অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১১ ছেপ্টেম্বৰ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ১০ ছেপ্তেম্বৰ ২০২৩ ২০১ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৮৯৩ - স্বামী বিবেকানন্দই চিকাগোৰ ধৰ্ম মহাসন্মিলনত ভাষণ প্ৰদান কৰি আমেৰিকাবাসীক আপ্লুত কৰিছিল।
  • ১৮৭৭ - জেমছ জীনছ, ইংৰাজ পদাৰ্থ বিজ্ঞানী, জ্য়োতিৰ্বিজ্ঞানী আৰু গণিতজ্ঞ।
  • ১৯৭৮ - ইৰানত হোৱা বিধ্বংসী ভূঁইকঁপৰ ফলত চৰকাৰী তথ্যমতে ১১,০০০ লোকৰ মৃত্যু হৈছিল।
  • ২০০১ - সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণত নিউয়ৰ্ক মহানগৰৰ ১১০ মহলীয়া ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ দুটাকৈ যুগ্ম টাৱাৰ সম্পূৰ্ণৰূপে ধ্বংস হয়।
  • ২০০৭ - প্ৰথম টুয়েণ্টি ২০ (T20) বিশ্বকাপ ক্ৰিকেট আৰম্ভ হয়।

জন্ম

  • ১৮৬২ - অ' হেনৰী, বিখ্যাত মাৰ্কিন চুটিগল্পকাৰ।
  • ১৮৮৫ - ডি এইচ লৰেন্স, ঔপন্যাসিক, কবি গল্পকাৰ, ইংলেণ্ডত জন্ম হৈছিল।
  • ১৮৯৫ - আচাৰ্য বিনোৱা ভাৱে, ভূ-দান আন্দোলনৰ গুৰি ধৰোঁতা, অহিংসা আৰু মানৱতাবাদী, মোহনদাস কৰমচান্দ গান্ধীৰ প্ৰধান শিষ্য, ভাৰতৰত্ন।
  • ১৯৫০ - ছাহাবুদ্দিন আহমেদ, বাংলাদেশৰ বিশিষ্ট চিত্ৰশিল্পী।
  • ১৯৮২ - শ্ৰীয়া চৰণ ভাটনাগৰ, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী।

মৃত্যু

  • ১৮২৩ - ডেভিদ ৰিকাৰ্ড' (David Ricardo), বিখ্য়াত ইংৰাজ অৰ্থনীতিবিদ।
  • ১৮৮৮ - ড'মিংগ' ফ'ষ্টিন' চাৰ্মিয়েণ্ট', আৰ্জেণ্টিনাৰ শিক্ষাবিদ।
  • ১৯৪৮ - মহম্মদ আলী জিন্না, পাকিস্তানৰ জন্মদাতা।
  • ১৯৫৮ - ৰবাৰ্ট ৱিলিয়াম ছাৰ্ভিছ (Robert William Service), বিখ্যাত কানাডিয়ান কবি।
  • ১৯৭১ - নিকিতা ক্ৰছেভ (Nikita Khrushchev), ৰাজনেতা, ছোভিয়েটৰ ৰাষ্ট্ৰনায়ক আছিল।
  • ১৯৮৭ - মহাদেৱী বাৰ্মা (Mahadevi Varma), প্ৰখ্যাত হিন্দী কবি আছিল।
  • ১৯৯৮ - ষ্টেফি ডিচুজা, ভাৰতীয় হকী খেলুৱৈ।
  • ২০২০ - ৰিচাৰ্ড উইলিয়াম টিম, আমেৰিকান জীৱবিজ্ঞানী, খ্ৰীষ্টান যাজক, শিক্ষাবিদ, গৱেষক।

দিৱস

বাহ্যিক সংযোগ


সম্পৰ্কিত শ্ৰেণী

ছেপ্টেম্বৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১১ ছেপ্টেম্বৰ” প্ৰবন্ধৰ সংশোধন ৩৭৭৫৪২ (১০ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।