প্ৰাচীন মণিপুৰী ভাষা বৰ্তমানৰ মেইতেই ভাষাৰ প্ৰাৰম্ভিক ৰূপ আছিল আৰু প্ৰাচীন মণিপুৰৰ ৰাষ্ট্ৰীয় ভাষা আছিল।১২৩ ভাষাটো প্ৰাচীন মণিপুৰত সম্ৰাট "তাঙজা লিলা পাখঙবা"ৰ ৰাজত্বকালৰ খ্ৰীষ্টপূৰ্ব ১৪৪৫ চনৰ পৰা৪৫ মধ্যযুগীয় মণিপুৰৰ আৰম্ভণিলৈকে কোৱা হৈছিল।৫
তথ্যসূত্ৰ
- ↑ www.language-archives.org/language/omp
- ↑ iso639-3.sil.org/code/omp
- ↑ multitree.org/codes/omp
- ↑ themanipurpage.tripod.com/history/meiteikings.ht link|date=May 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ KanglaOnline. Manipuri is a classical language · KanglaOnline
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰাচীন মণিপুৰী ভাষা” প্ৰবন্ধৰ সংশোধন ৬০৫২০৭ (৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।