অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গেলিলিঅ’ গেলিলি

গেলিলিঅ’ গেলিলি (ইংৰাজী:Galileo Galilei) (; জন্ম ১৫ফেব্ৰুৱাৰী ১৫৬৪ – ৮ জানুৱাৰী ১৬৪২), একাধাৰে এজন ইটালী দেশৰ পদাৰ্থবিদ, গণিতজ্ঞ, জ্যোতিৰ্বিদ আৰু দাৰ্শনিক আছিল আৰু তেওঁ বৈজ্ঞানিক বিপ্লৱৰ সৈতে ওতপ্ৰোত ভাৱে জড়িত ব্যক্তি আছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৬১ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ
Galileo facing the Roman Inquisition.jpg
ছবি: Cristiano Banti · Public domain

গেলিলিঅ’ গেলিলি (ইংৰাজী:Galileo Galilei) (; জন্ম ১৫ফেব্ৰুৱাৰী ১৫৬৪১ – ৮ জানুৱাৰী ১৬৪২২), একাধাৰে এজন ইটালী দেশৰ পদাৰ্থবিদ, গণিতজ্ঞ, জ্যোতিৰ্বিদ আৰু দাৰ্শনিক আছিল আৰু তেওঁ বৈজ্ঞানিক বিপ্লৱৰ সৈতে ওতপ্ৰোত ভাৱে জড়িত ব্যক্তি আছিল। তেওঁৰ উল্ল্যেখযোগ্য অৱদানবোৰৰ ভিতৰত আছিল দূৰবীক্ষণ যন্ত্ৰৰ উন্নতি সাধন আৰু জ্যোতিৰ্বিজ্ঞানৰ গুৰুত্বপূৰ্ণ পৰ্য্যবেক্ষণ কিছুমান যিবোৰে কপাৰ্নিকাছৰ মতবাদক পূৰ্ণ সমৰ্থন দিছিল। গেলিলিঅ’ক "আধুনিক পৰ্য্যবেক্ষণ জ্যোতিৰ্বিদ্যা",৩ "আধুনিক পদাৰ্থ বিজ্ঞান",৪ আনকি "বিজ্ঞান",৪ তথা "আধুনিক বিজ্ঞান চৰ্চাৰ পিতৃস্বৰূপ" আখ্যা দিয়া হয়।৫

তথ্যসূত্ৰ

  1. ↑ Drake (1978, p. 1). The date of Galileo's birth is given according to the Julian calendar, which was then in force throughout the whole of Christendom. In 1582 it was replaced in Italy and several other Catholic countries with the গ্ৰেগৰিয়ান বৰ্ষপঞ্জী. Unless otherwise indicated, dates in this article are given according to the Gregorian calendar
  2. ↑ by John Gerard. Retrieved 11 August 2007
  3. ↑ Singer, Charles. (1941). A Short History of Science to the Nineteenth Century. Clarendon Press. পৃ. 217
  4. ↑ Weidhorn, Manfred. (2005). The Person of the Millennium: The Unique Impact of Galileo on World History. iUniverse. পৃ. 155. ISBN 0-595-36877-8
  5. ↑ Finocchiaro (2007)

সম্পৰ্কিত শ্ৰেণী

ইটালীৰ ব্যক্তিগণিতজ্ঞজ্যোতিৰ্বিজ্ঞানীদাৰ্শনিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গেলিলিঅ’ গেলিলি” প্ৰবন্ধৰ সংশোধন ৬৩১৬২৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।