অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিনীশ বাষ্টিন

বিনীশ বাষ্টিন ( Bineesh Bastin ); (জন্ম: ১৫ জুন ১৯৯০) এজন ভাৰতীয় অভিনেতা। বিনীশ বাষ্টিনে মালয়ালম আৰু তামিল ছবিত কাম কৰে। থেৰীত অভিনয় কৰা চৰিত্ৰৰ বাবে তেওঁ বেছিকৈ পৰিচিত।

হালনাগাদ: ১৪ আগষ্ট ২০২৬ ৯৮ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

বিনীশ বাষ্টিন ( Bineesh Bastin ); (জন্ম: ১৫ জুন ১৯৯০) এজন ভাৰতীয় অভিনেতা। বিনীশ বাষ্টিনে মালয়ালম ভাষা আৰু তামিল ভাষা ছবিত কাম কৰে। থেৰীত অভিনয় কৰা চৰিত্ৰৰ বাবে তেওঁ বেছিকৈ পৰিচিত।১

ফিল্মগ্ৰাফী

বছৰশীৰ্ষকভূমিকাটোকা
২০০৯এঞ্জেল জন uncredited
২০১২থাপ্পানা
২০১৬কট্টুমাক্কান
থেৰি (চলচ্চিত্ৰ)চেতনৰ গুণ্ডা২
ডাম (২০১৬ চনৰ ছবি) নজান্দু
কট্টপ্পানাইলে ৰিথৱিক ৰোশন স্থিৰম গুণ্ডা
২০১৮থিকুচিয়াম পানীথুলিয়ম৩
২০১৯পোৰিঞ্জু মৰিয়াম জোচে প্ৰিন্সৰ হেঞ্চমেন
২০২১মাডি (চলচ্চিত্ৰ) নোহৰ হেঞ্চমেন
২০২২টুৱেণ্টি ৱান গ্ৰামছটিপাৰ টনি
আলিবাবা নলপাথোন্নমনৰ পুত্ৰ চুমো ৰবি
২০২৪কল্লনমাৰুদে বীদু ফাদাৰ ডমিনিক
বেড বয়জ (চলচ্চিত্ৰ)

বিতৰ্ক

২০১৯ চনৰ অক্টোবৰ মাহত ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা অনিল ৰাধাকৃষ্ণন মেননে ৪ পালাক্কাডৰ চৰকাৰী মেডিকেল কলেজত অনুষ্ঠিত এটা অনুষ্ঠানত অভিনেতা বাষ্টিনৰ সৈতে একেটা মঞ্চত উঠিবলৈ অস্বীকাৰ কৰিছিল। দুয়োকে অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনোৱা হৈছিল। মেননে মন্তব্য কৰিছিল যে বাষ্টিন কোনো ‘A-Tier’ তালিকাৰ অভিনেতা নহয়। কলেজ কৰ্তৃপক্ষই বাষ্টিনক অনুষ্ঠানস্থলী এৰি যাবলৈ কৈছিল আৰু অন্যথা আৰক্ষীক মাতিব বুলি সতৰ্ক কৰিছিল। ইয়াৰ পিছত বাষ্টিন মঞ্চলৈ গৈ মেননে ভাষণ দি থকাৰ সময়ত মজিয়াত বহি পৰিছিল।৫৬৭

তথ্যসূত্ৰ

  1. ↑ s, aravind k. (21 April 2016). Bineesh's New Bastion · Bineesh's New Bastion. Deccan Chronicle
  2. ↑ Bineesh Bastin - The baddie from Kochi in Vijay's 'Theri'. onmanorama.com
  3. ↑ കമ്മിഷണറായി പി.സി ജോർജ്; തീക്കുച്ചിയും പനിത്തുള്ളിയും ട്രെയിലർ. manoramaonline
  4. ↑ (1 November 2019). Bineesh Bastin alleges Anil Radhakrishna Menon refused to share stage with him; director denies. The Indian Express
  5. ↑ Video: Filmmaker Anil Radhakrishnan Menon refuses to share the stage with Bineesh Bastin, who is winning hearts with his emotional speech. The Times of India
  6. ↑ Bineesh Bastin's video goes viral after he faces embarrassing incident at a college function. onmanorama.com
  7. ↑ (11 November 2019). 'Not a Menon but I'm human too': Actor Bineesh Bastin protests as director refuses to share stage with him. The New Indian Express

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ব্যক্তিকেৰালাৰ ব্যক্তিঅভিনেতাপুৰুষ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিনীশ বাষ্টিন” প্ৰবন্ধৰ সংশোধন ৬২৭২৫২ (১৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।