অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৭ ছেপ্টেম্বৰ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা:

হালনাগাদ: ১৬ ছেপ্তেম্বৰ ২০২২ ২৩০ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা:

ঘটনাৱলী

  • ১৯৪৯ - ডি এম কে (DMK) বা দ্ৰাবিড় মুন্নেত্ৰ কাজগম (Dravida Munnetra Kazhagam) নামৰ ৰাজনৈতিক দলটো তামিলনাডুত প্ৰতিষ্ঠা হয়।
  • ১৯৮২ - ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰথমখন টেষ্ট ক্ৰিকেট খেল চেন্নাইৰ এম চিদাম্বৰম ষ্টেডিয়ামত আৰম্ভ হৈছিল।

জন্ম

  • ১৭৪৩ - মাৰ্কি ডে কণ্ড'ৰচেট (Marquis de Condorcet), ফৰাচী দাৰ্শনিক আৰু গণিতজ্ঞ। (মৃঃ ২৯ মাৰ্চ, ১৭৯৪)
  • ১৮২৬ - বাৰ্নহাৰ্ড ৰিমান, জাৰ্মান গণিতজ্ঞ।
  • ১৮৫৭ - কনষ্টেণ্টিন চিঅ'লকভস্কি (Konstantin Tsiolkovsky), ৰাছিয়াৰ ৰকেট বিজ্ঞানী।
  • ১৮৭৯ - পেৰিয়াৰ ই ভি ৰামস্বামী, সমাজকৰ্মী আৰু ৰাজনেতা, দ্ৰাবিড় আন্দোলনৰ পিতৃ পুৰুষ।
  • ১৯১৫ - মকবুল ফিদা হুছেইন, ভাৰতৰ জনপ্ৰিয় চিত্ৰশিল্পী। (জন্মঃ ৯ জুন, ২০১১)
  • ১৯৩৭ - কেশদা মহন্ত, অসমীয়া লেখিকা, গৱেষক আৰু সমালোচক।
  • ১৯৫০ - নৰেন্দ্ৰ মোদী, ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গুজৰাটৰ প্ৰাক্তন মুখ্য়মন্ত্ৰী।
  • ১৯৫১ - চাৰু গোহাঁই, অসমৰ কণ্ঠশিল্পী।
  • ১৯৮৬ - ৰবিচন্দ্ৰন অশ্বিন, ভাৰতীয় ক্ৰিকেট খেলুৱৈ।

মৃত্যু

  • ১৬৬৫ - ফিলিপ চতুৰ্থ, ফ্ৰান্সৰ ৰজা।
  • ১৮৩৬ - এণ্টইন ল'ৰেণ্ট ডে জচিউ (Antoine Laurent de Jussieu), ফৰাচী উদ্ভিদ বিজ্ঞানী।
  • ১৮৭৭ - হেনৰী ফক্স টেলব'ট (Henry Fox Talbot), ইংৰাজ বিজ্ঞানী আৰু উদ্ভাৱক, চিত্ৰগ্ৰহণৰ (photography) বাটকটীয়া।
  • ১৯৩৬ - হেনৰী লুই লে চেটেলিয়াৰ (Henry Louis Le Chatelier), ফৰাচী ৰসায়ন বিজ্ঞানী।
  • ১৯৪৫ - চাৰ্লছ স্পিয়েৰমেন (Charles Spearman), ইংৰাজ মনোবিজ্ঞানী।
  • ১৯৯৪ - কাৰ্ল প'পাৰ (Karl Popper), আমেৰিকান-ব্ৰিটিছ দাৰ্শনিক।
  • ২০১৮ - আন্না ৰাজম মলহোত্ৰা, ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰা প্ৰথম গৰাকী মহিলা। (জন্ম: ১৯২৭)।
  • ২০২১ - থানু পদ্মনাভন, ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু ব্ৰহ্মাণ্ডতত্ত্ববিদ। (জন্ম: ১০ মাৰ্চ, ১৯৫৭)

দিৱস

  • শিক্ষক দিৱস (হণ্ডোৰাছ)।

বাহ্যিক সংযোগ


সম্পৰ্কিত শ্ৰেণী

ছেপ্টেম্বৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৭ ছেপ্টেম্বৰ” প্ৰবন্ধৰ সংশোধন ৩৩৩৩০৬ (১৬ ছেপ্তেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।