অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

শিখ

শিখ ধৰ্মৰ অনুসাৰীসকলক শিখ ( or; ਸਿੱਖ, ) বোলা হয়। এই শব্দটো মূলতঃ সংস্কৃত ভাষাৰ শিষ্য শব্দৰ পৰা উৎপত্তি হৈছে। শিষ্য মানে শিক্ষাৰ্থী বা শিক্ষানুৰাগী। অথবা সংস্কৃত শব্দ শিক্ষাৰ পৰা এই শব্দৰ উৎপত্তি, যাৰ অৰ্থ হৈছে নিৰ্দেশ, উপদেশ ইত্যাদি".।

হালনাগাদ: ২২ জানুৱাৰী ২০২৬ ৩১৪ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

শিখ ধৰ্মৰ অনুসাৰীসকলক শিখ ( or; ਸਿੱਖ, ) বোলা হয়। এই শব্দটো মূলতঃ সংস্কৃত ভাষাৰ শিষ্য শব্দৰ পৰা উৎপত্তি হৈছে। শিষ্য মানে শিক্ষাৰ্থী বা শিক্ষানুৰাগী। অথবা সংস্কৃত শব্দ শিক্ষাৰ পৰা এই শব্দৰ উৎপত্তি, যাৰ অৰ্থ হৈছে নিৰ্দেশ, উপদেশ ইত্যাদি".১২। ১৫ শতাব্দীতে ভাৰতৰ পঞ্জাব, ভাৰত প্ৰদেশত এজন শিখ গুৰুৰ অনুসাৰী এই ধৰ্মৰ আৰম্ভণি হয়। এজন শিখধৰ্মৰ লোকক চিনি উলিয়াবলৈ উপায় হ’ল পাঁচটা "ক" ৰে বুজোৱা হয়; ১- কেশ (চুলি)। ২-কাৰা(শিখসকলে বাওঁহাতত পিন্ধা বিশেষ বন্ধনী)। ৩-কৃপাণ (সৰু এক প্ৰকাৰৰ তৰবাৰি)। ৪-কাশেৰা (বিশেষ ধৰণৰ অন্তৰ্বাস)। ৫-কঙ্গ (পাগুৰীৰ লগত থকা চিৰুনী)। এই চিহ্নবোৰ তেওঁলোকে বিশেষ ধৰ্মীয় নিয়ম হিচাপে মানি চলে। ইয়াৰ বাহিৰে মুখভৰ্ত্তি দাড়ি, পাগুৰী বা বাওঁহাতত ব্ৰেছলেট দেখিলেই অনায়সে এজন শিখক চিহ্নিত কৰা সম্ভৱ। ব্ৰেছলেটডালক পঞ্জাবী ভাষাত "কাৰা" বোলা হয়। ইয়াৰ বাহিৰে তেওঁলোকৰ অধিকাংশ পুৰুষৰ নামে "সিং" (সিংহ) আৰু নাৰীসকলৰ নাম "কাউৰ" (ৰাজকন্যা) উপাধি থাকে। শিখসকলৰ অধিকাংশই বসবাস কৰে ভাৰতৰ পঞ্জাব, ভাৰত এলেকাত। অৱশ্যে পৃথিৱীৰ বিভিন্ন অঞ্চলতো তেওঁলোকৰ বিস্তৃতি আছে।

শিখ গুৰুসকল

#নামজন্ম তাৰিখগুৰুত্ব অৰ্জনমৃত্যু তাৰিখবয়স
১এপ্ৰিল ১৫, ১৪৬৯২০ আগষ্ট, ১৫০৭ছেপ্টেম্বৰ ২২, ১৫৩৯৬৯
২মাৰ্চ ৩১, ১৫০৪৭ ছেপ্টেম্বৰ, ১৫৩৯মাৰ্চ ২৯, ১৫৫২৪৮
৩মে ৫, ১৪৭৯২৬ মাৰ্চ, ১৫৫২ছেপ্টেম্বৰ ১, ১৫৭৪৯৫
৪২৪ ছেপ্টেম্বৰ, ১৫৩৪ছেপ্টেম্বৰ ১, ১৫৭৪ছেপ্টেম্বৰ ১, ১৫৮১৪৬
৫এপ্ৰিল ১৫, ১৫৬৩ছেপ্টেম্বৰ ১, ১৫৮১মে ৩০, ১৬০৬৪৩
৬১৯ জুন, ১৫৯৫মে ২৫, ১৬০৬২৮ ফেব্ৰুৱাৰী, ১৬৪৪৪৮
৭জানুয়াৰি ১৬, ১৬৩০৩ মাৰ্চ, ১৬৪৪অক্টোবৰ ৬, ১৬৬১৩১
৮৭ জুলাই, ১৬৫৬অক্টোবৰ ৬, ১৬৬১মাৰ্চ ৩০ ১৬৬৪৭
৯১ এপ্ৰিল, ১৬২১মাৰ্চ ২০, ১৬৬৫১১ নৱেম্বৰ, ১৬৭৫৫৪
১০২২ ডিচেম্বৰ, ১৬৬৬১১ নৱেম্বৰ, ১৬৭৫অক্টোবৰ ৭, ১৭০৮৪১

অধিক তথ্যসমৃদ্ধ গ্ৰন্থ

  • The Sikhs In History: A Millennium Study by Sangat Singh, Noel Quinton King. New York 1995. ISBN 81-900650-2-5
  • A History of the Sikhs: Volume 1: 1469–1838 by Khushwant Singh. Oxford India Paperbacks (13 January 2005). ISBN 0-19-567308-5
  • The Sikhs by Patwant Singh. Image (17 July 2001). ISBN 0-385-50206-0
  • The Sikhs of the Punjab by J. S. Grewal. Published by Cambridge University Press (28 October 1998). ISBN 0-521-63764-3.
  • The Sikhs: History, Religion, and Society by W.H. McLeod. Published by Columbia University Press (15 April 1989). ISBN 0-231-06815-8
  • The Sikh Diaspora: Tradition and Change in an Immigrant Community (Asian Americans — Reconceptualizing Culture, History, Politics) by Michael Angelo. Published by Routledge (1 September 1997). ISBN 0-8153-2985-7

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Singh, Khushwant. (2006). The Illustrated History of the Sikhs. Oxford University Press. পৃ. 15. ISBN 978-0-19-567747-8
  2. ↑ Nabha, Kahan. Then th Sahib Singh. (1930). Gur Shabad Ratnakar Mahan Kosh/ਗੁਰ ਸ਼ਬਦ ਰਤਨਾਕਰ ਮਹਾਨ ਕੋਸ਼. পৃ. 720

সম্পৰ্কিত শ্ৰেণী

শিখ ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিখ” প্ৰবন্ধৰ সংশোধন ৫৭০৮১০ (২২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।