অভিনেতা
৬২ প্ৰবন্ধ
-
চেন ঝেয়ুয়ান
চেন ঝেয়ুয়ান (জন্ম: ২৯ অক্টোবৰ ১৯৯৬) এগৰাকী চীনদেশীয় অভিনেতা। তেওঁ বিশেষকৈ ২০২০ চনৰ উক্সিয়া ধাৰাবাহিক হেণ্ডছাম ছিবিলিংছ আৰু ২০২১ চনৰ যৌৱনভিত্তিক নাটক আৱাৰ ছিক্ৰেটত তেওঁৰ অভিনয়ৰ বাবে জনাজাত। ২০২৩ চনত প্ৰকাশিত জনপ্ৰিয় ধাৰাবাহিক হিডেন লাভত অভিনয় কৰাৰ পাছত তেওঁ বিশেষ খ্যাতি অৰ্জন কৰে।
-
চৌ ইউন-ফ্যাট
চৌ ইউন-ফ্যাট এছবিএছ (: Chow Yun-fat SBS); ( জন্ম: ১৮ মে' ১৯৫৫), এজন হংকঙৰ অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা। ইয়াৰ আগতে তেওঁ ড'নাল্ড চৌ নামেৰে পৰিচিত আছিল।
-
ছং কাং
ছং কাং (কোৰিয়ান: 송강; জন্ম: ২৩ এপ্ৰিল, ১৯৯৪) এজন দক্ষিণ কোৰিয়ান অভিনেতা। লাভ এলাৰ্ম (২০১৯–২০২১), ছুইট হোম (২০২০–২০২৪), নেভাৰথেলেছ (২০২১), ফৰকাষ্টিং লাভ এণ্ড ৱেদাৰ (২০২২), আৰু মাই ডেমন (২০২৩–২০২৪) নাটকত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত।
-
ছন ক’নাৰী
ছাৰ থমাছ ছন ক’নাৰী (২৫ আগষ্ট ১৯৩০ – ৩১ অক্টোবৰ ২০২০) এজন স্কটিছ অভিনেতা আছিল। তেওঁ কাল্পনিক ব্ৰিটিছ গুপ্তচৰ জেম্ছ বণ্ড চলচ্চিত্ৰৰ প্ৰথম অভিনেতা আছিল। তেওঁ ১৯৬২ ৰ পৰা ১৯৮৩ লৈকে সাতখনকৈ বণ্ড চলচ্চিত্ৰত জেম্ছ বণ্ডৰ চৰিত্ৰত অভিনয় কৰিছিল। ক’নাৰীয়ে এই ভূমিকাখন প্ৰথমবাৰলৈ ১৯৬২ চনৰ ড.
-
জন ডেনভাৰ
হেনৰীজন ডয়চেনডৰ্ফ, জুনিয়ৰ (জন্ম ৩১ ডিচেম্বৰ, ১৯৪৩ – মৃত্যু ১২ অক্টোবৰ, ১৯৯৭)) পেছাদাৰীভাৱেজন ডেনভাৰ বুলি জনা যায়। জন ডেনভাৰ আছিল এজন আমেৰিকাৰ গায়ক, গীতিকাৰ, অভিনেতা, কৰ্মী আৰু মানৱতাবাদী। তেওঁ ১৯৭০ ৰ দশকৰ পৰা একক গায়ক হিচাপে সৰ্বাধিক বাণিজ্যিক সফলতা অৰ্জন কৰিছিল।
-
জেভিয়াৰ পুলপাট
জেভিয়াৰ পুলপাট হৈছে এজন ভাৰতীয় নাট্য ব্যক্তিত্ব যিয়ে নাটকৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়াইছে। তেওঁ ২০২৪ চনৰ কেৰেলা সংগীত নাটক একাডেমী ফেলোশ্বিপ, নাট্য ৰচনা, পৰিচালনা আৰু উপস্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ বঁটা, নাট্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০৫ চনত কেৰেলা সংগীত নাটক একাডেমী বঁটা, শ্ৰেষ্ঠ…
-
জোচেফ মৰ্গেন (অভিনেতা)
জোচেফ মাৰ্টিন মৰ্গেন (Joseph Martin Morgan, জন্ম: ১৬ মে', ১৯৮১) এগৰাকী ইংৰাজ অভিনেতা। তেওঁ এটা পিপলছ চয়েছ বঁটা, এটা টিভি গাইড বঁটা লাভ কৰাৰ উপৰি আঠবাৰকৈ টিন চয়েছ বঁটাৰ বাবে মনোনীত হৈছে।
-
ডেনা কেপলান
ডেনা এমি কেপলান ( Dena Amy Kaplan); জন্ম: ২০ জানুৱাৰী ১৯৮৯, দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰা এগৰাকী অষ্ট্ৰেলিয়ান অভিনেত্ৰী, গায়িকা, নৃত্যশিল্পী আৰু ডিজে। ডান্স একাডেমীত এবিগেল আৰ্মষ্ট্ৰংৰ ভূমিকাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
ডেনিয়েল গিলিছ
ডেনিয়েল জছুৱা গিলিছ হৈছে এজন নিউজিলেণ্ডৰ অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আৰু চিত্ৰনাট্যকাৰ। তেওঁ দ্য ভেম্পায়াৰ ডায়েৰীজ আৰু ইয়াৰ স্পিন অফ দ্য অৰিজিনেলছত এলিজা মাইকেলছনৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ চেভিং হোপ ধাৰাবাহিকত ড° জুৱেল গোৰানৰ ভূমিকা পালন কৰিছিল।
-
তন্ময় ভাট
তন্ময় ভাট (Tanmay Bhat; জন্ম: ২৩ জুন ১৯৮৭) এজন ভাৰতীয় ইউটিউবাৰ, কমেডিয়ান, চিত্ৰনাট্যকাৰ, অভিনেতা, পৰিৱেশক আৰু প্ৰযোজক। তেওঁ গুৰচিমৰান খাম্বাৰ সৈতে সৃষ্টিশীল অনুষ্ঠান AIB (এআইবি)ৰ সহ-প্ৰতিষ্ঠাপক আৰু প্ৰাক্তন চিইঅ'/চিএফঅ'।২০১৮ চনত তেওঁ আমাজন প্ৰাইমত সম্প্ৰচাৰিত ষ্টেণ্ড আপ কমেডী প্ৰতিযোগিতা…
-
দৰ্শীল ছাফাৰী
দৰ্শীল ছাফাৰী (জন্ম ৯ মাৰ্চ ১৯৯৭) এজন ভাৰতীয় অভিনেতা, তেওঁ হিন্দী, গুজৰাটী ছবি আৰু টেলিভিছনত অভিনয় কৰে। ছাফাৰীয়ে আমিৰ খানৰ পৰিচালনাত মুক্তিলাভৰ কৰা তাৰে জমিন পৰ (২০০৭)ত চলচ্চিত্ৰত ডিছলেক্সিয়া ছাত্ৰৰ মুখ্য চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত অভিষেক ঘটায়, যাৰ বাবে তেওঁ ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেতাৰ…
-
নঈম ঘালিলী
নঈম ঘালিলী (জন্ম: ১৯৬২, ইছফাহান, ইৰান) এগৰাকী ইৰানীয় অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা। কেইবাখনো দেশলৈ প্ৰব্ৰজন কৰাৰ পাছত তেওঁ মালয়েছিয়াৰ কুৱালালামপুৰত স্থায়ীভাৱে বসবাস কৰিবলৈ লয় আৰু বৰ্তমান চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত হৈ আছে।
-
প'ল ৱেছলি
পাৱেল টমাছ ৱাচিলেভস্কি (Paweł Tomasz Wasilewski, জন্ম: ২৩ জুলাই, ১৯৮২), যিয়ে তেওঁৰ মঞ্চ নাম প'ল ৱেছলি হিচাপে অধিক পৰিচিত, এগৰাকী আমেৰিকান অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালক।
-
পেয়মান মাডী
পেয়মান মাডী (ফাৰ্চী: پیمان معادی; জন্ম ৯ জুলাই ১৯৭০) হৈছে এগৰাকী ইৰানী-আমেৰিকান অভিনেতা, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ পৰিচালক। তেওঁ ইৰানৰ অস্কাৰ বঁটা বিজয়ী পৰিচালক আছগৰ ফাৰহাদীৰ এ চেপাৰেশ্যন (২০১১) আৰু এবাউট এলি (২০০৯), লাষ্ট নাইটছ (২০১৫) আৰু স্বতন্ত্ৰ ড্ৰামা চলচ্চিত্ৰ কেম্প এক্স-ৰে (২০১৪) ত কৰা…
-
ফাৰামাৰ্জ ঘৰিবিয়ান
ফাৰামাৰ্জ ঘৰিবিয়ান (জন্ম: ১৮ নৱেম্বৰ, ১৯৪১) এগৰাকী অৱসৰপ্ৰাপ্ত ইৰানী অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালক। তেওঁ ট্ৰেইন (১৯৮৮), মিষ্টি হাৰ্বাৰ (১৯৯২) আৰু দা ৰেইন মেন (১৯৯৮) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তিনিবাৰকৈ ক্ৰিষ্টেল চিমৰ্ঘ বঁটা লাভ কৰিছে।
-
ফাৰুখ গাফ্ফাৰী
ফাৰুখ গাফ্ফাৰী (জন্ম: ২৬ ফেব্ৰুৱাৰী, ১৯২২ – মৃত্যু: ১৭ ডিচেম্বৰ, ২০০৬) এগৰাকী ইৰানীয় চলচ্চিত্ৰ পৰিচালক, অভিনেতা, সমালোচক আৰু লেখক আছিল। ইব্ৰাহিম গোলেস্তান আৰু ফেৰেডাউন ৰাহনেমাৰ সৈতে তেওঁ ইৰানৰ নতুন ঢৌৰ চলচ্চিত্ৰ আন্দোলনৰ অন্যতম প্ৰতিষ্ঠাপক আছিল।
-
ফাৰ্জান আথাৰী
ফাৰ্জান আথাৰী (ফাৰ্চী: فرزان اطهری; জন্ম ২৬ জুন ১৯৮৪) এগৰাকী ছুইডিছ ইৰানী টিভি হিষ্ট, মডেল আৰু অভিনেতা। তেওঁ ২৩খন বিভিন্ন দেশৰ ফেশ্বন আৰু মনোৰঞ্জন জগতত কাম কৰিছে আৰু ১০০ টাতকৈও অধিক ব্ৰেণ্ডৰ সৈতে সহযোগিতা কৰিছে। ইয়াৰ উপৰি তেওঁ চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু টেলিভিছন শ্ব'ৰ আঁত ধৰিছে।
-
বিনীশ বাষ্টিন
বিনীশ বাষ্টিন ( Bineesh Bastin ); (জন্ম: ১৫ জুন ১৯৯০) এজন ভাৰতীয় অভিনেতা। বিনীশ বাষ্টিনে মালয়ালম আৰু তামিল ছবিত কাম কৰে। থেৰীত অভিনয় কৰা চৰিত্ৰৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
বিপুল গোয়েল
বিপুল গোয়েল (Vipul Goyal) এজন ভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ান আৰু অভিনেতা। ভাৰতৰ শীৰ্ষ কমেডী অভিনেতাসকলৰ ভিতৰত তেওঁক গণ্য কৰা হয় ৷ ৱেব-ধাৰাবাহিক হিউমাৰাছলি ইউৰছৰ মূল নায়কৰ চৰিত্ৰত তেওঁ অভিনয় কৰিছিল।
-
বিশাল জেঠৱা
বিশাল জেঠৱা (Vishal Jethwa; জন্ম ৬ জুলাই ১৯৯৪) এজন ভাৰতীয় অভিনেতা। তেওঁ ভাৰত কা বীৰ পুত্ৰ-মহাৰাণা প্ৰতাপত আকবৰৰ ভূমিকাত অভিনয় কৰি পৰিচিতি লাভ কৰিছিল। ধাৰাবাহিকখন চ’নি টিভিত সম্প্ৰচাৰিত হৈছিল। ইয়াৰ পিছত তেওঁ মৰ্দানী২ (২০১৯) ছবিত অভিনয় কৰে।
-
বেনিয়ামিন বাহাদোৰী
বেনিয়ামিন বাহাদোৰী হৈছে ইৰানৰ তেহৰাণৰ এগৰাকী ইৰানী পপ কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ আৰু অভিনেতা। তেওঁৰ প্ৰথমটো এলবাম ৮৫ ২০০৬ চনত মুক্তি পাইছিল আৰু ই ইৰানৰ ভিতৰত তথা বিদেশত থকা ইৰানী প্ৰব্ৰজনকাৰীসকলৰ মাজত এক বিশাল ব্যাৱসায়িক সফলতা লাভ কৰিছিল।
-
মজিদ বেহেস্তী
মজিদ বেহেস্তী (ফাৰ্চী: مجید بهشتی; জন্ম ২২ অক্টোবৰ, ১৯৫৫) এজন ইৰানী অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক আৰু থিয়েটাৰ পৰিচালক। তেওঁ বিভিন্ন টেলিভিছন ধাৰাবাহিকতো অভিনয় কৰিছে। এই অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰি তেওঁ আটাইতকৈ বেছি জনপ্ৰিয়তা আৰু খ্যাতি অৰ্জন কৰিছে।
-
মহম্মদ বাহৰানী
মহম্মদ বাহৰানী (ফাৰ্চী: محمد بحرانی; জন্ম ১১ ছেপ্টেম্বৰ, ১৯৮১) এজন ইৰানী কণ্ঠ অভিনেতা, পুত্ৰ নাচনী (পাপেটিয়াৰ), অভিনেতা, পৰিচালক, উপস্থাপনকাৰী আৰু কবি।
-
মহম্মদ ৰেজা গোলজাৰ
মহম্মদ ৰেজা গোলজাৰ (ফাৰ্চী: لاله پورکریم, জন্ম ৩১ মাৰ্চ ১৯৭৭) এগৰাকী ইৰানী অভিনেতা, দূৰদৰ্শনৰ ঘোষক আৰু গায়ক। তেওঁৰ মূল ভাষা হৈছে ফাৰ্চী। ২০০৬ চনত তেওঁ ইৰানৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেতা আছিল আৰু তেতিয়াৰপৰাই তেওঁ দেশখনৰ আটাইতকৈ ব্যয়-বহুল অভিনেতাৰ ভিতৰত এজন হৈ পৰিছে।
-
মাছাকি চুদা
টাইশ্ব’ চুগো, পেচাগতভাৱে মাছাকি চুদা; ইংৰাজী: Masaki Suda নামেৰে পৰিচিত এজন জাপানী অভিনেতা আৰু গায়ক। তেওঁ ৱাইল্ডাৰনেছ চলচ্চিত্ৰখনত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ জাপান একাডেমী চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।
-
মানি হাঘিঘি
মানি হাঘিঘি (জন্ম: ৪ মে’, ১৯৬৯) এগৰাকী ইৰানীয় চলচ্চিত্ৰ পৰিচালক, লেখক, প্ৰযোজক আৰু অভিনেতা। হাঘিঘিয়ে ২০০১ চনৰপৰা চলচ্চিত্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল।
-
মুস্তাফা আব্দুল্লাহী
মুস্তাফা আব্দুল্লাহী (১৯৫৫ – ২১ মে', ২০১৫) আছিল এজন অত্যন্ত প্ৰভাৱশালী ইৰানী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা, থিয়েটাৰ পৰিচালক, কণ্ঠশিল্পী আৰু থিয়েটাৰ প্ৰশিক্ষক।
-
লুই পাৰ্ট্ৰিজ
লুই পেট্ৰিক জেমছ পাৰ্ট্ৰিজ (Louis Patrick James Partridge, জন্ম: ৩ জুন ২০০৩) এগৰাকী ইংৰাজ অভিনেতা। তেওঁ এগৰাকী শিশু অভিনেতা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পেন (২০১৫) আৰু পেডিংটন ২ (২০১৭) নামৰ ফেণ্টাছী চলচ্চিত্ৰত সৰু চৰিত্ৰত অভিনয় কৰিছিল।
-
শাহাব হোছেইনী
চিয়্যেদ শাহাবেদিন হোছেইনী তূনেকাবোনী (জন্ম: ৩ ফেব্ৰুৱাৰী, ১৯৭৪), যাক পেছাদাৰীভাৱে শাহাব হোছেইনী বুলি জনা যায়, হৈছে এগৰাকী ইৰানী অভিনেতা আৰু প্ৰযোজক। এ কেণ্ডেল ইন দ্য উইণ্ড (২০০৩) আৰু ৰিডেম্পচন এট ৮:২০ (২০০৪) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ ফাজৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ সহকাৰী অভিনেতাৰ ক্ৰিষ্টাল…
-
সাজিন গোপু
' সাজিন গোপু (Sajin Gopu) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, তেওঁ মূলতঃ মালয়ালম চলচ্চিত্ৰ উদ্যোগত কাম কৰে। আলুভাৰ বাসিন্দা সাজিন গোপুৱে ২০১৫ চনত মুম্বাই টেক্মী চলচ্চিত্ৰত এটা সৰু চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।