অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২২ অক্টোবৰ

১৭৬৪ - বংগ আৰু বিহাৰত নবাবৰ শাসন অন্ত, ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন আৰম্ভ। ১৭৬৪ - বক্সাৰ যুদ্ধ আৰু ইংৰাজৰ বিহাৰ অধিকাৰ। ১৮৭৯ – ৰাৰ্বনাইজড সূত্ৰৰ ফিলামেণ্ট ব্যৱহাৰ কৰি টমাছ আলভা এডিছনৰ দ্বাৰা প্ৰথম বৈদ্যুতিক বাল্বৰ ব্যৱহাৰিক পৰীক্ষণ।

হালনাগাদ: ১১ মাৰ্চ ২০২৪ ৩২৯ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ঘটনাপঞ্জী

  • ১৭৬৪ - বংগ আৰু বিহাৰত নবাবৰ শাসন অন্ত, ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন আৰম্ভ।
  • ১৭৬৪ - বক্সাৰ যুদ্ধ আৰু ইংৰাজৰ বিহাৰ অধিকাৰ।
  • ১৮৭৯ – ৰাৰ্বনাইজড সূত্ৰৰ ফিলামেণ্ট ব্যৱহাৰ কৰি টমাছ আলভা এডিছনৰ দ্বাৰা প্ৰথম বৈদ্যুতিক বাল্বৰ ব্যৱহাৰিক পৰীক্ষণ।
  • ১৯৩৮ - পদাৰ্থ বিজ্ঞানী ছেষ্টাৰ কাৰ্লছনৰ দ্বাৰা জেৰৌগ্ৰাফী বা জেৰক্স মেচিন নিৰ্মাণত ব্যৱহৃত " ইলেক্ট্ৰোফটোগ্ৰাফ " নামৰ এক পদ্ধতিৰ আৱিষ্কাৰ।
  • ১৯৪৭ - কাশ্মীৰ ভাৰতৰ অন্তৰ্ভুক্ত হয়।
  • ১৯৬২ - ভাৰতৰ ভাক্ৰা নাংগল বহুমুখী নদী উপত্যকা প্ৰকল্প ৰাষ্ট্ৰৰ উদ্দেশ্যে উছৰ্গা।
  • ১৯৬৬ - ছোভিয়েট ইউনিয়নে লুনা -১২ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপন।
  • ১৯৬৮ – পৃথিৱীক ১৬৩ বাৰ পৰিভ্ৰমণ কৰাৰ পাছত এপল ৭ সফলতাৰে আট্লাণ্টিক মহাসাগৰত অৱতৰণ।
  • ১৯৯৪ - শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জামিনি দেশনায়ক আৰু আন ৬০ জন লোক এক বোমা বিস্ফোৰণত নিহত হয়।
  • ১৯৯৯ - ব'ফৰ্ছ মোকৰ্দমাৰ চাৰ্জশ্বীট দাখিল, ৰাজীৱ গান্ধী সহ আন চাৰিজন অভিযুক্ত।
  • ১৯৯৯ - লোকসভাৰ অধ্যক্ষ ৰূপে জি এম চি বালাযোগী নিৰ্বাচিত।
  • ২০০১ - আফগানিস্তানৰ এক চিকিৎসালয়ত আমেৰিকান বোমা দিয়াৰ ফলত ১০০ জন জনলোকৰ মৃত্যু।
  • ২০০৩ - চনৰ আজিৰ দিনটোতে ফিফাৰ ৰেংকিংত ব্ৰাজিলৰ বিশ্ব ফুটবলত শীৰ্ষ স্থান অধিকাৰ।
  • ২০০৮ – ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান চন্দ্ৰযান - ১ ৰ উৎক্ষেপন।

জন্ম

মৃত্যু

দিৱস

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২২ অক্টোবৰ” প্ৰবন্ধৰ সংশোধন ৪১০৯০৫ (১১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।