১ ছেপ্টেম্বৰ, ১৯৯০) এগৰাকী আমেৰিকান অভিনেত্ৰী। একে নামৰ কমিক বুকৰ আধাৰত নিৰ্মিত এএমচিৰ ধাৰাবাহিক দ্য ৱাকিং ডেডত ৰ’জিতা এস্পিনোজাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
গাৰ্চেল ব’ভে
গাৰ্চেল ব’ভে (ইংৰাজী: Garcelle Beauvais; জন্ম: ২৬ নৱেম্বৰ, ১৯৬৬) এগৰাকী হাইটিয়ান-আমেৰিকান অভিনেত্ৰী আৰু টেলিভিছন ব্যক্তিত্ব। তেওঁ বিশেষকৈ ছিটকমন (sitcom) দ্য জেমি ফক্স শ্ব’ আৰু ক্ৰাইম ড্ৰামা ধাৰাবাহিক এনৱাইপিডি ব্লুত কৰা মুখ্য অভিনয়ৰ বাবে পৰিচিত।
-
গিলিয়ান এণ্ডাৰছন
গিলিয়ান লেই এণ্ডাৰছন (ইংৰাজী: Gillian Leigh Anderson; জন্ম: ৯ আগষ্ট, ১৯৬৮) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁৰ উল্লেখযোগ্য কামসমূহৰ ভিতৰত আছে দ্য এক্স-ফাইলছ ধাৰাবাহিকত এফবিআইৰ বিশেষ এজেণ্ট ডানা স্কুলী, টেৰেন্স ডাভিছৰ ছবি দ্য হাউচ অৱ মিৰ্থ (২০০০)-ত লিলি বাৰ্ট, বিবিচি/আৰটিই অপৰাধমূলক ড্ৰামা টেলিভিছন…
-
গ্ৰেচ ভেন পেটিন
গ্ৰেচ ভেন পেটিন (জন্ম: ২১ নৱেম্বৰ, ১৯৯৬)এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ নেটফ্লিক্সৰদ্বাৰা বিতৰণ কৰা দুখন চলচ্চিত্ৰ ট্ৰেম্পছ (২০১৬) আৰু দ্য মেয়াৰোউইজ ষ্ট'ৰীজ (২০১৭), আৰু হুলু অৰিজিনেল ধাৰাবাহিক নাইন পাৰফেক্ট ষ্ট্ৰেঞ্জাৰ্ছ (২০২১), টেল মি লাইজ (২০২২) আৰু দ্য টুইষ্টেড টেল অৱ আমাণ্ডা নক্সত (২০২৫)…
-
গ্ৰেচেন মল
গ্ৰেচেন মল (ইংৰাজী: Gretchen Mol; জন্ম: ৮ নৱেম্বৰ, ১৯৭২) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ এইচবিঅ’ ধাৰাবাহিক বৰ্ডৱাক এম্পায়াৰত (২০১০–২০১৪) গিলিয়ান ডাৰমডি চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
চলমা হায়েক
চলমা ভালগাৰ্মা হায়েক পিনাল্ট (ইংৰাজী: Salma Hayek; জন্ম: ২ ছেপ্টেম্বৰ, ১৯৬৬) এগৰাকী মেক্সিকান আৰু আমেৰিকান অভিনেত্ৰী তথা চলচ্চিত্ৰ প্ৰযোজক। তেওঁ মেক্সিকাত ধাৰাবাহিক তেৰেছা (১৯৮৯–১৯৯১) আৰু ৰোমাণ্টিক ড্ৰামা মিডাক এলি (১৯৯৫)-ত অভিনয় কৰি কেৰিয়াৰৰ পাতনি মেলিছিল।
-
চাকিনা জাফ্ৰি
চাকিনা জাফ্ৰি (ইংৰাজী: Sakina Jaffrey; জন্ম: ১৪ ফেব্ৰুৱাৰী, ১৯৬২) এগৰাকী আমেৰিকান অভিনেত্ৰী। জাফ্ৰিয়ে নেটফ্লিক্সৰ মৌলিক ধাৰাবাহিক হাউচ অৱ কাৰ্ডছত লিণ্ডা ভস্কেজ আৰু এনবিচিৰ ধাৰাবাহিক টাইমলেছত ডেনিছ ক্ৰিষ্টোফাৰৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
চাবিন এৰিকা সিং
চাবিন এৰিকা সিং (ইংৰাজী: Sabine Erika Singh; জন্ম: ৪ আগষ্ট, ১৯৭৪) এগৰাকী আমেৰিকান অভিনেত্ৰী।
-
চাৰ্লিজ থেৰন
চাৰ্লিজ থেৰন ( Charlez Theronজন্ম-৭ আগষ্ট ১৯৭৫) এগৰাকী দক্ষিণ আফ্ৰিকান আৰু আমেৰিকান অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ বিশ্বৰ অন্যতম সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী৷ তেওঁ একাডেমী বঁটা আৰু গোল্ডেন গ্ল'ব বঁটাকে ধৰি বিভিন্ন বঁটা লাভ কৰিছে।
-
চিডনী চুইনী
চিডনী বাৰ্নিচ চুইনী (ইংৰাজী: Sydney Bernice Sweeney; জন্ম: ১২ ছেপ্টেম্বৰ, ১৯৯৭) এগৰাকী আমেৰিকান অভিনেত্ৰী। ২০১৮ চনত এভ্ৰিথিং চাক্স! , দ্য হেণ্ডমেইডছ টেল আৰু শ্বাৰ্প অবজেক্টছত কৰা অভিনয়ৰ জৰিয়তে তেওঁ প্ৰাৰম্ভিক স্বীকৃতি লাভ কৰিছিল।