অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১১ নৱেম্বৰ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ১০ নৱেম্বৰ ২০২৩ ১৮৬ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৮৬৬ - কেশৱ সেনৰ নেতৃত্বত কলকাতাত আদি ব্ৰহ্ম সমাজ প্ৰতিষ্ঠিত হয়।
  • ১৯১৮ - চৰকাৰীভাৱে প্ৰথম বিশ্বযুদ্ধৰ সামৰণি পৰে আৰু অষ্ট্ৰিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠা হয় আৰু জাৰ্মানীয়ে পৰাজয় স্বীকাৰ কৰে।
  • ১৯২৩ - এডল্ফ হিটলাৰক গ্ৰেপ্তাৰ কৰা হয়।
  • ১৯৬৮ - মালদ্বীপত গণতন্ত্ৰৰ প্ৰচলন হয়।
  • ১৯৭০ - মহেন্দ্ৰ মোহন চৌধুৰীয়ে অসমৰ মুখ্যমন্ত্ৰী পদ অলংকৃত কৰে আৰু তেওঁ ১৯৭২ চনৰ ৩০ জানুৱাৰীলৈকে মুখ্যমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰে।
  • ১৯৭৫ - এংগোলা পৰ্তুগীজ শাসনৰ পৰা মুক্ত হয়।
  • ২০১২ - বিশ্বৰ সকলোতকৈ কম খৰচী তথা ভাৰত চৰকাৰ, আই আই টি ব’ম্বে আৰু ভাৰতীয় নিৰ্মাতা QUADৰ সহযোগত ব্ৰিটিছ কোম্পানী ডাটাৱিণ্ডে নিৰ্মাণ এণ্ড্ৰইড প্ৰযুক্তিৰ টেবলেটৰ এক শৃংখলা আকাশ টেবলেট মুকলি কৰে।

জন্ম

  • ১৮২১ - ফিয়দৰ দস্তয়েৱস্কী, ৰাছিয়াৰ সাহিত্যিক।
  • ১৮৬৭ - শ্ৰীমদ ৰাজচন্দ্ৰ, ভাৰতীয় দাৰ্শনিক।
  • ১৮৮৮ - জে. বি. কৃপালনী, ভাৰতীয় ৰাজনীতিক।
  • ১৮৮৮ - আবুল কালাম আজাদ, স্বাধীন ভাৰতৰ প্ৰথমজন শিক্ষামন্ত্ৰী। প্ৰতি বছৰে তেওঁৰ জন্ম দিনটো ভাৰতত ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হয়।
  • ১৯৮৫ - ৰবীন উথাপ্পা, ভাৰতীয় ক্ৰিকেটাৰ।

মৃত্যু

  • ১৯৬৬ - ডিম্বেশ্বৰ নেওগ, অসমীয়া সাহিত্যিক।
  • ১৯৮১ - ৰমা দাশ, অসমীয়া সাহিত্যিক।
  • ২০২২ - ৰবীন বণিক্য, অসমীয়া নাট্যকাৰ, পৰিচালক, গীতিকাৰ, সুৰকাৰ তথা ৰাজনীতিক।

দিৱস

বাহ্যিক সংযোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১১ নৱেম্বৰ” প্ৰবন্ধৰ সংশোধন ৩৯১১১৮ (১০ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।