অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৱাল্ট হুইটমেন

ৱাল্ট হুইটমেন (Walt Whiteman) এজন কবি, প্ৰবন্ধকাৰ আৰু সাংবাদিক আছিল। হুইটমেন আমেৰিকান কেননৰ আটাইতকৈ প্ৰভাবশালী কবিসকলৰ ভিতৰত অন্যতম।

হালনাগাদ: ২৪ মাৰ্চ ২০২৩ ১০৬ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ৱাল্ট হুইটমেন (Walt Whiteman) এজন কবি, প্ৰবন্ধকাৰ আৰু সাংবাদিক আছিল। হুইটমেন আমেৰিকান কেননৰ আটাইতকৈ প্ৰভাবশালী কবিসকলৰ ভিতৰত অন্যতম। ১

জন্ম আৰু বংশ পৰিচয়

১৮১৯ চনৰ ৩১ মে তাৰিখে নিউয়কৰ ৱেষ্ট হিলছত জন্ম হয়।২

শিক্ষা

১৮২৩ চনত তেওঁ ব্ৰুকালিন পাব্লিক এলিমেণ্টৰী স্কুলত ভৰ্তি হয় যদিও বাৰ বছৰ বয়সত স্কুল এৰি জীবিকা সন্ধানত চাকৰি কৰে। ৩

চাকৰি জীৱন

তেওঁ প্ৰকালিন ইগল কাকতৰ প্ৰথমে মুদ্ৰণ আৰু শেষত সম্পাদক হয়।৪

সাহিত্যৰাজি

কবিতা

  1. লীভছ অব গ্ৰাছ (ঘাঁহৰ পাতবোৰ ১৮৫৫)
  2. ছং অব মাইছেলফ (মোৰ নিজৰ গান ১৮৫৫)
  3. অ কেপ্টেইন! মাই কেপ্টেইন
  4. পয়েমছ বাই ব্লাট হুইটমেন
  5. আইছিং দাবডি ইলক্টিক (১৮৫৫)
  6. ক্ৰছিং ব্ৰুকলিন ফেৰী (১৮৫৬)
  7. ড্ৰাম টেপ্স (১৮৬৫)
  8. ছং অব দ্যা অপেন ৰোড ( মুক্ত পথৰ গান)

মৃত্যু

১৮৯২ চনৰ ২৬ মাৰ্চ তাৰিখে তেখেতৰ মৃত্যু হয়।

তথ্যসূত্ৰ

  1. ↑ পাশ্চাত্য সাহিত্য,লেখক:পৰাগ কুমাৰ চলিহা,প্ৰকাশক:অনন্ত হাজৰিকা বনলতা,প্ৰথম সংস্কৰণ:২০১২,পৃষ্টা নং:৫৪
  2. ↑ পাশ্বাত্য সাহিত্য,লেখক:পৰাগ কুমাৰ ভট্টাচাৰ্য,প্ৰকাশক:অনন্ত হাজৰিকা বনলতা প্ৰকাশ,প্ৰথম সংষ্কৰণ:২০১২,পৃষ্টা নং:৫৪
  3. ↑ পাশ্চাত্য সাহিত্য,লেখক:পৰাগ কুমাৰ চলিহা,প্ৰকাশন:অনন্ত হাজৰিকা,প্ৰথম প্ৰকাশ:২০১২,পৃষ্টা নং:৫৪
  4. ↑ পাশ্চাত্য সাহিত্য,লেখক:পৰাগ কুমাৰ ভট্টাচাৰ্য,প্ৰকাশক:অনন্ত হাজৰিকা বনলতা প্ৰকাশ,প্ৰথম প্ৰকাশ:২০১২,পৃষ্টা নং:৫৪

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিসাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱাল্ট হুইটমেন” প্ৰবন্ধৰ সংশোধন ৩৫০৪৩৩ (২৪ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।