অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চেন ঝেয়ুয়ান

চেন ঝেয়ুয়ান (জন্ম: ২৯ অক্টোবৰ ১৯৯৬) এগৰাকী চীনদেশীয় অভিনেতা। তেওঁ বিশেষকৈ ২০২০ চনৰ উক্সিয়া ধাৰাবাহিক হেণ্ডছাম ছিবিলিংছ আৰু ২০২১ চনৰ যৌৱনভিত্তিক নাটক আৱাৰ ছিক্ৰেটত তেওঁৰ অভিনয়ৰ বাবে জনাজাত। ২০২৩ চনত প্ৰকাশিত জনপ্ৰিয় ধাৰাবাহিক হিডেন লাভত অভিনয় কৰাৰ পাছত তেওঁ বিশেষ খ্যাতি অৰ্জন কৰে।

হালনাগাদ: ১৭ জুন ২০২৬ ৪৪১ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

চেন ঝেয়ুয়ান (জন্ম: ২৯ অক্টোবৰ ১৯৯৬) এগৰাকী চীনদেশীয় অভিনেতা। তেওঁ বিশেষকৈ ২০২০ চনৰ উক্সিয়া ধাৰাবাহিক হেণ্ডছাম ছিবিলিংছ আৰু ২০২১ চনৰ যৌৱনভিত্তিক নাটক আৱাৰ ছিক্ৰেটত তেওঁৰ অভিনয়ৰ বাবে জনাজাত। ২০২৩ চনত প্ৰকাশিত জনপ্ৰিয় ধাৰাবাহিক হিডেন লাভত অভিনয় কৰাৰ পাছত তেওঁ বিশেষ খ্যাতি অৰ্জন কৰে।১

প্ৰাথমিক জীৱন

চেন ঝেয়ুয়ানে ১৯৯৬ চনৰ ২৯ অক্টোবৰত গুৱাংডং প্ৰদেশৰ শ্বেনজেনত জন্মগ্ৰহণ কৰিছিল। শ্বেনজেন বিশ্ববিদ্যালয়ৰ প্ৰদৰ্শন বিভাগৰপৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে।২৩

২০১৫ চনত চেনে ভেৰাইটি প্ৰগ্ৰেম কিং অৱ প'পত অংশগ্ৰহণ কৰে আৰু তাৰ পিছত ল'ৰাৰ গ্ৰুপ মিষ্টাৰ বায়'ৰ অংশ হিচাপে মনোৰঞ্জন উদ্যোগত আত্মপ্ৰকাশ কৰে।৪

কেৰিয়াৰ

২০১৭–২০১৯: আৰম্ভণি

২০১৭ চনত চেনে Rao Xueman-ৰ উপন্যাসৰ ওপৰত আধাৰিত যৌৱন নাটক অল এবাউট ছিক্ৰেটত অভিনয় কৰি অভিনয়জীৱন আৰম্ভ কৰে।৫ ২০১৮ চনত তেওঁ কাল্পনিক নাটক দ্য লিজেণ্ড অৱ জু ২ আৰু হাস্যৰসাত্মক নাটক Hello Dear Ancestorsত মুখ্যভূমিকাত অভিনয় কৰে।৬ সেই বছৰৰেই কমেডি চলচ্চিত্ৰ মিছ পুফাৰ মাধ্যমেৰে বৃহৎ পৰ্দাত তেওঁৰ অভিষেক ঘটে।৭৮৯১০

জনপ্ৰিয়তা

২০২০ চনত Handsome Siblings নাটকত অভিনয় কৰাৰ পাছত তেওঁ বিশেষ জনপ্ৰিয়তা লাভ কৰে। এই নাটকখন গু লঙৰ উপন্যাস Juedai Shuangjiaoৰ ওপৰত আধাৰিত।১১ তেওঁ মুখ্য চৰিত্ৰ Xiao Yu'er ("Little Fish")ৰ ভূমিকাত অভিনয় কৰি প্ৰশংসা লাভ কৰে।১২ সেই বছৰে তেওঁ আন এখন নাটক ৰেনেচেন্স আৰু অপৰাধ-ৰহস্য নাটক ডিটেক্টিভ চাইনাটাউনতো অভিনয় কৰে। লগতে তেওঁ ঐতিহাসিক নাটক দ্য গোল্ডেন হেয়াৰপিনত য়াং জিৰ সৈতে আৰু উইনাৰ ইচ কিংত Priest-ৰ শা প' লাং উপন্যাসৰ আধাৰত Tan Jianci-ৰ সৈতে অংশগ্ৰহণ কৰে, য'ত যথাক্ৰমে Yu Xuan (সহায়ক চৰিত্ৰ) আৰু চাং গেং (মূল পুৰুষ চৰিত্ৰ)ৰ ভূমিকাত অভিনয় কৰে।১৩

২০২১ চনত চেনে মেংগ' টিভিৰ যৌৱন কেম্পাছ নাটক আৱাৰ ছিক্ৰেটত মুখ্য চৰিত্ৰ Zhou Siyue ৰূপে অভিনয় কৰে, য'ত তেওঁ Xu Mengjie-ৰ সৈতে দেখা গৈছিল।১৪১৫ ২০২২ চনত চেনে ৰোমাণ্টিক ফেণ্টাচী ধাৰাবাহিক Mr. Badত শ্বেন ৱূয়েৰ সৈতে অভিনয় কৰে, আৰু এই দুয়োটা কামেই তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি কৰে।১৬১৭

চেনে ২০২৩ চনত ঝু য়িৰ উপন্যাসৰ আধাৰত নিৰ্মিত শ্ৰুতিমধুৰ ধাৰাবাহিক হিডেন লাভত ঝাও লুচিৰ বিপৰীতে মুখ্য ভূমিকাত অভিনয় কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উচ্চ জনপ্ৰিয়তা লাভ কৰে। এই নাটকখন নেটফ্লিক্সৰ মাধ্যমে ১৯০খন দেশে সম্প্ৰচাৰ কৰিছিল। তেওঁ অভিনীত Duan Jiaxu চৰিত্ৰটোৱে বিশেষ প্ৰশংসা লাভ কৰে।

২০২৪ চনত, iQIYI-এ একমাত্ৰভাৱে Sword and Fairy 4 মুকলি কৰে, য’ত চেনে জু জিংয়িৰ সৈতে মুখ্য চৰিত্ৰ Yun Tuanhe ৰূপে অভিনয় কৰে। এই ধাৰাবাহিকখনে প্ৰথম ছয় মাহতে ৮০০ মিলিয়ন ভিউ অতিক্ৰম কৰে। তাৰ পিছত তেওঁৰ পৰৱৰ্তী নাটক Dark Night and Dawn iQIYI আৰু CCTV-8-ত সম্প্ৰচাৰিত হয় আৰু ৩.৬৩৯৭% চূড়ান্ত টিভি ৰেটিং লাভ কৰে, লগতে বিভিন্ন প্লেটফৰ্মত ১.২৪৯ বিলিয়ন ভিউ সংগ্ৰহ কৰে। এই নাটকখনৰ এদিনত মুঠ ভিউ ১০০ মিলিয়নৰো অধিক হৈছিল।

The White Olive Tree ২০২৫ চনৰ ফেব্ৰুৱাৰীত মুকলি হোৱাৰ কথা। এই ধাৰাবাহিকত চেনে মুখ্য চৰিত্ৰ দি জান হিচাপে এখন যুদ্ধবিধ্বস্তু পূৰ্বদেশত প্ৰেৰণ কৰা বোমা-নিষ্ক্ৰিয়কৰণ বাহিনীৰ এজন সদস্যান ৰূপে অভিনয় কৰিছে। চেনে লগতে Li Qin-ৰ সৈতে Fated Hearts নামৰ নতুন নাটক এখনতো অভিনয় কৰিছে, যিখন ২০২৪ চনৰ ৬ জুলাইত Hengdian World Studios-ত শুটিং আৰম্ভ হৈছিল আৰু ২৬ অক্টোবৰত সম্পূৰ্ণ হৈছিল।

ফিল্ম'গ্ৰাফী

চলচ্চিত্ৰ

বছৰনামচৰিত্ৰটোকাতথ্যসূত্ৰ
২০১৮মিছ পাফৱাং হানপাৰ্শ্ব চৰিত্ৰ৭
২০২১ডিটেক্টিভ চাইনাটাউন ৩ন’ডা ক’জিঅতিথি শিল্পী১৮

টেলিভিছন / ৱেব ধাৰাবাহিক

বছৰনামচৰিত্ৰনেটৱৰ্কটোকাতথ্যসূত্ৰ
২০১৭অল এবাউট চিক্ৰেটছদুয়ান বোৱেনiQIYIৱেব ধাৰাবাহিক; মুখ্য চৰিত্ৰ৫
২০১৮দ্য লেজেণ্ড অৱ জু ২য়ু ইনকিiQIYI, ঝেজিয়াং টিভিমুখ্য চৰিত্ৰ৬
শ্বি ইজ বিউটিফুললু শিয়াওৱেইমেংগো টিভি, শ্বেনঝেন টিভিপাৰ্শ্ব চৰিত্ৰ১৯
হেল্ল’ ডিয়াৰ এনচেষ্টৰঝেন জুনiQIYIৱেব ধাৰাবাহিক; মুখ্য চৰিত্ৰ৮
২০২০ডিটেক্টিভ চাইনাটাউনন’ডা ক’জিৱেব ধাৰাবাহিক; মুখ্য চৰিত্ৰ (খণ্ড ৯-১২)৯
হেণ্ডচাম চিবলিংছজিয়াং শিয়াওয়ুiQIYI, CCTV-8, নেটফ্লিক্সমুখ্য চৰিত্ৰ২০
ৰেনাচেন্সইয়ে জুনচিংiQIYI, মেংগো টিভিৱেব ধাৰাবাহিক; মুখ্য চৰিত্ৰ২১
বাতিলউইনাৰ ইজ কিংচাং গেংটেনচেণ্টমুক্তি স্থগিত২২
২০২১টুৱেল্ভ লেজেণ্ডছবাই য়ুশ্বুইউকুৱেব ধাৰাবাহিক; বিশেষ ভূমিকা (খণ্ড ১-২)২৩
আৱাৰ চিক্ৰেটঝৌ চিইয়ুয়েiQIYI, মেংগো টিভিৱেব ধাৰাবাহিক; মুখ্য চৰিত্ৰ২৪
২০২২মিষ্টাৰ বেডশিয়াও ৱুডিiQIYI২৫
২০২৩হিডেন লাভদুয়ান জিয়াশ্বুইউকু, নেটফ্লিক্স২৬
দ্য প্ৰিন্সেছ এণ্ড দ্য ৱেৰউল্ফকুই মুলাং / লি শিয়ংইউকু২৭
২০২৪স্বৰ্ড এণ্ড ফেয়াৰী ৪য়ুন তিয়ানহেiQIYI২৮
ডাৰ্ক নাইট এণ্ড ডনলিন শিয়াওবাইiQIYI, CCTV-8মুখ্য চৰিত্ৰ২৯
২০২৫দ্য হোৱাইট অলিভ ট্ৰীলি জানiQIYI৩০
ফেটেড হাৰ্টছফেং চুইগে৩১
rowspan=4দ্য গোল্ডেন হেয়াৰপিনয়ু খুয়ানটেনচেণ্টপাৰ্শ্ব চৰিত্ৰ৩২
চেচিং ড্ৰিমছটাং চিয়ানজিমুখ্য চৰিত্ৰ৩৩
লাইট দ্য ডাৰ্কচেন শ্বানiQIYI৩৪
জিয়াং শ্বান ৱেই পিনইয়িং গুয়াহুনান টিভি, মেংগো টিভি৩৫

ৰিয়েলিটী টেলিভিছন শ্ব'

বছৰনামভূমিকানেটৱৰ্কটোকাতথ্যসূত্ৰ
২০১৫কিং অৱ পপপ্ৰতিযোগীiQIYI৩৬
২০১৮ছুপাৰ নোভা গেমছটেনচেণ্ট ভিডিঅ’টিম গুয়াংডং
২০২০ৱাণ্ডাৰফুল লিটল ফৰেষ্টকাষ্ট মেম্বাৰমেংগো টিভিখণ্ড ৬-১২
ছুপাৰ নোভা গেমছ ৩প্ৰতিযোগীটেনচেণ্ট ভিডিঅ’অভিনেতাৰ দল
২০২২দ্য ফিষ্টসূত্ৰধাৰ (Host)ঝেজিয়াং টেলিভিছন
দ্য ডিটেক্টিভ এডভেঞ্চাৰ চিজন ২অতিথি
কিপ ৰানিং: লেটছ বিল্ড এ বেটাৰ লাইফ
২০২৩হাহাহাহাহা চিজন ৩টেনচেণ্ট ভিডিঅ’
কিপ ৰানিং চিজন ১১ঝেজিয়াং টেলিভিছন
ইয়ুথ পেৰিপ্লাচ চিজন ৪কাষ্ট মেম্বাৰ
২০২৪ৰেণ্ডম ট্যুৰমেংগো টিভি
গেম অৱ কিউবছ: দ্য নিউ ইউটোপিয়া
গ্ৰেট এস্কেপ চিজন ৬
হু ইজ দ্য মাৰ্ডাৰাৰ চিজন ৯অতিথি
হেল্ল’ চাটাৰ্ডে
কিপ ৰানিং চিজন ১২ঝেজিয়াং টেলিভিছন
২০২৫নেচাৰেল হাই চিজন ৩অতিথিটেনচেণ্ট ভিডিঅ’খণ্ড ৭৩৭

ডিস্ক'গ্ৰাফী

চাউণ্ডট্ৰেকত অংশগ্ৰহণ

বছৰইংৰাজী নামচীনা নামএলবামতথ্যসূত্ৰ
২০১৭"Secret"秘密অল এবাউট চিক্ৰেটছ OST
২০১৮"Fried Chicken Fried Problems"炸鸡炸烦恼দ্য লেজেণ্ড অৱ জু ২ OST
"Just Like You"就是喜欢你
২০২০"I Don't Believe You"别轻易相信ডিটেক্টিভ চাইনাটাউন OST
২০২২"Be My Warrior" (শ্বেন য়ুৱেৰ সৈতে)做我的勇士মিষ্টাৰ বেড OST

বঁটা আৰু মনোনয়ন

+ বঁটা প্ৰদান অনুষ্ঠানৰ নাম, বৰ্ষ, শ্ৰেণী, মনোনীত কাম আৰু ফলাফলবছৰবঁটা প্ৰদান অনুষ্ঠানশ্ৰেণীমনোনীত কামফলাফলতথ্যসূত্ৰ
২০২০চীনৰ হেংডিয়ান চিনেমা আৰু টিভি ফেষ্টিভেলফিউচাৰ ষ্টাৰহেণ্ডচাম চিবলিংছ৩৮
২০২২ৱেবো টিভি এণ্ড ইণ্টাৰনেট ভিডিঅ' ছামিটবছৰৰ নতুন অভিনেতামিষ্টাৰ বেড
ৱেবো নাইট অ্যাৱাৰ্ডছপ্ৰগ্ৰেছ এক্টৰ অৱ দ্য ইয়াৰ
২০২৩iQIYI স্ক্ৰীম নাইট অ্যাৱাৰ্ডছএছিয়া-পেচিফিক পপুলাৰ এক্টৰ অৱ দ্য ইয়াৰহিডেন লাভ
ৱেবো নাইট অ্যাৱাৰ্ডছলিপ এক্টৰ অৱ দ্য ইয়াৰ
২০২৪iQIYI স্ক্ৰীম নাইট অ্যাৱাৰ্ডছব্ৰেকথ্ৰু এক্টৰ অৱ দ্য ইয়াৰডাৰ্ক নাইট এণ্ড ডন

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (July 14, 2023). 新一代男神!甜寵劇《偷偷藏不住》陳哲遠男團出道靠臉就紅、不健身維持少年感,超精壯身材照曝光!. ELLE
  2. ↑ HOME, CPOP. (August 10, 2021). Chen Zheyuan (陈哲远) Profile. CPOP HOME
  3. ↑ (May 17, 2016). 小鲜肉陈哲远上节目受热捧 表现抢眼. Sina
  4. ↑ Master, Web. (July 6, 2023). Chen Zheyuan showbiz. Showbiz Hut
  5. ↑ All About Secrets drama info. MyDramaList
  6. ↑ The Legend of Zu 2 Cast & Info. MyDramaList
  7. ↑ Miss Puff (2018) film details. MyDramaList
  8. ↑ Hello Dear Ancestors drama info. MyDramaList
  9. ↑ Hello Dear Ancestors (Cast & Details). Viki
  10. ↑ (November 16, 2021). Chen Zhe Yuan Profile and Facts (Updated! ). Kpop Profiles
  11. ↑ Chen Zhe Yuan. www.gdatamart.com
  12. ↑ (February 17, 2020). 《绝代双骄》圆满收官 陈哲远灵动演绎武侠经典. Netease
  13. ↑ Winner Is King drama information. MyDramaList
  14. ↑ Beijing News. (August 9, 2021). 陈哲远徐梦洁《暗格里的秘 密》定档8月10日. NetEase
  15. ↑ 车影故事. (August 29, 2021). 经典校园言情小说改编,陈哲远徐梦洁出演,双向暗恋的故事. News Baidu
  16. ↑ (June 19, 2023). 《偷偷藏不住》6大看點!趙露思暗戀陳哲遠7年,「乖戾少女vs鄰家暖男」校園純愛修成正果. Harper's BAZAAR
  17. ↑ (June 26, 2023). 《偷偷藏不住》熱度破歷史紀錄!趙露思純愛戰神治癒陳哲遠,獲封暗戀BE教科書. Marie Claire 美麗佳人
  18. ↑ (January 15, 2020). 《唐人街探案3》主创大团圆 王宝强刘昊然肖央 "神合影". Xinhua
  19. ↑ (June 1, 2016). 《她很漂亮》首曝主演 张歆艺牵手郭京飞. Netease
  20. ↑ (January 9, 2020). 胡一天陈哲远的新版《绝代双骄》定档 将在央视播. Netease
  21. ↑ (October 10, 2018). 陈哲远挑大梁演绎战神 《凤唳九天》角色各异精彩纷呈. Netease
  22. ↑ (July 2, 2020). 《杀破狼》官宣阵容 檀健次陈哲远演绎侠义少年. Ynet
  23. ↑ (April 2, 2020). 单元剧《十二谭》即将上线,古力娜扎陈哲远上演凄美绝恋. Yule
  24. ↑ (August 9, 2021). 陈哲远徐梦洁《暗格里的秘密》定档8月10日
  25. ↑ (September 30, 2022). Mr. BAD– Download APP to Enjoy Now!
  26. ↑ (June 27, 2023). 趙露思《偷偷藏不住》10大亮點. ELLE
  27. ↑ (July 16, 2023). The Princess and the Werewolf Sets Premiere. DramaPanda
  28. ↑ (January 17, 2024). Sword and Fairy 4 Trailer. YouTube
  29. ↑ (July 12, 2023). Chen Zheyuan Attempts a Very Different Role in "Dark Night and Dawn". DramaPanda
  30. ↑ (January 27, 2025). 陈哲远、梁洁主演《白色橄榄树》定档. 极目新闻
  31. ↑ (October 28, 2024). 《一笑随歌》杀青. Tencent QQ
  32. ↑ (January 18, 2025). 杨紫又一部新剧《青簪行》. Sina News
  33. ↑ (November 19, 2025). 陈哲远新剧《梦花廷》. Tencent QQ
  34. ↑ (June 17, 2025). 蒋欣、陈哲远新剧《把黑夜点燃》. NetEase
  35. ↑ (December 21, 2025). 吴谨言陈哲远领衔神仙阵容!. 360 Entertainment
  36. ↑ (January 9, 2015). 《流行之王》收官 吴奇隆祝福MR.BIO男团成立. Netease
  37. ↑ 全员颜值开挂!《现在就出发》最新路透. m.sohu.com
  38. ↑ (October 22, 2020). 第五届"文荣奖"揭晓. Beijing News

সম্পৰ্কিত শ্ৰেণী

চীনৰ ব্যক্তিঅভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেন ঝেয়ুয়ান” প্ৰবন্ধৰ সংশোধন ৬১২৬৫৯ (১৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।