| +২০২২ চনৰ লোকপিয়ল অনুসৰি বাংলাদেশৰ ভাষিক বৈচিত্ৰ্য ১ | ভাষা | জনসংখ্যা |
| বাংলা | ১৬৩,৫০৭,০২৯ জন | |
| অন্যান্য | ১,৬৫১,৫৮৭ জন | |
| মুঠ | ১৬৫,১৫৮,৬১৬ জন |
বাংলাদেশৰ সংবিধানৰ তৃতীয় অনুচ্ছেদ অনুসৰি বাংলাদেশৰ জাতীয় ভাষা আৰু চৰকাৰী ভাষা বাংলা। ২ প্ৰায় ৯৯% বাংলাদেশীয়ে প্ৰথম ভাষা হিচাপে বাংলা ভাষা কয়। ৩ বাংলা ভাষা ৰূপায়ণ আইন, ১৯৮৭ চনত বৈদেশিক সম্পৰ্কৰ ক্ষেত্ৰৰ বাহিৰে সকলো চৰকাৰী কামত বাংলা ভাষা ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছিল। ৪২০২২ চনৰ লোকপিয়ল অনুসৰি দেশৰ ৯৯% জনসংখ্যাই প্ৰধানকৈ বাংলা ভাষা কয় আৰু ই জাতিটোৰ জাতীয় ভাষা হিচাপেও কাম কৰে। উত্তৰ আৰু দক্ষিণ-পূব বাংলাদেশৰ খিলঞ্জীয়া লোকসকলে বিভিন্ন ধৰণৰ থলুৱা ভাষা কয়। অধ্যাপক ছামীম ৰেজাৰ তথ্য অনুসৰি বাংলাদেশত ৪৪টা থলুৱা ভাষা আছে। ৫
বাংলাদেশৰ ভাষাসমূহ
Ethnologৰ ২১ সংখ্যক সংস্কৰণ (২০১৮) অনুসৰি বাংলাদেশত ৪১টা ভাষা কোৱা হয় আৰু সকলো ভাষা জীয়াই আছে। এইবোৰ তলৰ তালিকাত বিতংভাৱে উল্লেখ কৰা হৈছে।
| ভাষাৰ নাম | বক্তাৰ সংখ্যা | অৱস্থান | উপভাষা | শ্ৰেণীবিভাজন |
|---|---|---|---|---|
| অসমীয়া | ভাৰত-ইউৰোপীয়, ভাৰত-ইৰাণী, ভাৰত-আৰ্য্য, পূব অঞ্চল, বাংলা-অসমীয়া | |||
| আৰাকানীয় | ২ লাখ | দক্ষিণ-পূৰ্ব বাংলাদেশ; পাৰ্বত্য চট্টগ্ৰাম | মাৰমা (পাহাৰী), ৰাখাইন (উপকূলীয়) | চীনা-তিব্বতী, তিবতী-বৰ্মী, লোলো-বৰ্মী, বৰ্মী, দক্ষিণ বৰ্মী |
| আশো চীন | ১৪২২ (১৯৮১ জনগণনা) | পাৰ্বত্য চট্টগ্ৰাম | চট্টগ্ৰাম, লেমিয়ো, মিনবু, সাইংবাউন, সান্দোৱে, থায়েতমিয়ো | চীনা-তিব্বতী, তিবতী-বৰ্মী, কুকি-চীন-নাগা, কুকি-চীন, দক্ষিণী, শো |
| উসুই | ৪ হাজাৰ | পাৰ্বত্য চট্টগ্ৰাম | ইন্দো-ইউৰোপীয়, ইন্দো-ইৰানীয়, ইন্দো-আৰ্য, শ্ৰেণীকৰণ নাই | |
| ৱাৰ | ১৬ হাজাৰ | উত্তৰ-পূৰ্ব বাংলাদেশত ভাৰতৰ সৈতে সীমান্তত | অষ্ট্ৰো-এচীয়, মন-খমেৰ, উত্তৰ মন-খমেৰ, খাচীয় | |
| ওঁৰাও / কুৰুখ/ কোংকণী | ১৬৫,৬৮৩ | ৰাজশাহী বিভাগ, মৌলভীবাজাৰ, হবিগঞ্জ, ঝিনাইদহ, কুষ্টিয়া, মাগুৰা | বৰাইল সাদৰি, নুৰপুৰ সাদৰি, উচাই সাদৰি, মকান টিলা সাদৰি | ইন্দো-ইউৰোপীয়, ইন্দো-ইৰানীয়, ইন্দো-আৰ্য, পূৰ্ব অঞ্চল, বিহাৰী |
| ককবৰক | ১ লাখ | জামাতিয়া, নোয়াতিয়া, ৰিয়াং, হালাম, দেববৰ্ম | চীনা-তিব্বতী, তিবতী-বৰ্মী, ঝিংপো-কোনিয়াক-বোডো, কোনিয়াক-বোডো-গাৰো, বড়ো-গাৰো, বড়ো | |
| কুৰুখ | দ্ৰাবিড়, উত্তৰ | |||
| কোচ | বানাই, হাৰিগায়া, সাতপাৰিয়া, তিনতেকিয়া, ওয়ানাং | চীনা-তিব্বতী, তিবতী-বৰ্মী, ঝিংপো-কোনিয়াক-বোডো, কোনিয়াক-বড়ো-গাৰো, বোডো-গাৰো, কোচ | ||
| খুমি চীন | ১১৮৮ (১৯৮১ জনগণনা) | খিমি, য়িন্দি, খামি, ন্গালা | চীনা-তিব্বতী, তিবতী-বৰ্মী, কুকি-চীন-নাগা, কুকি-চীন, দক্ষিণী, খুমি | |
| খাচী | মৌলভীবাজাৰ, সিলেট, হবিগঞ্জ | খাচী (চেৰাপুঞ্জী), লিঙন্গাম | অষ্ট্ৰো-এচীয়, মন-খমেৰ, উত্তৰ মন-খমেৰ, খাসীয় | |
| গাৰো | ১ লক্ষ | ময়মনসিংহ, টাংগাইল, শ্ৰীপুৰ, জামালপুৰ, নেত্ৰকোণা, সিলেট, ঢাকা | আবেং, আচিক | চীনা-তিব্বতী, তিবতী-বৰ্মী, ঝিংপো-কোনিয়াক-বোডো, কোনিয়াক-বোডো-গাৰো, বোডো-গাৰো, গাৰো |
| চাক | ৫,৫০০ | আৰাকান নীল পাহাৰ, বান্দৰবান, ইত্যাদি | নাই | |
| চাকমা | ৩ লাখৰ অধিক | পাৰ্বত্য চট্টগ্ৰাম, চট্টগ্ৰাম শহৰ | ৬টি উপভাষা আছে | ইন্দো-ইউৰোপীয়, ইন্দো-ইৰানীয়, ইন্দো-আৰ্য, পূৰ্ব অঞ্চল, বাংলা-অসমীয়া |
| চাটগাঁইয়া | ১ কোটি ৪০ লাখ | চট্টগ্ৰাম বিভাগ ও আৰাকান ৰাজ্য | ৰোহিঙ্গা, চাকমা | ইন্দো-ইউৰোপীয়, ইন্দো-ইৰানীয়, ইন্দো-আৰ্য, পূৰ্ব অঞ্চল, বাংলা-অসমীয়া |
| তঞ্চঙ্গ্যা | ১৭,৬৯৫ | পাৰ্বত্য চট্টগ্ৰাম | ইন্দো-ইউৰোপীয়, ইন্দো-ইৰানীয়, ইন্দো-আৰ্য, পূৰ্ব অঞ্চল, বাংলা-অসমীয়া | |
| তিপ্পেৰা | ১ লাখ | পাৰ্বত্য চট্টগ্ৰাম | ৩৬টি উপভাষা | ইন্দো-ইউৰোপীয়, ইন্দো-ইৰানীয়, ইন্দো-আৰ্য, শ্ৰেণীকৰণ নেই |
| দাৰলং | ৯ হাজাৰ | চীনা-তিব্বতী, তিবতী-বৰ্মী, কুকি-চীন-নাগা, কুকি-চীন, মধ্য | ||
| প্নাৰ | ৪ হাজাৰ | উত্তৰ-পূৰ্বে ভাৰতেৰ সাথে সীমান্তে; জাফলং, তামাবিল, জৈন্তাপুৰ | অষ্ট্ৰো-এশীয়, মন-খমেৰ, উত্তৰ মন-খমেৰ, খাসীয় | |
| পাংখু | ২২৭৮ (১৯৮১ জনগণনা) | বান্দৰবান, ৰাঙামাটি, খাগড়াছড়ি | চীনা-তিব্বতী, তিবতী-বৰ্মী, কুকি-চীন-নাগা, কুকি-চিন, মধ্য | |
| ফালাম চীন | চোৰেই, জান্নিয়াত | চীনা-তিব্বতী, তিবতী-বৰ্মী, কুকি-চীন-নাগা, কুকি-চীন, উত্তৰ | ||
| বৰ্মী | ৩ লাখ | মায়ানমাৰ সীমান্তে | বোমাং | চীনা-তিব্বতী, তিবতী-বৰ্মী, লোলো-বৰ্মী, বৰ্মী, দক্ষিণ বৰ্মী |
| বাংলা | ২৬ কোটিৰ বেশি | কেন্দ্ৰীয়, পশ্চিমী (খাৰিয়া ঠাৰ, মাল পাহাড়িয়া, সাৰাকি), দক্ষিণ-পশ্চিমী বাংলা, উত্তৰ বাংলা (কোচ, শ্ৰীপুৰী), ৰাজবংশী, বাহে, পূৰ্ব বাংলা (পূৰ্ব কেন্দ্ৰীয়, সিলেটি), হাইজং, দক্ষিণ-পূৰ্বী বাংলা (চাকমা), গাণ্ডা, ভাঙ্গা | ইন্দো-ইউৰোপীয়, ইন্দো-ইৰানীয়, ইন্দো-আৰ্য, পূৰ্ব অঞ্চল, বাংলা-অসমীয়া | |
| বাৱম চীন | ৫,৭৩৩ (১৯৮১ জনগণনা) | পাৰ্বত্য চট্টগ্ৰাম | চীনা-তিব্বতী, তিবতী-বৰ্মী, কুকি-চীন-নাগা, কুকি-চীন, মধ্য | |
| বিষ্ণুপ্ৰিয়া মণিপুৰী | ৪০ হাজাৰ | ৰাজাৰ গাং, মাদই গাং | ইন্দো-ইউৰোপীয়, ইন্দো-ইৰানীয়, ইন্দো-আৰ্য, পূৰ্ব অঞ্চল, বাংলা-অসমীয়া | |
| ভাৰতীয় প্ৰতীকী ভাষা | বধিৰসকলৰ প্ৰতীকী ভাষা | |||
| মুণ্ডাৰী | হাসাদা, লাতাৰ, নাগুৰি, কেৰা | অষ্ট্ৰো-এচীয়, মুণ্ডা, উত্তৰ মুণ্ডা, খেৰওয়াৰি, মুণ্ডাৰী | ||
| ম্ৰু/ম্ৰো | ৮০ হাজাৰ | পাৰ্বত্য চট্টগ্ৰামেৰ ২০০টি গ্ৰামে | চীনা-তিব্বতী, তিবতী-বৰ্মী, ম্ৰু | |
| মিজো | ১ হাজাৰ | মিজো পাহাড়, চট্টগ্ৰাম, সিলেট | ৰালতে, দুলিয়েন, নগেলতে, মিজো, লে | চীনা-তিব্বতী, তিবতী-বৰ্মী, কুকি-চিন-নাগা, কুকি-চিন, মধ্য |
| মেগাম | ৬,৮৭২ | উত্তৰ-পূৰ্ব বাংলাদেশ | চীনা-তিব্বতী, তিবতী-বৰ্মী, ঝিংপো-কোনিয়াক-বোডো, কোনিয়াক-বোডো-গাৰো, বোডো-গাৰো, গাৰো | |
| মৈতৈ | ১৫ হাজাৰ | সিলেট | চীনা-তিব্বতী, তিবতী-বৰ্মী, মৈতৈ | |
| ৰংপুৰী | ১.৫ কোটি | বাহে | ইন্দো-ইউৰোপীয়, ইন্দো-ইৰানীয়, ইন্দো-আৰ্য, পূৰ্ব অঞ্চল, বাংলা-অসমীয়া | |
| শেন্দু | ১ হাজাৰ | চীনা-তিব্বতী, তিবতী-বৰ্মী, কুকি-চিন-নাগা, কুকি-চিন, দক্ষিণী, শো | ||
| চাঁওতালি | ১.৫ লাখ | কাৰমালি, কমৰি-সাঁওতালি, লোহাৰি-সাঁওতালি, পাহাৰীয়া, মাহালি মাঁঝি | অষ্ট্ৰো-এচীয়, মুণ্ডা, উত্তৰ মুণ্ডা, খেৰৱাৰী, চাওঁতালী | |
| ছিলেটী | ১ কোটি | সিলেট বিভাগ | ইন্দো-ইউৰোপীয়, ইন্দো-ইৰানীয়, ইন্দো-আৰ্য, পূৰ্ব অঞ্চল, বাংলা-অসমীয়া | |
| হাকা চীন | ১২৬৪ | ক্লাংক্লাং, জোখুয়া, শোনশে | চীনা-তিব্বতী, তিবতী-বৰ্মী, কুকি-চীন-নাগা, কুকি-চীন, মধ্য | |
| হাজং | ইন্দো-ইউৰোপীয়, ইন্দো-ইৰানীয়, ইন্দো-আৰ্য, পূৰ্ব অঞ্চল, বাংলা-অসমীয়া | |||
| হো | অষ্ট্ৰো-এচীয়, মুণ্ডা, উত্তৰ মুণ্ডা, খেৰৱাৰী, মুণ্ডাৰী |
তথ্যসূত্ৰ
- ↑ www.bbs.gov.bd › site › page Population-and-Housing-Census - বাংলাদেশ পৰিসংখ্যান ব্যুৰো
- ↑ The Constitution of the People's Republic of Bangladesh. Ministry of Law, Justice and Parliamentary Affairs
- ↑ Faquire. (December 2010). Language Situation in Bangladesh. The Dhaka University Studies. পৃ. 63–77
- ↑ Bangla Bhasha Procholon Ain, 1987. Ministry of Law, Justice and Parliamentary Affairs. Government of Bangladesh
- ↑ (2023-02-23). ULAB introduces Bangla and Literature Department. Dhaka Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাংলাদেশৰ ভাষাসমূহ” প্ৰবন্ধৰ সংশোধন ৫৭১৯৬৬ (২৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।